Basic Computer knowledge in Assamese | Computer GK in Assamese Language | Computer MCQ in Assamese | Computer question and answer in Assamese | অসমীয়াত কম্পিউটাৰৰ সাধাৰন জ্ঞান

 Basic Computer knowledge in Assamese | Computer GK in Assamese Language | Computer MCQ in  Assamese | Computer question and answer in Assamese | অসমীয়াত কম্পিউটাৰৰ সাধাৰন জ্ঞান

        আজিৰ যুগত কম্পিউটাৰ শিক্ষা হ'ল এক গুৰুত্বপুৰ্ণ বিষয় । কম্পিউটাৰৰ প্ৰাথমিক জ্ঞান থকাতো আজিৰ যুগত সকলোৰে বাবে প্ৰয়োজনিয় । কম্পিউটাৰৰ প্ৰাথমিক জ্ঞান তথা ব্যবহাৰিক জ্ঞান যিহেতু আজিৰ যুগত অতি প্ৰয়োজনিয় সেয়েহে আজিৰ এই লিখনিত কম্পিউটাৰৰ কিছুমান সৰু-বৰ তথ্য-পাতি তথা সাধাৰণ চমু প্ৰশ্ন আৰু ইয়াৰ উত্তৰ আলোচনা কৰা হ'ল।

        তলত কম্পিউটাৰৰ লগত জৰিত কিছুমান সাধাৰণ প্ৰশ্ন আৰু উত্তৰ উল্লেখ কৰা হ'ল -

                তলত কম্পিউটাৰৰ লগত জৰিত কিছুমান প্ৰশ্ন আৰু উত্তৰ আলোচনা কৰা হ'ল , লগতে প্ৰশ্নৰ উত্তৰ সমুহো তলত টেবুল আকাৰত উল্লেখ কৰা হ'ল -



Basic Computer knowledge in Assamese | Computer GK in Assamese Language | Computer MCQ in  Assamese | Computer question and answer in Assamese | অসমীয়াত কম্পিউটাৰৰ সাধাৰন জ্ঞান


  

) কম্পিউটাৰৰ পিতৃ বুলি কাক জনা যায় ?

উত্তৰ - ) চাৰ্লস বেবেজ

      ) অদম ওসবোৰ্ণ

      গ) জন ভন নিউমেন

      ঘ) ওপৰৰ এটাও নহয়


) কম্পিউটাৰৰ মাতৃ বুলি কাক জনা যায় ?

উত্তৰ - ) চাৰ্লস বেবেজ

       খ) অদম ওসবোৰ্ণ

       গ) লেদি আদা লাভৰেণচ

       ঘ) ওপৰৰ এটাও নহয়


) লেপটপ কম্পিউটাৰৰ উদ্ভাৱক বুলি কাক জনা যায় ?

উত্তৰ - ) চাৰ্লস বেবেজ

      খ) অদম ওসবোৰ্ণ

      গ) জন ভন নিউমেন

      ঘ) ওপৰৰ এটাও নহয়


) কম্পিউটাৰৰ কিবোৰ্ড কোনে উদ্ভাৱন কৰে ?

উত্তৰ - ) খ্ৰিস্তোফাৰ লাথম শোলেস

       খ) অদম ওসবোৰ্ণ

       গ) জন ভন নিউমেন

       ঘ) ওপৰৰ এটাও নহয়


) কম্পিউটাৰৰ মাউচ কোনে উদ্ভাৱন কৰে ?

উত্তৰ - ) চাৰ্লস বেবেজ

       খ) অদম ওসবোৰ্ণ

       গ) দৌগ্লস এনজেলবাৰ্ট

       ঘ) ওপৰৰ এটাও নহয়


) কাক কম্পিউটাৰৰ বিজ্ঞানৰ পিতৃ বুলি কোৱা হয় ?

উত্তৰ - ) খ্ৰিস্তোফাৰ লাথম শোলেস

       খ) অদম ওসবোৰ্ণ

       গ) এলন তিউৰিং

       ঘ) ওপৰৰ এটাও নহয়


) প্ৰিণ্টাৰ কোনে উদ্ভাৱন কৰে ?

উত্তৰ - ) খ্ৰিস্তোফাৰ লাথম শোলেস

       খ) জোহন্স গুটেনবাৰ্গ

       গ) এলন তিউৰিং

       ঘ) ওপৰৰ এটাও নহয়


) প্লটাৰ কোনে উদ্ভাৱন কৰে ?

উত্তৰ - ) জোহন্স গুটেনবাৰ্গ

       খ) ৰিমিংটন ৰান্দ

       গ) এলন তিউৰিং

       ঘ) ওপৰৰ এটাও নহয়


) স্কেনাৰ কোনে উদ্ভাৱন কৰে ?

উত্তৰ - ) ৰে কাৰ্জউইল

       খ) ৰিমিংটন ৰান্দ

       গ) এলন তিউৰিং

       ঘ) ওপৰৰ এটাও নহয়


১০) ইনটাৰনেটৰ উদ্ভাৱক বুলি সাধাৰণতে কাক জনা যায় ?

উত্তৰ - ) ৰে কাৰ্জউইল

      খ) ৰিমিংটন ৰান্দ

      গ) ভিনট চাৰ্ফ

      ঘ) ওপৰৰ এটাও নহয়

 

১ ৰ পৰা ১০ লৈ উত্তৰ সমুহ - 


প্ৰশ্ন

উত্তৰ

)

)

)

)

)

)

)

)

)

১০)



১১) ' গুগলৰ ' উদ্ভাৱক বুলি সাধাৰণতে কাক জনা যায় ?

উত্তৰ - ) লেৰি পেজ আৰু চাৰ্জি ব্ৰিন

      খ) ৰিমিংটন ৰান্দ আৰু ভিনট চাৰ্ফ

      গ) ভিনট চাৰ্ফ আৰু ৰিমিংটন ৰান্দ

      ঘ) ওপৰৰ এটাও নহয়


১২) ' য়াহু ' ৰ উদ্ভাৱক বুলি সাধাৰণতে কাক জনা যায় ?

উত্তৰ - ) লেৰি পেজ আৰু চাৰ্জি ব্ৰিন

       খ) জুৰি য়াং আৰু দেভিদ ফিলো

       গ) ভিনট চাৰ্ফ আৰু ৰিমিংটন ৰান্দ

       ঘ) ওপৰৰ এটাও নহয়


১৩) ' টুইটাৰ ' ৰ উদ্ভাৱক বুলি সাধাৰণতে কাক জনা যায় ?

উত্তৰ - ) জেক দৰ্সি

       খ) ভিনট চাৰ্ফ

       গ) ৰিমিংটন ৰান্দ

       ঘ) ওপৰৰ এটাও নহয়


১৪) ‘ WWW ' ৰ উদ্ভাৱক বুলি সাধাৰণতে কাক জনা যায় ?

উত্তৰ - ) লেৰি পেজ

       খ) টিম বাৰ্ণাচ লি

       গ) ভিনট চাৰ্ফ

       ঘ) ওপৰৰ এটাও নহয়


১৫) ' -মেইল ' ৰ উদ্ভাৱক বুলি সাধাৰণতে কাক জনা যায় ?

উত্তৰ - ) সবিৰ ভাটিয়া

       খ) শিৱা আয়াদুৰাই

       গ) ভিনট চাৰ্ফ

       ঘ) ওপৰৰ এটাও নহয়


১৬) ‘ হট-মেইল ' ৰ উদ্ভাৱক বুলি সাধাৰণতে কাক জনা যায় ?

উত্তৰ - ) সবিৰ ভাটিয়া

       খ) শিৱা আয়াদুৰাই

       গ) ভিনট চাৰ্ফ

       ঘ) ওপৰৰ এটাও নহয়


১৭) ‘ Bluetooth ' ৰ উদ্ভাৱক বুলি সাধাৰণতে কাক জনা যায় ?

উত্তৰ - ) সবিৰ ভাটিয়া

       খ) ইৰিকচন

       গ) ভিনট চাৰ্ফ

       ঘ) ওপৰৰ এটাও নহয়


১১ ৰ পৰা ১৭ ৰলৈ উত্তৰ সমুহ -


প্ৰশ্ন

উত্তৰ

১১)

১২)

১৩)

১৪)

১৫)

১৬)

১৭)








Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.