A Short notes on Indian States and their Capital in Assamese | ভাৰতৰ ৰাজ্য আৰু ৰাজধানী - এক চমু আলোচনা
** ভাৰতৰ ৰাজ্য কেইখন আৰু ইয়াৰ ৰাজধানী তথা ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমুহ আৰু ৰাজধানীৰ বিষয়ে তলত আলোচনা কৰা হ'ল -
Sl. No. |
ৰাজ্য / State |
ৰাজধানী / Capital |
---|---|---|
১ |
অসম |
দিছপুৰ |
২ |
অৰুণাচল প্ৰদেশ |
ইটানগৰ |
৩ |
মেঘালয় |
শিলং |
৪ |
মণিপুৰ |
ইম্ফল |
৫ |
মিজোৰাম |
আইজল |
৬ |
নাগালেণ্ড |
কহিমা |
৭ |
ত্ৰিপুৰা |
আগৰতলা |
৮ |
চিকিম |
গেংটক |
৯ |
অন্ধ্ৰ প্ৰদেশ |
অম্ৰাৱতী |
১০ |
মধ্য প্ৰদেশ |
ভুপাল |
১১ |
হিমাচল প্ৰদেশ |
শিমলা ( summer capital ) ধৰমশালা ( winter capital ) |
১২ |
উত্তৰপ্ৰদেশ |
লাক্ষ্ণৌ |
১৩ |
মহাৰাস্ত্ৰ |
মুম্বাই |
১৪ |
বিহাৰ |
পটনা |
১৫ |
চট্টিছগড় |
ৰায়পুৰ |
১৬ |
গুজাৰাট |
গান্ধীনগৰ |
১৭ |
গোৱা |
পানাজী |
১৮ |
হাৰিয়াণা |
চনডিগড় |
১৯ |
পঞ্জাব |
চনডিগড় |
২০ |
ঝাৰখন্দ |
ৰাঞ্ছি |
২১ |
কৰ্নাটক |
বাংগালুৰু |
২২ |
কেৰালা |
তিৰুভন্তপুৰম |
২৩ |
ওদিশা |
ভুৱনেশ্বৰ |
২৪ |
তামিলনাদু |
চেন্নাই |
২৫ |
ৰাজস্থান |
জয়পুৰ |
২৬ |
তেলেংগনা |
হাইদৰাবাদ |
২৭ |
ৱেষ্টবেংগল |
কোলকাতা |
২৮ |
উত্তৰাখন্দ |
দেহৰাদুন |
|
|
|
** ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমুহ আৰু ৰাজধানীৰ বিষয়ে তলত আলোচনা কৰা হ'ল -
Sl. No. |
কেন্দ্ৰীয় শাসিত অঞ্চল / Union Territory |
ৰাজধানী / Capital |
---|---|---|
১ |
দিল্লী |
নিউ দিল্লী |
২ |
আন্দামান আৰু নিকোৱৰ দ্বিপপুঞ্জ |
পোৰ্টব্লেয়াৰ |
৩ |
চন্দিগড় |
চন্দিগড় |
৪ |
দাদৰ আৰু নগৰ হাৱেলি আৰু দমন আৰু দিউ
|
দমন |
৫ |
জম্মু আৰু কাশ্মিৰ |
শ্ৰীনগৰ ( summer capital ) জম্মু ( winter capital ) |
৬ |
লাদাখ |
লেহ |
৭ |
লক্ষাদ্বিপ |
কাভাৰত্তি |
৮ |
পুদুছেৰী |
পন্দীছেৰী |
|
|
|
ওপৰৰ লিখনিত ভাৰতৰ ৰাজ্য আৰু তাৰ ৰাজধানী সমুহৰ এক চমু আলোচনা কৰা হ'ল। ওপৰৰ আলোচনাত উল্লেখ কৰা হৈছে ভাৰতৰ আঠাইশ খন ৰাজ্য আৰু তাৰ লগতে আঠ খন কেন্দ্ৰিয় শাসিত অঞ্ছল আৰু তাৰ ৰাজধানী। কিছুমান ৰাজ্য আৰু তাৰ ৰাজধানীৰ খেত্ৰত আপুনি দেখিবলৈ পাব যে সেই ৰাজ্য আৰু তাৰ ৰাজধানীৰ শীতকালীন আৰু গ্ৰিশ্মকালীন ৰাজধানীবোৰ বেলেগ বেলেগ হয়।