How to take Screenshot in Computer | কম্পিউটাৰ বা লেপটপত ষ্ক্ৰীন শত কেনেকৈ ল'ব

 How to take Screenshot in Computer | কম্পিউটাৰ বা লেপটপত ষ্ক্ৰীন শত কেনেকৈ ল'ব |

আমি হয়তো মোবাইলত ষ্ক্ৰীন শত সকলোৱে ল'ব জানো। কিন্তু, আপুনি আপোনাৰ কম্পিউটাৰ বা লেপটপত ষ্ক্ৰীন শত ল'ব জানেনে।

How to take Screenshot in Computer | কম্পিউটাৰ বা লেপটপত ষ্ক্ৰীন শত কেনেকৈ ল'ব |

আহক, আজি আমি কম্পিউটাৰ বা লেপটপত ষ্ক্ৰীন শত কেনেকৈ ল'ব লাগে তাকে শিকোঁ ।

ষ্ক্ৰীন শত  কি ?

ষ্ক্ৰীন শত  হ'ল আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰ - লেপটপত ল'ব পৰা এটা ছবি ।

আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰ - লেপটপত যিটো কাম কৰি আছে থিক সেই কামটো ভৱিশ্যতৰ বাবে সাচি থ'ব পৰা এখন ছবি, যাক পাছত দৰকাৰ হ'লে আপুনি তাক চাব পাৰে।

ষ্ক্ৰীন শত  কেনেকৈ ল'ব পৰা যায় -

আমি হয়তো মোবাইলত ষ্ক্ৰীন শত সকলোৱে ল'ব জানো। সাধাৰণতে, মোবাইলত ষ্ক্ৰীন শত ল'বলৈ আপুনি পাৱাৰ বাটানটো অলপ বেছি সময় ধৰি ৰাখিলে আপোনাৰ মোবাইলৰ ষ্ক্ৰীনত কিছুমান ওপছন দেখিবলৈ পাব আৰু তাৰেই মাজতেই এটা ওপছন ষ্ক্ৰীন শত (Screenshot) বুলি দেখা পাব। তাত ক্লিক কৰি দিলেই  ষ্ক্ৰীন শত ছেভ নিজে নিজেই মোবাইলত ছেভ হৈ যাব । যদি, আপুনি তাক চাব বিছৰে তেন্তে আপুনি আপনাৰ মোবাইলৰ ফাইললৈ গৈ Picture Folder ৰ ভিতৰত থকা   Screenshot ফোলদাৰৰ ভিতৰত সেই ছবি খন বিছাৰি ল'ব।

কম্পিউটাৰ বা লেপটপত ষ্ক্ৰীন শত -

এতিয়া, কম্পিউটাৰ বা লেপটপত চকেনেকৈ ল'ব। কম্পিউটাৰ বা লেপটপত ষ্ক্ৰীন শত ল'বলৈ হ'লে, কেইবাটাও ব্যৱস্থা আছে । সেই ব্যৱস্থাবোৰৰ বিষয়ে তলত আলোচনা কৰা হ'ল -

১) প্ৰথম ব্যৱস্থাটি হ'ল - যেতিয়াই আপোনাক ষ্ক্ৰীন শতৰ প্ৰয়োজন হয়, তেতিয়া আপুনি আপোনাৰ কম্পিউটাৰৰ কিবোৰ্দত থকা উইনডোজ কী আৰু প্ৰিণ্ট স্কীন ( উইনডোজ কী + প্ৰিণ্ট স্কীন )   বাটনটি একেলগে হেচি ধৰিব লাগিব তেতিয়া নিজে নিজেই আপোনাৰ কম্পিউটাৰ বা লেপটপত ষ্ক্ৰীন শত ছেভ হৈ যাব। আৰু পাছত দৰকাৰ হ'লে তাক চাবৰ বাবে আপুনি যাব লাগিব আপোনাৰ কম্পিউটাৰ বা লেপটপত থকা মাই কম্পিউটাৰলৈ । মাই কম্পিউটাৰলৈ গৈ আপুনি পিকছাৰ নামৰ ফোলদাৰ ওপেন কৰি লৈ তাত থকা Screenshot নামৰ  ফোলদাৰ ওপেন কৰিলেই আপুনি আপোনাৰ ইমেজখন বিছাৰি পাব।

২) দ্বিতিয়তে, যেতিয়াই আপোনাক ষ্ক্ৰীন শতৰ প্ৰয়োজন হয়, তেতিয়া আপুনি আপোনাৰ কম্পিউটাৰৰ কিবোৰ্দত থকা প্ৰিণ্ট স্কীন কীটো অকেলে হেচি ধৰিব আৰু তাৰ পাছত আপুনি আপোনাৰ কম্পিউটাৰ বা লেপটপত  থকা পেইণ্ট এপ্লিকেচনটো খুলি ল'ব আৰু তাৰ পাছত তাত মাথো পেষ্ট ( Ctrl + v ) কৰি দিব । তেতিয়া , দেখিব যে তাত নিজে নিজেই আপোনাৰ ষ্ক্ৰীন শত আহি গৈছে, তাৰ পাছত তাক আপুনি আপোনাৰ ইচ্ছা মতে যতে ইচ্ছা তাতেই তাক চেভ কৰি থব পাৰে।

3) তৃতীয়তে , যেতিয়াই আপোনাক ষ্ক্ৰীন শতৰ প্ৰয়োজন হয়, তেতিয়া আপুনি আপোনাৰ কম্পিউটাৰৰ চাৰ্ছ বক্সলৈ গৈ স্নিপিং টুল (Snipping Tool) বুলি চাৰ্ছ কৰি স্নিপিং টুল এপ্লিকেচনটো খুলি ল'ব । তাৰ পাছত নিউ ওপছনত ক্লিক কৰি আপুনি আপোনাৰ স্ক্ৰিণৰ যিটো অংশৰ  ষ্ক্ৰীন শত ল'ব বিছাৰে তাক চিলেক্ট কৰি ল'ব আৰু চিলেক্ট কৰি লোৱা মাত্ৰকে তাক এৰি দিব, দেখিব Snipping Tool ৰ বক্সটো আপোনা আপুনি আহি গৈছে আৰু তেতিয়া তাত থকা চেভ বাটনত ক্লিক কৰি আপোনাৰ ইচ্ছা মতে তাক যতে ইচ্ছা তাতে চেভ কৰি থব পাৰে।

৪) তাৰোপৰি, আপুনি আপোনাৰ মাইক্ৰোছফত ওফিছৰ ওৱাৰ্ড তো Screenshot ওপছন তো পাব । এম এছ ওৱাৰ্ড ত থকা ইনছাৰ্ট ওপছনত ক্লিক কৰিলে দেখিব তাত Screenshot বুলি এটা ওপছন আছে। তাতেও আপুনি Screenshot ল'ব পাৰে । Screenshot লোৱাৰ আগতে আপুনি যাৰ Screenshot লব বিছাৰিছে  সেইটো খুলি ল'ব আৰু এম এছ ওৱাৰ্ড দুয়োটাই একেলগে খুলি ল'ব। 

গতিকে, ওপৰৰ আলোচনাৰ পৰা আজি আমি বুজি পালো কম্পিউটাৰ বা লেপটপত ষ্ক্ৰীন শত কেনেকৈ ল'ব পাৰি।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.