Computer short notes in Assamese | কম্পিউটাৰৰ চমু প্ৰশ্ন-উত্তৰ
কম্পিউটাৰ কিছুমান অতি দৰকাৰি তথ্য আজিৰ এই লিখনিত প্ৰকাশ কৰা হ'ল
১) প্ৰশ্ন - In MS Word the maximum zoom percentage is ?
MS Word ৰ ক্ষেত্ৰত maximum zoom percentage কিমান ?
উত্তৰ - ৫০০
২) প্ৰশ্ন - In MS Word the minimum zoom percentage is ?
MS Word ৰ ক্ষেত্ৰত minimum zoom percentage কিমান ?
উত্তৰ - ১০
৩) প্ৰশ্ন- In MS Excel the maximum zoom percentage is ?
MS Excel ৰ ক্ষেত্ৰত maximum zoom percentage কিমান ?
উত্তৰ - ৪০০
৪) প্ৰশ্ন- In MS Excel the minimum zoom percentage is ?
MS Excel ৰ ক্ষেত্ৰত minimum zoom percentage কিমান ?
উত্তৰ - ১০
৫) প্ৰশ্ন- In MS Power Point the maximum zoom percentage is ?
MS Word ৰ ক্ষেত্ৰত maximum zoom percentage কিমান ?
উত্তৰ - ৪০০
৬) প্ৰশ্ন - In MS Power Point the minimum zoom percentage is ?
MS Excel ৰ ক্ষেত্ৰত minimum zoom percentage কিমান ?
উত্তৰ - ১০
৭) প্ৰশ্ন -If you press in your Computer Keyboard Ctrl + A than what will happen ?
আপুনি যদি আপোনাৰ কম্পিটাৰৰ কীবোৰ্ডত একেলগে Ctrl + A কীটো হেচি ধৰে তেন্তে কি হ'ব ?
উত্তৰ - Select All (মানে আপুনি যদি আপোনাৰ কম্পিটাৰৰ কীবোৰ্ডত একেলগে Ctrl + A কীটো হেচি ধৰে তেন্তে আপুনি যি কাম কৰি আছে সেই সকলোখিনি Select হৈ যাব । )
৮) প্ৰশ্ন - If you press in your Computer Keyboard Ctrl +B than what will happen ?
আপুনি যদি আপোনাৰ কম্পিটাৰৰ কীবোৰ্ডত একেলগে Ctrl+B কীটো হেচি ধৰে তেন্তে কি হ'ব ?
উত্তৰ - Bold (মানে আপুনি যদি আপোনাৰ কম্পিটাৰৰ কীবোৰ্ডত একেলগে Ctr +B কীটো হেচি ধৰে তেন্তে আপুনি যিটো শব্দ বা বাক্য Select কৰিছে সেই সকলো খিনি বৰ ফলাৰ (Bold) হৈ যাব।
৯) প্ৰশ্ন- Ctrl + C is the key combination to what ?
Ctrl + C এই কীটোক কিহৰ combination বুলি কোৱা হয় ?
উত্তৰ - Copy ( মানে আপুনি যদি আপোনাৰ কম্পিটাৰৰ কীবোৰ্ডত একেলগে Ctrl + C কীটো হেচি ধৰে তেন্তে আপুনি যিটো শব্দ বা বাক্য Select কৰিছে সেই সকলো খিনি (Copy) নকল হৈ পৰিব।
১০) প্ৰশ্ন - Ctrl + I is the key combination to what ?
Ctrl + I এই কীটোক কিহৰ combination বুলি কোৱা হয় ?
উত্তৰ - Italic ( মানে আপুনি যদি আপোনাৰ কম্পিটাৰৰ কীবোৰ্ডত একেলগে Ctrl + I কীটো হেচি ধৰে তেন্তে আপুনি যিটো শব্দ বা বাক্য Select কৰিছে সেই সকলো খিনি (Italic) ইটালীক আখৰৰ হৈ পৰিব।