Sports related terms in Assamese | Sports related terms | খেল সম্বন্ধীয় কিছু তথ্য অসমীয়াত

 

Sports related terms in Assamese | Sports related terms | খেল সম্বন্ধীয় কিছু তথ্য

    তলৰ আলোচনাত খেল সম্পৰ্কে যেনে - ক্ৰিকেট, ফুটবল, ভলিবল, বস্কেটবল, টেনিচ, দবা, চাইক্লিং, বেদমিনটন, গোলফ, শুটিং ইত্যাদি বিভিন্ন ধৰণৰ খেল সম্পৰ্কীয় তথ্য যেনে- কোনতো খেলত কিমান খেলুৱৈ থাকে আৰু কোনতো খেলৰ লগত কি টাৰ্ম জৰিত আছে সেই সম্পৰ্কে কিছু তথ্য দাঙি ধৰা হ'ল।

Sports related terms in Assamese | Sports related terms | খেল সম্বন্ধীয় কিছু তথ্য


    তলৰ আলোচনাত খেল সম্পৰ্কে কিছু তথ্য-পাতি দাঙি ধৰা হ'-

    ) ক্ৰিকেট (Cricket

    ক্ৰিকেট খেলতোৰ বিষয়ে সকলোৰে অবগত। এই খেলত ১১ জনকৈ খেলুৱৈ প্ৰতিটো দলতেই থাকে । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -



    ক্ৰিকেট (CRICKET)

    11 Players ( প্ৰতিটো দল )

    Toss

    Run

    Wicket

    Pitch

    Stamp

    Gloves

    Wicket Keeper

    Over

    Maiden Over

    Ashes

    Catch

    Bowled

    Stamp Out

    Run Out

    L.B.W

    Hit Wicket

    Not Out

    No Ball

    Wide Ball

    Dead Ball

    Over Throw

    Bye

    Leg Bye

    Hook

    Stroke

    Shot

    Pull

    Sixer

    Spin

    Mid Wicket



    ) ফুটবল (Football)

     ফুটবল খেলৰ বিষয়ে সকলোৰে অবগত। এই খেলত ১১ জনকৈ খেলুৱৈ প্ৰতিটো দলতেই থাকে । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -



    ফুটবল (FOOTBALL )

    11 players ( প্ৰতিটো দলত )

    Kick

    Head

    Goal

    Defender

    Penalty Kick

    Hat-trick

    Foul

    Pass

    Dribble

    Off side

    Left out

    Right out

    Move

    Base line

    Stopper

    Rebound



    ) বেদমিটন (Badminton) 

    বেদমিটন খেলৰ বিষয়ে হয়তো আমি সকলোৱে জানোৱেই। এই খেল খেলা হয় প্ৰতিটো দলত এজনীয়া বা দুজনীয়া দল হিচাবে । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -



    বেদমিটন (BADMINTON)

    এজনীয়া বা দুজনীয়া

    Singles or Double

    Service Court

    Deuce

    Love

    Net

    Let

    Hit

    Shuttlecock

    Smash

    Drop

    Backhand

    Forehand

    Double fault

    Game




    ) হকী (Hockey)

    হকী খেলৰ বিষয়ে হয়তো আমি সকলোৱে জানোৱেই তাক আকৌ কোৱাৰ প্ৰয়োজন নাই । এই খেলত ১১ জনকৈ খেলুৱৈ প্ৰতিটো দলতেই থাকে । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -



    হকী (HOCKEY)

    ১১ জনকৈ (11 Players)

    Scoop

    Cut

    Goal

    Stick

    Short corner

    Half back

    Under cutting

    Hat-trick

    Penalty corner

    Penalty stroke

    Centre forward

    Left in

    Left out

    Off side

    Striking circle



    ) টেনিছ (Tennis

    টেনিছ খেল হ'ল এক অতি জনপ্ৰিয় খেল তাক আমি সকলোৱে জানোৱেই। এই খেল খেলা হয় প্ৰতিটো দলত এজনীয়া বা দুজনীয়া দল হিচাবে । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -



    টেনিছ (TENNIS)

    এজনীয়া বা দুজনীয়া দল

    Singles or Double

    Deuce

    Service

    Grass court

    Smash

    Break

    Game point

    Net play

    Shot




    ) চুইমিং (Swimming

    চুইমিং বা সাতোঁৰ হ'ল এক জনপ্ৰিয় খেল । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -



    চুইমিং বা সাতোঁৰ

    (SWIMMING)

    Butterfly

    Freestyle

    Lane

    Pool

    Breaststroke

    Backstroke



    ) চাইক্লিং (Cycling

     চাইক্লিং বা চাইকেল ৰেচ হ'ল আন এক জনপ্ৰিয় খেল। এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -



    চাইক্লিং (CYCLING)

    Sprint

    Time trial

    Track race



    ) গল্ফ (Golf

     গল্ফ হ'ল জনপ্ৰিয় খেলবোৰৰ ভিতৰত অন্যতম। এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -



    গল্ফ (GOLF)

    Tee

    Caddie

    Bogey

    Hole

    Stymie

    Links



    ) বেচবল (Baseball

    বেচবল খেল বিধো এক জনপ্ৰিয় খেলৰ এটা । এই খেলত ৯ জনকৈ খেলুৱৈ থাকে । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -



    বেচবল (BASEBALL)

    9 Players

    Bunting Home Run

    Diamond

    Pitcher

    Pitching

    Perfect game

    Throw

    Strike

    Put out



    ১০) বাচকেট বল (Basketball

    বাচকেট বল খেল বিধো এক জনপ্ৰিয় খেলৰ এটা । এই খেলত ৫ জনকৈ খেলুৱৈ থাকে । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -



    বাচকেট বল (BASKETBALL)

    5 Players

    Common foul

    Technical foul

    Underheard

    Overhead

    Free throw


    ১১) জিম্নাষ্টিক্স (Gymnastic

    জিম্নাষ্টিক্স হ'ল এক জনপ্ৰিয় খেলৰ এটা । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -


    জিম্নাষ্টিক্স (GYMNASTIC)

    Parellel bar

    Horizontal bar

    Uneven bar


    ১২) খো খো (Kho kho) 

     খো খো হ'ল ভাৰতীয় পৌৰাণিক খেলবোৰৰ ভিতৰত অন্যতম । এই খেলত ৯ জনকৈ খেলুৱৈ থাকে । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -


    খো খো (KHO KHO)

    9 Players


    Runner

    Out

    Poleby

    Foul

    Chaser


    ১৩) ভাৰোত্তলন (Weight lifting

     এই খেলবিধো আজিৰ যুগত এক জনপ্ৰিয় খেল । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -


    ভাৰোত্তলন

    (WEIGHT LIFTING)

    Jerk

    Snatch


    ১৪) মল্লযুদ্ব (Wrestling

    এই খেলবিধো এক জনপ্ৰিয় খেল । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -


    মল্লযুদ্ব (WRESTLING)

    Free style

    Point

    Heave


    ১৫) দবা (Chess

    এই খেলবিধো এক জনপ্ৰিয় খেল । দবা খেলৰ বিষয়ে আমি সকলোয়ে জানোয়েই । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই 

    দিয়া হ’ল -


    দবা (CHESS)

    Checkmate

    Stalemate


    ১৬) নাওঁ খেল (Boat race


    নাওঁ খেল, এই খেলবিধো এক জনপ্ৰিয় খেল । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -


    নাওঁ খেল (Boat race)

    Cox


    ১৭) ছুটিং (Shooting


    ছুটিং , এই খেলবিধো এক জনপ্ৰিয় খেল । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -


    ছুটিং (SHOOTING)

    Range

    Bull’s eye

    Air rifle

    Free pistol

    Rapid fire pistol



    ১৮) ভলি বল (Volley ball


    এই খেলবিধো এক জনপ্ৰিয় খেল । এই খেলত ৬ জনকৈ খেলুৱৈ থাকে ।এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই

    দিয়া হ’ল -


    ভলি বল

    (VOLLEY BALL)

    6 Players

    Smash

    Love

    Spikers

    Booster


    ১৯) বক্সিং (Boxing

    বক্সিং , এই খেলবিধো এক জনপ্ৰিয় খেল । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -


    বক্সিং ( Boxing )

    Jab

    Hook

    Knock out

    Footwork

    Round

    Punch

    Uppercut

    Kidney punch

    Timing


    ২০) Billiards and Snooker 

    এই খেলবিধো এক জনপ্ৰিয় খেল । এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -


    BILLIARDS AND SNOOKER

    Jigger

    Cue

    Pull

    In baulk

    In off

    Hit

    Scratch

    Pot

    Object ball

    Break shot

    Scoring

    Cannons


    ২১) Athletics 

     ইয়াৰ বিষয়ে আমি সকলোৱে অবগত। এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত ইংৰাজীতেই দিয়া হ’ল -


    ATHLETICS

    Discus throw

    Hammar throw

    Cross country

    Hurdles

    Photo finish

    Shot put

    Track

    Lane

    Relay

    High jump

    Tripple jump



    *** ঘোঁৰা দৌৰ (Horse Race

     এই খেলৰ লগত জৰিত কিছুমান টাৰ্ম তলত 

    ইংৰাজীতেই দিয়া হ’ল -

    Race Course ,

    Steeplechase,

    Jockey and Punter


    ** কিছুমান অতি জনপ্ৰিয় খেল আৰু খেলুৱৈৰ সংখ্যা -

    1) প’লো (Polo) – 4 Players

    2) Water Polo – 7 Players

    3) Rugby Football - 15 Players

    4) কাবাদি (Kabaddi ) – 7 Players


    ওপৰুক্ত সমুহেই আছিল খেল সম্পৰ্কে কিছু জানিৱলগা তথ্য -পাতি ।


    ** খেল সম্পৰ্কিয় কিছুমান বটা ( Sports related prizes )


    Cicket

    Ranji 

    Irani 

    Duleep 

    Vijay Hazare 

    Deodhar 


    Football

    Durand Cup

    Rovers Cup

    Santosh Trophy

    Subroto Cup


    Hockey

    Beighton Cup





    Post a Comment

    0 Comments
    * Please Don't Spam Here. All the Comments are Reviewed by Admin.