Computer short notes in Assamese | কম্পিউটাৰৰ চমু প্ৰশ্ন-উত্তৰ

Computer short notes in Assamese | কম্পিউটাৰৰ চমু প্ৰশ্ন-উত্তৰ

 Computer short notes in Assamese | কম্পিউটাৰৰ চমু প্ৰশ্ন-উত্তৰ


কম্পিউটাৰ কিছুমান অতি দৰকাৰি তথ্য আজিৰ এই লিখনিত প্ৰকাশ কৰা হ'ল

১) প্ৰশ্ন - In MS Word the maximum zoom percentage is ?

  MS Word ৰ ক্ষেত্ৰত maximum zoom percentage কিমান ?

উত্তৰ - ৫০০


২) প্ৰশ্ন - In MS Word the minimum zoom percentage is ?

  MS Word ৰ ক্ষেত্ৰত minimum zoom percentage কিমান ? 

উত্তৰ - ১০


৩) প্ৰশ্ন-  In MS Excel the maximum zoom percentage is ?  

   MS Excel ৰ ক্ষেত্ৰত  maximum zoom percentage কিমান ? 

উত্তৰ - ৪০০


৪) প্ৰশ্ন-  In MS Excel the minimum zoom percentage is ?

  MS Excel ৰ ক্ষেত্ৰত  minimum zoom percentage কিমান ? 

উত্তৰ - ১০


৫) প্ৰশ্ন-  In MS Power Point the maximum zoom percentage is ?

  MS Word ৰ ক্ষেত্ৰত maximum zoom percentage কিমান ? 

উত্তৰ - ৪০০


৬) প্ৰশ্ন - In MS Power Point the minimum zoom percentage is ?

  MS Excel ৰ ক্ষেত্ৰত  minimum zoom percentage কিমান ? 

উত্তৰ - ১০


৭) প্ৰশ্ন -If you press in your Computer Keyboard Ctrl + A than what will happen ?

  আপুনি যদি আপোনাৰ কম্পিটাৰৰ কীবোৰ্ডত একেলগে Ctrl + A কীটো হেচি ধৰে তেন্তে কি হ'ব ?

উত্তৰ - Select All (মানে  আপুনি যদি আপোনাৰ কম্পিটাৰৰ কীবোৰ্ডত একেলগে Ctrl + A কীটো হেচি                 ধৰে তেন্তে আপুনি যি কাম কৰি আছে সেই সকলোখিনি Select হৈ যাব । )


৮) প্ৰশ্ন - If you press in your Computer Keyboard Ctrl +B than what will happen ?

      আপুনি যদি আপোনাৰ কম্পিটাৰৰ কীবোৰ্ডত একেলগে Ctrl+B কীটো হেচি ধৰে তেন্তে কি হ'ব ?

উত্তৰ -  Bold (মানে  আপুনি যদি আপোনাৰ কম্পিটাৰৰ কীবোৰ্ডত একেলগে Ctr +B কীটো হেচি ধৰে                  তেন্তে আপুনি যিটো শব্দ বা বাক্য Select কৰিছে সেই সকলো খিনি বৰ ফলাৰ (Bold) হৈ যাব।


৯)  প্ৰশ্ন- Ctrl + C is the key combination to what ?

  Ctrl + C এই কীটোক কিহৰ  combination বুলি কোৱা হয় ?

উত্তৰ - Copy ( মানে  আপুনি যদি আপোনাৰ কম্পিটাৰৰ কীবোৰ্ডত একেলগে Ctrl + C কীটো হেচি ধৰে                 তেন্তে আপুনি যিটো শব্দ বা বাক্য Select কৰিছে সেই সকলো খিনি (Copy) নকল হৈ পৰিব।


১০)  প্ৰশ্ন - Ctrl + I is the key combination to what ?

   Ctrl + I এই কীটোক কিহৰ  combination বুলি কোৱা হয় ?  

উত্তৰ - Italic ( মানে  আপুনি যদি আপোনাৰ কম্পিটাৰৰ কীবোৰ্ডত একেলগে Ctrl + I কীটো হেচি ধৰে                   তেন্তে আপুনি যিটো শব্দ বা বাক্য Select কৰিছে সেই সকলো খিনি (Italic) ইটালীক আখৰৰ হৈ                 পৰিব।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.