Question and answer Indian flock and classical dance | ভাৰতৰ কিছুমান লোক নৃত্য আৰু শাস্ত্ৰীয় নৃত্য
ভাৰত হ'ল অতিজৰে পৰাই কলা- কৃষ্টিৰে ভৰপূৰ । আজিৰ ইয়াত ভাৰতৰ কিছুমান লোক নৃত্য আৰু শাস্ত্ৰীয় নৃত্য সম্পৰ্কে আলোচনা কৰা হ'ল । ভাৰতৰ কিছুমান লোক নৃত্য আৰু শাস্ত্ৰীয় নৃত্য ৰ ওপৰত প্ৰশ্ন আৰু তাৰ উত্তৰ তলত আলোচনা কৰা হ'ল ।
ভাৰতৰ কিছুমান লোক নৃত্য আৰু শাস্ত্ৰীয় নৃত্য -
1.প্ৰশ্ন - " Bharat Natyam " is the classical dance form of which state of India ?
" ভাৰত নাত্যম " - এই শাস্ত্ৰীয় নৃত্য বিধ ভাৰতৰ কোনখন ৰাজ্যত প্ৰচলিত ?
A) Madhya Pradesh / মধ্য প্ৰদেশ
B) Andhra Pradesh / অন্ধ্ৰ প্ৰদেশ
C) Tamil Nadu / তামিলনাদু
D) Gujarat / গুজাৰাট
উত্তৰ - (C) Tamil Nadu / তামিলনাদু
2. প্ৰশ্ন - The classical dance form Kuchipudi belongs to which state of India ?
" কুছিপুৰি " - নামৰ এই শাস্ত্ৰীয় নৃত্য বিধ ভাৰতৰ কোনখন ৰাজ্যত প্ৰচলিত ?
A) Madhya Pradesh / মধ্য প্ৰদেশ
B) Andhra Pradesh / অন্ধ্ৰ প্ৰদেশ
C) Tamil Nadu / তামিলনাদু
D) Gujarat / গুজাৰাট
উত্তৰ - (B) Andhra Pradesh / অন্ধ্ৰ প্ৰদেশ
3.প্ৰশ্ন - " Bihu " is the dance form of which state of India ?
" বিহু " কোনখন ৰাজ্যৰ লোকনৃত্য ?
A) Assam / অসম
B) West Bengal / ৱেষ্ট বেংগল
C) Tamil Nadu / তামিলনাদু
D) Gujarat / গুজাৰাট
উত্তৰ - (A) Assam / অসম
4.প্ৰশ্ন - " Satriya " is the Classical dance form of which state of India ?
" শত্ৰীয়া নৃত্য " - নামৰ এই শাস্ত্ৰীয় নৃত্য বিধ ভাৰতৰ কোনখন ৰাজ্যত প্ৰচলিত ?
A) Assam / অসম
B) West Bengal / ৱেষ্ট বেংগল
C) Tamil Nadu / তামিলনাদু
D) Gujarat / গুজাৰাট
উত্তৰ - (A) Assam / অসম
5.প্ৰশ্ন - " Kathakali " is the Classical dance form of which state of India ?
" কথকলি/কঠকলি " - নামৰ এই শাস্ত্ৰীয় নৃত্য বিধ ভাৰতৰ কোনখন ৰাজ্যত প্ৰচলিত ?
A) Assam / অসম
B) Kerala / কেৰালা
C) Tamil Nadu / তামিলনাদু
D) Gujarat / গুজাৰাট
উত্তৰ - (B) Kerala / কেৰালা
6.প্ৰশ্ন - " Mohiniyattam " is the Classical dance form of which state of India ?
" Mohiniyattam " - নামৰ এই শাস্ত্ৰীয় নৃত্য বিধ ভাৰতৰ কোনখন ৰাজ্যত প্ৰচলিত ?
A) Assam / অসম
B) Kerala / কেৰালা
C) Tamil / তামিলনাদু
D) Gujarat / গুজাৰাট
উত্তৰ - (B) Kerala / কেৰালা
7.প্ৰশ্ন - The dance form Kathak is of which state of India ?
" কথক/কঠক " - নামৰ এই শাস্ত্ৰীয় নৃত্য বিধ ভাৰতৰ কোনখন ৰাজ্যত প্ৰচলিত ?
A) Uttar Pradesh / উত্তৰ প্ৰদেশ
B) Kerala / কেৰালা
C) Tamil Nadu / তামিলনাদু
D) Gujarat / গুজাৰাট
উত্তৰ - (A) Uttar Pradesh / / উত্তৰ প্ৰদেশ
8.প্ৰশ্ন - The dance form Odissi belongs to which state of India ?
" ওডিচি " - নামৰ এই শাস্ত্ৰীয় নৃত্য বিধ ভাৰতৰ কোনখন ৰাজ্যত প্ৰচলিত ?
A) Uttar Pradesh / উত্তৰ প্ৰদেশ
B) Odisha / ওডিশা
C) Tamil Nadu / তামিলনাদু
D) Gujarat / গুজাৰাট
উত্তৰ - (B) Odisha / ওডিশা
9.প্ৰশ্ন - " Manipuri " is the dance form of which state of India ?
" মণিপুৰি " ভাৰতৰ লোনখন ৰাজ্যৰ নৃত্য ?
A) Assam / অসম
B) Meghalaya / মেঘালয়
C) Manipur/ মণিপুৰ
D) Nagaland / নাগালেন্দ
উত্তৰ - (C) Manipur/ মণিপুৰ
10.প্ৰশ্ন - The dance form "Bhangra" is of which state of India ?
" ভাংৰা / "Bhangra" ভাৰতৰ কোনখন ৰাজ্যৰ নৃত্য ?
A) Maharashtra / মহাৰাস্ত্ৰ
B) Punjab / পাঞ্জাৱ
C) West Bengal / ৱেষ্ট বেংগল
D) Tamilnadu
উত্তৰ - (B) Punjab / পাঞ্জাৱ
11.প্ৰশ্ন - The dance form " Giddha " is of which state of India ?
" গিদ্দা / Giddha " ভাৰতৰ কোনখন ৰাজ্যৰ নৃত্য ?
A) Maharashtra / মহাৰাস্ত্ৰ
B) Punjab / পাঞ্জাৱ
C) West Bengal / ৱেষ্ট বেংগল
D) Tamilnadu / তামিলনাদু
উত্তৰ - (B) Punjab / পাঞ্জাৱ
12.প্ৰশ্ন - 'Rauf' is the poular folk dance of -------- ?
" ৰাউফ " হ'ল ----------------- এক জনপ্ৰিয় লোক নৃত্য ।
A) Maharastra / মহাৰাস্ত্ৰ
B) Jammu and Kashmir / জম্মু আৰু কাশ্মীৰ
C) Haryana / হাৰিয়াণা
D) Punjab / পাঞ্জাৱ
উত্তৰ - (B) Jammu and Kashmir / জম্মু আৰু কাশ্মীৰ
13.প্ৰশ্ন -' Nautanki ' is a folk dance of which state of India ?
" নাউটাংকী " হ'ল ----------------- এক জনপ্ৰিয় লোক নৃত্য ।
A) Punjab / পাঞ্জাৱ
B) Uttar Pradesh / উত্তৰ প্ৰদেশ
C) Haryana / হাৰিয়াণা
D) Jammu and Kashmir / জম্মু আৰু কাশ্মীৰ
উত্তৰ - (B) Uttar Pradesh / উত্তৰ প্ৰদেশ
14.প্ৰশ্ন - ' Jat-Jatin ' is a folk dance of which state of India ?
" জাট- জটিন " হ'ল ----------------- এক জনপ্ৰিয় লোক নৃত্য ।
A) Punjab / পাঞ্জাৱ
B) Uttar Pradesh / উত্তৰ প্ৰদেশ
C) Bihar / বিহাৰ
D) Gujarat / গুজাৰাট
উত্তৰ - (C) Bihar / বিহাৰ
15.প্ৰশ্ন - ' Garba ' is a popular folk dance of which state of India ?
" গৰবা " হ'ল ----------------- এক জনপ্ৰিয় লোক নৃত্য ।
A) Punjab / পাঞ্জাৱ
B) Gujarat / গুজাৰাট
C) Bihar / বিহাৰ
D) Uttar Pradesh / উত্তৰ প্ৰদেশ
উত্তৰ - (B) Gujarat / গুজাৰাট
16.প্ৰশ্ন - ' Dandiya Ras ' is a popular folk dance of which state of India ?
" দান্দিয়া ৰাস " হ'ল ----------------- এক জনপ্ৰিয় লোক নৃত্য ।
A) Punjab / পাঞ্জাৱ
B) Gujarat / গুজাৰাট
C) Bihar / বিহাৰ
D) Uttar Pradesh / উত্তৰ প্ৰদেশ
উত্তৰ - (B) Gujarat / গুজাৰাট
17.প্ৰশ্ন - ' Ghoomar ' is a popular folk dance of which state of India ?
" ঘুমাৰ " হ'ল ----------------- এক জনপ্ৰিয় লোক নৃত্য ।
A) Punjab / পাঞ্জাৱ
B) Gujarat / গুজাৰাট
C) Rajasthan / ৰাজস্থান
D) Bihar / বিহাৰ
উত্তৰ - (C) Rajasthan / ৰাজস্থান
18.প্ৰশ্ন - ' Lavani ' is a popular folk dance of which state of India ?
" লাভানি " হ'ল ----------------- এক জনপ্ৰিয় লোক নৃত্য ।
A) Maharashtra / মহাৰাস্ত্ৰ
B) Gujarat / গুজাৰাট
C) Rajasthan / ৰাজস্থান
D) Bihar / বিহাৰ
উত্তৰ - (A) Maharashtra/ মহাৰাস্ত্ৰ
19.প্ৰশ্ন - ' Tamasha ' is a popular folk dance of which state of India ?
" তামাশা " হ'ল ----------------- এক জনপ্ৰিয় লোক নৃত্য ।
A) Maharashtra / মহাৰাস্ত্ৰ
B) Gujarat / গুজাৰাট
C) Rajasthan / ৰাজস্থান
D) Bihar / বিহাৰ
উত্তৰ - (A) Maharashtra/ মহাৰাস্ত্ৰ
20.প্ৰশ্ন - ' Dahikala ' is a popular folk dance of which state of India ?
" দহিকলা " হ'ল ----------------- এক জনপ্ৰিয় লোক নৃত্য ।
A) Maharashtra / মহাৰাস্ত্ৰ
B) Gujarat / গুজাৰাট
C) Rajasthan / ৰাজস্থান
D) Bihar / বিহাৰ
উত্তৰ - (A) Maharashtra/ মহাৰাস্ত্ৰ
21.প্ৰশ্ন - ' Gafa ' is a popular folk dance of which state of India ?
" গাফা " হ'ল ----------------- এক জনপ্ৰিয় লোক নৃত্য ।
A) Maharashtra / মহাৰাস্ত্ৰ
B) Gujarat / গুজাৰাট
C) Rajasthan / ৰাজস্থান
D) Bihar / বিহাৰ
উত্তৰ -(A) Maharashtra/ মহাৰাস্ত্ৰ