Sports related terms in Assamese | Sports related terms | খেল সম্বন্ধীয় কিছু তথ্য
তলৰ আলোচনাত খেল সম্পৰ্কে যেনে - ক্ৰিকেট, ফুটবল, ভলিবল, বস্কেটবল, টেনিচ, দবা, চাইক্লিং, বেদমিনটন, গোলফ, শুটিং ইত্যাদি বিভিন্ন ধৰণৰ খেল সম্পৰ্কীয় তথ্য যেনে- কোনতো খেলত কিমান খেলুৱৈ থাকে আৰু কোনতো খেলৰ লগত কি টাৰ্ম জৰিত আছে সেই সম্পৰ্কে কিছু তথ্য দাঙি ধৰা হ'ল।
তলৰ আলোচনাত খেল সম্পৰ্কে কিছু তথ্য-পাতি দাঙি ধৰা হ'ল -
১) ক্ৰিকেট (Cricket)
ক্ৰিকেট খেলতোৰ বিষয়ে সকলোৰে অবগত। এই খেলত ১১ জনকৈ খেলুৱৈ প্ৰতিটো দলতেই থাকে । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -
ক্ৰিকেট (CRICKET) 11 Players ( প্ৰতিটো দল ) |
---|
Toss |
Run |
Wicket |
Pitch |
Stamp |
Gloves |
Wicket Keeper |
Over |
Maiden Over |
Ashes |
Catch |
Bowled |
Stamp Out |
Run Out |
L.B.W |
Hit Wicket |
Not Out |
No Ball |
Wide Ball |
Dead Ball |
Over Throw |
Bye |
Leg Bye |
Hook |
Stroke |
Shot |
Pull |
Sixer |
Spin |
Mid Wicket |
২) ফুটবল (Football)
ফুটবল খেলৰ বিষয়ে সকলোৰে অবগত। এই খেলত ১১ জনকৈ খেলুৱৈ প্ৰতিটো দলতেই থাকে । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -
ফুটবল (FOOTBALL ) 11 players ( প্ৰতিটো দলত ) |
Kick |
Head |
Goal |
Defender |
Penalty Kick |
Hat-trick |
Foul |
Pass |
Dribble |
Off side |
Left out |
Right out |
Move |
Base line |
Stopper |
Rebound |
৩) বেদমিটন (Badminton)
বেদমিটন খেলৰ বিষয়ে হয়তো আমি সকলোৱে জানোৱেই। এই খেল খেলা হয় প্ৰতিটো দলত এজনীয়া বা দুজনীয়া দল হিচাবে । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -
বেদমিটন (BADMINTON) এজনীয়া বা দুজনীয়া Singles or Double |
Service Court |
Deuce |
Love |
Net |
Let |
Hit |
Shuttlecock |
Smash |
Drop |
Backhand |
Forehand |
Double fault |
Game |
|
৪) হকী (Hockey) –
হকী খেলৰ বিষয়ে হয়তো আমি সকলোৱে জানোৱেই তাক আকৌ কোৱাৰ প্ৰয়োজন নাই । এই খেলত ১১ জনকৈ খেলুৱৈ প্ৰতিটো দলতেই থাকে । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -
হকী (HOCKEY) ১১ জনকৈ (11 Players) |
---|
Scoop |
Cut |
Goal |
Stick |
Short corner |
Half back |
Under cutting |
Hat-trick |
Penalty corner |
Penalty stroke |
Centre forward |
Left in |
Left out |
Off side |
Striking circle |
৫) টেনিছ (Tennis)
টেনিছ খেল হ'ল এক অতি জনপ্ৰিয় খেল তাক আমি সকলোৱে জানোৱেই। এই খেল খেলা হয় প্ৰতিটো দলত এজনীয়া বা দুজনীয়া দল হিচাবে । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -
টেনিছ (TENNIS) এজনীয়া বা দুজনীয়া দল Singles or Double |
---|
Deuce |
Service |
Grass court |
Smash |
Break |
Game point |
Net play |
Shot |
|
৬) চুইমিং (Swimming)
চুইমিং বা সাতোঁৰ হ'ল এক জনপ্ৰিয় খেল । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -
চুইমিং বা সাতোঁৰ (SWIMMING) |
Butterfly |
Freestyle |
Lane |
Pool |
Breaststroke |
Backstroke |
৭) চাইক্লিং (Cycling)
চাইক্লিং বা চাইকেল ৰেচ হ'ল আন এক জনপ্ৰিয় খেল। এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -
চাইক্লিং (CYCLING) |
---|
Sprint |
Time trial |
Track race |
৮) গল্ফ (Golf)
গল্ফ হ'ল জনপ্ৰিয় খেলবোৰৰ ভিতৰত অন্যতম। এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -
গল্ফ (GOLF) |
---|
Tee |
Caddie |
Bogey |
Hole |
Stymie |
Links |
৯) বেচবল (Baseball)
বেচবল খেল বিধো এক জনপ্ৰিয় খেলৰ এটা । এই খেলত ৯ জনকৈ খেলুৱৈ থাকে । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -
বেচবল (BASEBALL) 9 Players |
---|
Bunting Home Run |
Diamond |
Pitcher |
Pitching |
Perfect game |
Throw |
Strike |
Put out |
১০) বাচকেট বল (Basketball)
বাচকেট বল খেল বিধো এক জনপ্ৰিয় খেলৰ এটা । এই খেলত ৫ জনকৈ খেলুৱৈ থাকে । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -
বাচকেট বল (BASKETBALL) 5 Players |
---|
Common foul |
Technical foul |
Underheard |
Overhead |
Free throw |
১১) জিম্নাষ্টিক্স (Gymnastic)
জিম্নাষ্টিক্স হ'ল এক জনপ্ৰিয় খেলৰ এটা । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -
জিম্নাষ্টিক্স (GYMNASTIC) |
---|
Parellel bar |
Horizontal bar |
Uneven bar |
১২) খো খো (Kho kho)
খো খো হ'ল ভাৰতীয় পৌৰাণিক খেলবোৰৰ ভিতৰত অন্যতম । এই খেলত ৯ জনকৈ খেলুৱৈ থাকে । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -
খো খো (KHO KHO) 9 Players |
---|
|
Runner |
Out |
Poleby |
Foul |
Chaser |
১৩) ভাৰোত্তলন (Weight lifting )
এই খেলবিধো আজিৰ যুগত এক জনপ্ৰিয় খেল । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -
ভাৰোত্তলন (WEIGHT LIFTING) |
---|
Jerk |
Snatch |
১৪) মল্লযুদ্ব (Wrestling)
এই খেলবিধো এক জনপ্ৰিয় খেল । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -
মল্লযুদ্ব (WRESTLING) |
---|
Free style |
Point |
Heave |
১৫) দবা (Chess)
এই খেলবিধো এক জনপ্ৰিয় খেল । দবা খেলৰ বিষয়ে আমি সকলোয়ে জানোয়েই । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই
দিয়া হ’ল -
দবা (CHESS) |
---|
Checkmate |
Stalemate |
১৬) নাওঁ খেল (Boat race)
নাওঁ খেল (Boat race) |
---|
Cox |
১৭) ছুটিং (Shooting)
ছুটিং , এই খেলবিধো এক জনপ্ৰিয় খেল । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -
ছুটিং (SHOOTING) |
---|
Range |
Bull’s eye |
Air rifle |
Free pistol |
Rapid fire pistol |
১৮) ভলি বল (Volley ball)
এই খেলবিধো এক জনপ্ৰিয় খেল । এই খেলত ৬ জনকৈ খেলুৱৈ থাকে ।এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই
ভলি বল (VOLLEY BALL) 6 Players |
---|
Smash |
Love |
Spikers |
Booster |
১৯) বক্সিং (Boxing)
বক্সিং , এই খেলবিধো এক জনপ্ৰিয় খেল । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -
বক্সিং ( Boxing ) |
---|
Jab |
Hook |
Knock out |
Footwork |
Round |
Punch |
Uppercut |
Kidney punch |
Timing |
২০) Billiards and Snooker
এই খেলবিধো এক জনপ্ৰিয় খেল । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -
BILLIARDS AND SNOOKER |
---|
Jigger |
Cue |
Pull |
In baulk |
In off |
Hit |
Scratch |
Pot |
Object ball |
Break shot |
Scoring |
Cannons |
২১) Athletics
ইয়াৰ বিষয়ে আমি সকলোৱে অবগত। এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -
ATHLETICS |
---|
Discus throw |
Hammar throw |
Cross country |
Hurdles |
Photo finish |
Shot put |
Track |
Lane |
Relay |
High jump |
Tripple jump |
*** ঘোঁৰা দৌৰ (Horse Race)
এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত
ইংৰাজীতেই দিয়া হ’ল -
Race Course ,
Steeplechase,
Jockey and Punter
** কিছুমান অতি জনপ্ৰিয় খেল আৰু খেলুৱৈৰ সংখ্যা -
1) প’লো (Polo) – 4 Players
2) Water Polo – 7 Players
3) Rugby Football - 15 Players
4) কাবাদি (Kabaddi ) – 7 Players
ওপৰুক্ত সমুহেই আছিল খেল সম্পৰ্কে কিছু জানিৱলগা তথ্য -পাতি ।
**
খেল
সম্পৰ্কিয় কিছুমান বটা (
Sports related prizes )
Cicket |
---|
Ranji |
Irani |
Duleep |
Vijay Hazare |
Deodhar |
Football |
---|
Durand Cup |
Rovers Cup |
Santosh Trophy |
Subroto Cup |
Hockey |
---|
Beighton Cup |
|