Question and answer Indian flock and classical dance | ভাৰতৰ কিছুমান লোক নৃত্য আৰু শাস্ত্ৰীয় নৃত্য

Question and answer Indian flock and classical dance | ভাৰতৰ কিছুমান লোক নৃত্য আৰু শাস্ত্ৰীয়  নৃত্য 

ভাৰত হ'ল অতিজৰে পৰাই কলা- কৃষ্টিৰে ভৰপূৰ । আজিৰ ইয়াত ভাৰতৰ কিছুমান লোক নৃত্য আৰু শাস্ত্ৰীয়  নৃত্য সম্পৰ্কে আলোচনা কৰা হ'ল । ভাৰতৰ কিছুমান লোক নৃত্য আৰু শাস্ত্ৰীয়  নৃত্য ৰ ওপৰত প্ৰশ্ন আৰু তাৰ উত্তৰ তলত আলোচনা কৰা হ'ল ।

Question and answer Indian flock and classical dance | ভাৰতৰ কিছুমান লোক নৃত্য আৰু শাস্ত্ৰীয়  নৃত্য


ভাৰতৰ কিছুমান লোক নৃত্য আৰু শাস্ত্ৰীয়  নৃত্য - 

1.প্ৰশ্ন - " Bharat Natyam " is the classical dance form of which state of India ?

            " ভাৰত নাত্যম " - এই শাস্ত্ৰীয়  নৃত্য বিধ ভাৰতৰ কোনখন ৰাজ্যত প্ৰচলিত ?

A) Madhya Pradesh / মধ্য প্ৰদেশ

 B) Andhra Pradesh / অন্ধ্ৰ প্ৰদেশ

 C) Tamil Nadu / তামিলনাদু

 D) Gujarat / গুজাৰাট

উত্তৰ -  (C) Tamil Nadu / তামিলনাদু


2. প্ৰশ্ন - The classical dance form Kuchipudi belongs to which state of India ?

              " কুছিপুৰি " - নামৰ এই শাস্ত্ৰীয়  নৃত্য বিধ ভাৰতৰ কোনখন ৰাজ্যত প্ৰচলিত ?

 A) Madhya Pradesh / মধ্য প্ৰদেশ

 B) Andhra Pradesh / অন্ধ্ৰ প্ৰদেশ

 C) Tamil Nadu / তামিলনাদু

 D) Gujarat / গুজাৰাট

উত্তৰ - (B) Andhra Pradesh / অন্ধ্ৰ প্ৰদেশ

 

3.প্ৰশ্ন - " Bihu " is the dance form of which state of India ?

             " বিহু " কোনখন ৰাজ্যৰ লোকনৃত্য ?

 A) Assam / অসম

 B) West Bengal / ৱেষ্ট বেংগল

 C) Tamil Nadu / তামিলনাদু

 D) Gujarat / গুজাৰাট

উত্তৰ  - (A) Assam / অসম

 

4.প্ৰশ্ন -  " Satriya " is the Classical dance form of which state of India ?

              " শত্ৰীয়া নৃত্য " - নামৰ এই শাস্ত্ৰীয়  নৃত্য বিধ ভাৰতৰ কোনখন ৰাজ্যত প্ৰচলিত ?

 A) Assam / অসম

 B) West Bengal / ৱেষ্ট বেংগল

 C) Tamil Nadu / তামিলনাদু

 D) Gujarat / গুজাৰাট

উত্তৰ  - (A) Assam / অসম

 

5.প্ৰশ্ন - " Kathakali " is the Classical dance form of which state of India ?

           " কথকলি/কঠকলি " - নামৰ এই শাস্ত্ৰীয়  নৃত্য বিধ ভাৰতৰ কোনখন ৰাজ্যত প্ৰচলিত ?

 A) Assam / অসম

 B) Kerala / কেৰালা

 C) Tamil Nadu / তামিলনাদু

 D) Gujarat / গুজাৰাট

উত্তৰ  - (B) Kerala / কেৰালা

 

6.প্ৰশ্ন -  " Mohiniyattam " is the Classical dance form of which state of India ?

              " Mohiniyattam " - নামৰ এই শাস্ত্ৰীয়  নৃত্য বিধ ভাৰতৰ কোনখন ৰাজ্যত প্ৰচলিত ?

 A) Assam / অসম

 B) Kerala / কেৰালা

 C) Tamil  / তামিলনাদু

 D) Gujarat / গুজাৰাট

উত্তৰ  - (B) Kerala / কেৰালা

 

7.প্ৰশ্ন - The dance form Kathak is of which state of India ?

          " কথক/কঠক " - নামৰ এই শাস্ত্ৰীয়  নৃত্য বিধ ভাৰতৰ কোনখন ৰাজ্যত প্ৰচলিত ?

 A) Uttar Pradesh / উত্তৰ প্ৰদেশ

 B) Kerala / কেৰালা

 C) Tamil Nadu / তামিলনাদু

 D) Gujarat / গুজাৰাট

উত্তৰ  - (A) Uttar Pradesh / / উত্তৰ প্ৰদেশ

 

8.প্ৰশ্ন - The dance form Odissi  belongs to which state of India ?

          " ওডিচি  " - নামৰ এই শাস্ত্ৰীয়  নৃত্য বিধ ভাৰতৰ কোনখন ৰাজ্যত প্ৰচলিত ?

 A) Uttar Pradesh / উত্তৰ প্ৰদেশ

 B) Odisha / ওডিশা

 C) Tamil Nadu / তামিলনাদু

 D) Gujarat / গুজাৰাট

উত্তৰ  - (B) Odisha / ওডিশা

 

9.প্ৰশ্ন - " Manipuri " is the dance form of which state of India ?

           " মণিপুৰি " ভাৰতৰ লোনখন ৰাজ্যৰ নৃত্য ?

 A) Assam / অসম

 B) Meghalaya / মেঘালয়

 C) Manipur/ মণিপুৰ

 D) Nagaland / নাগালেন্দ

উত্তৰ  - (C) Manipur/ মণিপুৰ

 

10.প্ৰশ্ন -  The dance form "Bhangra" is of which state of India ?

               " ভাংৰা / "Bhangra" ভাৰতৰ কোনখন ৰাজ্যৰ নৃত্য ?

 A) Maharashtra / মহাৰাস্ত্ৰ

 B) Punjab / পাঞ্জাৱ

 C) West Bengal / ৱেষ্ট বেংগল

 D) Tamilnadu

উত্তৰ - (B) Punjab / পাঞ্জাৱ


11.প্ৰশ্ন - The dance form " Giddha " is of which state of India ?

              " গিদ্দা / Giddha " ভাৰতৰ কোনখন ৰাজ্যৰ নৃত্য ?

 A) Maharashtra / মহাৰাস্ত্ৰ

 B) Punjab / পাঞ্জাৱ

 C) West Bengal / ৱেষ্ট বেংগল

 D) Tamilnadu / তামিলনাদু

উত্তৰ  - (B) Punjab / পাঞ্জাৱ

 

12.প্ৰশ্ন - 'Rauf' is the poular folk dance of -------- ?

              " ৰাউফ " হ'ল ----------------- এক জনপ্ৰিয় লোক নৃত্য ।

 A) Maharastra / মহাৰাস্ত্ৰ

 B) Jammu and Kashmir / জম্মু আৰু কাশ্মীৰ

 C) Haryana / হাৰিয়াণা

 D) Punjab / পাঞ্জাৱ

উত্তৰ  - (B) Jammu and Kashmir / জম্মু আৰু কাশ্মীৰ


13.প্ৰশ্ন -' Nautanki ' is a folk dance of which state of India ?

             " নাউটাংকী " হ'ল ----------------- এক জনপ্ৰিয় লোক নৃত্য ।

 A) Punjab / পাঞ্জাৱ

 B) Uttar Pradesh / উত্তৰ প্ৰদেশ

 C) Haryana / হাৰিয়াণা

 D) Jammu and Kashmir / জম্মু আৰু কাশ্মীৰ

উত্তৰ  - (B) Uttar Pradesh / উত্তৰ প্ৰদেশ

 

14.প্ৰশ্ন - ' Jat-Jatin ' is a folk dance of which state of India ?

             " জাট- জটিন " হ'ল ----------------- এক জনপ্ৰিয় লোক নৃত্য ।

 A) Punjab / পাঞ্জাৱ

 B) Uttar Pradesh / উত্তৰ প্ৰদেশ

 C) Bihar / বিহাৰ

 D) Gujarat / গুজাৰাট

উত্তৰ  - (C) Bihar / বিহাৰ

 

15.প্ৰশ্ন -  ' Garba ' is a popular folk dance of which state of India ?

                " গৰবা " হ'ল ----------------- এক জনপ্ৰিয় লোক নৃত্য ।

 A) Punjab / পাঞ্জাৱ

 B) Gujarat / গুজাৰাট

 C) Bihar / বিহাৰ

 D) Uttar Pradesh / উত্তৰ প্ৰদেশ

উত্তৰ  - (B) Gujarat / গুজাৰাট

 

16.প্ৰশ্ন -  ' Dandiya Ras ' is a popular folk dance of which state of India ?

                " দান্দিয়া ৰাস " হ'ল ----------------- এক জনপ্ৰিয় লোক নৃত্য ।

 A) Punjab / পাঞ্জাৱ

 B) Gujarat / গুজাৰাট

 C) Bihar / বিহাৰ

 D) Uttar Pradesh / উত্তৰ প্ৰদেশ

উত্তৰ  - (B) Gujarat / গুজাৰাট

 

17.প্ৰশ্ন - ' Ghoomar ' is a popular folk dance of which state of India ?

               " ঘুমাৰ " হ'ল ----------------- এক জনপ্ৰিয় লোক নৃত্য ।

 A) Punjab / পাঞ্জাৱ

 B) Gujarat / গুজাৰাট

 C) Rajasthan / ৰাজস্থান

 D) Bihar / বিহাৰ

উত্তৰ  - (C) Rajasthan / ৰাজস্থান

 

18.প্ৰশ্ন - ' Lavani ' is a popular folk dance of which state of India ?

             " লাভানি " হ'ল ----------------- এক জনপ্ৰিয় লোক নৃত্য ।

 A) Maharashtra / মহাৰাস্ত্ৰ

 B) Gujarat / গুজাৰাট

 C) Rajasthan / ৰাজস্থান

 D) Bihar / বিহাৰ

উত্তৰ  - (A) Maharashtra/ মহাৰাস্ত্ৰ


19.প্ৰশ্ন -  ' Tamasha ' is a popular folk dance of which state of India ?

                " তামাশা " হ'ল ----------------- এক জনপ্ৰিয় লোক নৃত্য ।

 A) Maharashtra / মহাৰাস্ত্ৰ

 B) Gujarat / গুজাৰাট

 C) Rajasthan / ৰাজস্থান

 D) Bihar / বিহাৰ

উত্তৰ  - (A) Maharashtra/ মহাৰাস্ত্ৰ


20.প্ৰশ্ন  - ' Dahikala ' is a popular folk dance of which state of India ?

                " দহিকলা " হ'ল ----------------- এক জনপ্ৰিয় লোক নৃত্য ।

 A) Maharashtra / মহাৰাস্ত্ৰ

 B) Gujarat / গুজাৰাট

 C) Rajasthan / ৰাজস্থান

 D) Bihar / বিহাৰ

উত্তৰ  - (A) Maharashtra/ মহাৰাস্ত্ৰ


21.প্ৰশ্ন -  ' Gafa ' is a popular folk dance of which state of India ?

               " গাফা " হ'ল ----------------- এক জনপ্ৰিয় লোক নৃত্য ।

 A) Maharashtra / মহাৰাস্ত্ৰ

 B) Gujarat / গুজাৰাট

 C) Rajasthan / ৰাজস্থান

 D) Bihar / বিহাৰ

উত্তৰ  -(A) Maharashtra/ মহাৰাস্ত্ৰ


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.