A Short notes on Indian States and their Capital in Assamese | ভাৰতৰ ৰাজ্য আৰু ৰাজধানী - এক চমু আলোচনা

 A Short notes on Indian States and their Capital in Assamese | ভাৰতৰ ৰাজ্য আৰু ৰাজধানী - এক চমু আলোচনা


** ভাৰতৰ ৰাজ্য কেইখন আৰু ইয়াৰ ৰাজধানী তথা ভাৰতৰ কেন্দ্ৰীয়         শাসিত অঞ্চলসমুহ আৰু ৰাজধানীৰ বিষয়ে তলত আলোচনা কৰা হ'-

A Short notes on Indian States and their Capital in Assamese | ভাৰতৰ ৰাজ্য আৰু ৰাজধানী - এক চমু আলোচনা



Sl. No.

ৰাজ্য / State

ৰাজধানী / Capital

অসম

দিছপুৰ

অৰুণাচল প্ৰদেশ

ইটানগৰ

মেঘালয়

শিলং

মণিপুৰ

ইম্ফল

মিজোৰাম

আইজল

নাগালেণ্ড

কহিমা

ত্ৰিপুৰা

আগৰতলা

চিকিম

গেংটক

অন্ধ্ৰ প্ৰদেশ

অম্ৰাৱতী

১০

মধ্য প্ৰদেশ

ভুপাল

১১

হিমাচল প্ৰদেশ

শিমলা ( summer capital )

ধৰমশালা ( winter capital )

১২

উত্তৰপ্ৰদেশ

লাক্ষ্ণৌ

১৩

মহাৰাস্ত্ৰ

মুম্বাই

১৪

বিহাৰ

পটনা

১৫

চট্টিছগড়

ৰায়পুৰ

১৬

গুজাৰাট

গান্ধীনগৰ

১৭

গোৱা

পানাজী

১৮

হাৰিয়াণা

চনডিগড়

১৯

পঞ্জাব

চনডিগড়

২০

ঝাৰখন্দ

ৰাঞ্ছি

২১

কৰ্নাটক

বাংগালুৰু

২২

কেৰালা

তিৰুভন্তপুৰম

২৩

ওদিশা

ভুৱনেশ্বৰ

২৪

তামিলনাদু

চেন্নাই

২৫

ৰাজস্থান

জয়পুৰ

২৬

তেলেংগনা

হাইদৰাবাদ

২৭

ৱেষ্টবেংগল

কোলকাতা

২৮

উত্তৰাখন্দ

দেহৰাদুন






** ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমুহ আৰু ৰাজধানীৰ বিষয়ে তলত         আলোচনা কৰা হ'-


Sl. No.

কেন্দ্ৰীয় শাসিত অঞ্চল / Union Territory

ৰাজধানী / Capital

দিল্লী

নিউ দিল্লী

আন্দামান আৰু নিকোৱৰ দ্বিপপুঞ্জ

পোৰ্টব্লেয়াৰ

চন্দিগড়

চন্দিগড়

দাদৰ আৰু নগৰ হাৱেলি

আৰু

দমন আৰু দিউ


দমন

জম্মু আৰু কাশ্মিৰ

শ্ৰীনগৰ ( summer capital )

জম্মু ( winter capital )

লাদাখ

লেহ

লক্ষাদ্বিপ

কাভাৰত্তি

পুদুছেৰী

পন্দীছেৰী





        ওপৰৰ লিখনিত ভাৰতৰ ৰাজ্য আৰু তাৰ ৰাজধানী সমুহৰ এক চমু আলোচনা কৰা হ'ল। ওপৰৰ আলোচনাত উল্লেখ কৰা হৈছে ভাৰতৰ আঠাইশ খন ৰাজ্য আৰু তাৰ লগতে আঠ খন কেন্দ্ৰিয় শাসিত অঞ্ছল আৰু তাৰ ৰাজধানী। কিছুমান ৰাজ্য আৰু তাৰ ৰাজধানীৰ খেত্ৰত আপুনি দেখিবলৈ পাব যে সেই ৰাজ্য আৰু তাৰ ৰাজধানীৰ  শীতকালীন আৰু গ্ৰিশ্মকালীন ৰাজধানীবোৰ বেলেগ বেলেগ হয়।



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.