Basic Computer knowledge in Assamese | Computer GK in Assamese Language | Computer MCQ in Assamese | Computer question and answer in Assamese | অসমীয়াত কম্পিউটাৰৰ সাধাৰন জ্ঞান
আজিৰ যুগত কম্পিউটাৰ শিক্ষা হ'ল এক গুৰুত্বপুৰ্ণ বিষয় । কম্পিউটাৰৰ প্ৰাথমিক জ্ঞান থকাতো আজিৰ যুগত সকলোৰে বাবে প্ৰয়োজনিয় । কম্পিউটাৰৰ প্ৰাথমিক জ্ঞান তথা ব্যবহাৰিক জ্ঞান যিহেতু আজিৰ যুগত অতি প্ৰয়োজনিয় সেয়েহে আজিৰ এই লিখনিত কম্পিউটাৰৰ কিছুমান সৰু-বৰ তথ্য-পাতি তথা সাধাৰণ চমু প্ৰশ্ন আৰু ইয়াৰ উত্তৰ আলোচনা কৰা হ'ল।
তলত কম্পিউটাৰৰ লগত জৰিত কিছুমান সাধাৰণ প্ৰশ্ন আৰু উত্তৰ উল্লেখ কৰা হ'ল -
১) কম্পিউটাৰৰ পিতৃ বুলি কাক জনা যায় ?
উত্তৰ - ক) চাৰ্লস বেবেজ
খ) অদম ওসবোৰ্ণ
গ) জন ভন নিউমেন
ঘ) ওপৰৰ এটাও নহয়
২) কম্পিউটাৰৰ মাতৃ বুলি কাক জনা যায় ?
উত্তৰ - ক) চাৰ্লস বেবেজ
খ) অদম ওসবোৰ্ণ
গ) লেদি আদা লাভৰেণচ
ঘ) ওপৰৰ এটাও নহয়
৩) লেপটপ কম্পিউটাৰৰ উদ্ভাৱক বুলি কাক জনা যায় ?
উত্তৰ - ক) চাৰ্লস বেবেজ
খ) অদম ওসবোৰ্ণ
গ) জন ভন নিউমেন
ঘ) ওপৰৰ এটাও নহয়
৪) কম্পিউটাৰৰ কিবোৰ্ড কোনে উদ্ভাৱন কৰে ?
উত্তৰ - ক) খ্ৰিস্তোফাৰ লাথম শোলেস
খ) অদম ওসবোৰ্ণ
গ) জন ভন নিউমেন
ঘ) ওপৰৰ এটাও নহয়
৫) কম্পিউটাৰৰ মাউচ কোনে উদ্ভাৱন কৰে ?
উত্তৰ - ক) চাৰ্লস বেবেজ
খ) অদম ওসবোৰ্ণ
গ) দৌগ্লস এনজেলবাৰ্ট
ঘ) ওপৰৰ এটাও নহয়
৬) কাক কম্পিউটাৰৰ বিজ্ঞানৰ পিতৃ বুলি কোৱা হয় ?
উত্তৰ - ক) খ্ৰিস্তোফাৰ লাথম শোলেস
খ) অদম ওসবোৰ্ণ
গ) এলন তিউৰিং
ঘ) ওপৰৰ এটাও নহয়
৭) প্ৰিণ্টাৰ কোনে উদ্ভাৱন কৰে ?
উত্তৰ - ক) খ্ৰিস্তোফাৰ লাথম শোলেস
খ) জোহন্স গুটেনবাৰ্গ
গ) এলন তিউৰিং
ঘ) ওপৰৰ এটাও নহয়
৮) প্লটাৰ কোনে উদ্ভাৱন কৰে ?
উত্তৰ - ক) জোহন্স গুটেনবাৰ্গ
খ) ৰিমিংটন ৰান্দ
গ) এলন তিউৰিং
ঘ) ওপৰৰ এটাও নহয়
৯) স্কেনাৰ কোনে উদ্ভাৱন কৰে ?
উত্তৰ - ক) ৰে কাৰ্জউইল
খ) ৰিমিংটন ৰান্দ
গ) এলন তিউৰিং
ঘ) ওপৰৰ এটাও নহয়
১০) ইনটাৰনেটৰ উদ্ভাৱক বুলি সাধাৰণতে কাক জনা যায় ?
উত্তৰ - ক) ৰে কাৰ্জউইল
খ) ৰিমিংটন ৰান্দ
গ) ভিনট চাৰ্ফ
ঘ) ওপৰৰ এটাও নহয়
১ ৰ পৰা ১০ লৈ উত্তৰ সমুহ -
প্ৰশ্ন |
উত্তৰ |
---|---|
১) |
ক |
২) |
গ |
৩) |
খ |
৪) |
ক |
৫) |
গ |
৬) |
গ |
৭) |
খ |
৮) |
খ |
৯) |
ক |
১০) |
গ |
১১) ' গুগলৰ ' উদ্ভাৱক বুলি সাধাৰণতে কাক জনা যায় ?
উত্তৰ - ক) লেৰি পেজ আৰু চাৰ্জি ব্ৰিন
খ) ৰিমিংটন ৰান্দ আৰু ভিনট চাৰ্ফ
গ) ভিনট চাৰ্ফ আৰু ৰিমিংটন ৰান্দ
ঘ) ওপৰৰ এটাও নহয়
১২) ' য়াহু ' ৰ উদ্ভাৱক বুলি সাধাৰণতে কাক জনা যায় ?
উত্তৰ - ক) লেৰি পেজ আৰু চাৰ্জি ব্ৰিন
খ) জুৰি য়াং আৰু দেভিদ ফিলো
গ) ভিনট চাৰ্ফ আৰু ৰিমিংটন ৰান্দ
ঘ) ওপৰৰ এটাও নহয়
১৩) ' টুইটাৰ ' ৰ উদ্ভাৱক বুলি সাধাৰণতে কাক জনা যায় ?
উত্তৰ - ক) জেক দৰ্সি
খ) ভিনট চাৰ্ফ
গ) ৰিমিংটন ৰান্দ
ঘ) ওপৰৰ এটাও নহয়
১৪) ‘ WWW ' ৰ উদ্ভাৱক বুলি সাধাৰণতে কাক জনা যায় ?
উত্তৰ - ক) লেৰি পেজ
খ) টিম বাৰ্ণাচ লি
গ) ভিনট চাৰ্ফ
ঘ) ওপৰৰ এটাও নহয়
১৫) ' ই-মেইল ' ৰ উদ্ভাৱক বুলি সাধাৰণতে কাক জনা যায় ?
উত্তৰ - ক) সবিৰ ভাটিয়া
খ) শিৱা আয়াদুৰাই
গ) ভিনট চাৰ্ফ
ঘ) ওপৰৰ এটাও নহয়
১৬) ‘ হট-মেইল ' ৰ উদ্ভাৱক বুলি সাধাৰণতে কাক জনা যায় ?
উত্তৰ - ক) সবিৰ ভাটিয়া
খ) শিৱা আয়াদুৰাই
গ) ভিনট চাৰ্ফ
ঘ) ওপৰৰ এটাও নহয়
১৭) ‘ Bluetooth ' ৰ উদ্ভাৱক বুলি সাধাৰণতে কাক জনা যায় ?
উত্তৰ - ক) সবিৰ ভাটিয়া
খ) ইৰিকচন
গ) ভিনট চাৰ্ফ
ঘ) ওপৰৰ এটাও নহয়
১১ ৰ পৰা ১৭ ৰলৈ উত্তৰ সমুহ -
প্ৰশ্ন |
উত্তৰ |
---|---|
১১) |
ক |
১২) |
খ |
১৩) |
ক |
১৪) |
খ |
১৫) |
খ |
১৬) |
ক |
১৭) |
খ |
|
|
|
|
|
|