এ টি এম কাৰ্ড , ডেবিত কাৰ্ড আৰু ক্ৰেডিত কাৰ্ড ৰ মাজত পাৰ্থ্যক কি(What is ATM Card, Debit Card and Credit Card in Assamese)

 What is ATM Card, Debit Card and Credit Card in Assamese| এ টি এম কাৰ্ড , ডেবিত কাৰ্ড আৰু ক্ৰেডিত কাৰ্ড ৰ মাজত পাৰ্থ্যক কি?


তলৰ আলোচনাত এ টি এম কাৰ্ড , ডেবিত কাৰ্ড আৰু ক্ৰেডিত কাৰ্ড ৰ মাজত পাৰ্থ্যক কি আৰু এই কাৰ্ডবোৰৰ ব্যবহাৰ কেনেদৰে কৰা হয় সেই সম্পৰ্কে অলোচনা কৰা হ'ল।


    এ টি এম কাৰ্ড , ডেবিত কাৰ্ড আৰু ক্ৰেডিত কাৰ্ড এই তিনিওখন কাৰ্ডৰ উদ্দেশ্য আৰু ব্যৱহাৰ বেলেগ বেলেগ ধৰণে কৰা হয়। সাধাৰণেতে আজিকালি প্ৰত্যেক ব্যক্তিৰ বেংকৰ একাউণ্ট থাকেই, সেয়েহে প্ৰত্যেকৰেই হয়তো এই কাৰ্ডবোৰৰ মাজত এখন আছেই। গতিকে, এই কাৰ্ডবোৰৰ ব্যৱহাৰ আৰু কাম নো কি আৰু লাভ-লোকচান কি সেই বিষয়ে আলোচনা কৰো আহক।


    What is ATM Card, Debit Card and Credit Card in Assamese


    What is ATM Card, Debit Card and Credit Card in Assamese. এ টি এম কাৰ্ড , ডেবিত কাৰ্ড আৰু ক্ৰেডিত কাৰ্ড ৰ মাজত পাৰ্থ্যক কি সেই বিষয়ে আলোচনা কৰো আহক।

    এ টি এম কাৰ্ড ( ATM CARD)

    এ টি এম ( ATM) ৰ সম্পুৰ্ন  অৰ্থ হ'ল Automated Teller Machine. পোন প্ৰথম বাৰৰ বাবে এই এ টি এম কাৰ্ড ব্যৱহাৰ হৈছিল। এ টি এম কাৰ্ড ৰ ব্যৱহাৰ হৈছিল কেৱল মাত্ৰ টকা উলিওৱাৰ বাবেহে। অৰ্থাত, আপুনি এ টি এম কাৰ্ড ব্যৱহাৰ কৰি কেৱল মাত্ৰ এ টি এম মেচিনৰ দ্বাৰা টকা উলিয়াবহে পাৰিব। ইয়াক কোনো ধৰণৰ online transaction ৰ কাৰণে ব্যৱহাৰ কৰিৱ নোৱাৰে। এ টি এম কাৰ্ডত ৰূপে, ৱিচা নাইবা মাস্তাৰ কাৰ্ডৰ কোনো লোগো নাথাকে। এই কাৰ্ড আপোনা বেংক একাউনটতৰ লগত লিংক হৈ থাকে আৰু আপোনাৰ বেংক একাউন্তত যিমান টকা থাকে সিমানখিনিহে উলিয়াব পাৰে। ইয়াৰ জৰিয়তে আপুনি কোনো অনলাইন পেমেণ্ট কৰিব নোৱাৰে। গতিকে আমি বুজিলো যে এ টি এম কাৰ্ডৰ কাম অতি সিমিত।


    ডেবিত কাৰ্ড ( Debit Card ) 

    ডেবিত কাৰ্ড ( Debit Card ) এই কাৰ্ড বোৰ দেখাত এ টি এম কাৰ্ডৰ দৰেই। কিন্তু এই কাৰ্ডৰ সন্মুখ ভাগত ৰূপে, ৱিচা নাইবা মাস্তাৰ কাৰ্ডৰ কোনোটি লোগো থাকে। এই কাৰ্ডৰ দ্বাৰা আপুনি এ টি এম মেচিনৰ পৰা টকা উলিয়াবতো পাৰেই ইয়াক আকৌ অনলাইন পেমেণ্ট কৰাৰ বাবেও বব্যহাৰ কৰিব পাৰে । এই কাৰ্ডৰ দ্বাৰা আপুনি স্বৱাইপ মেচিনত স্বাৱাইপ কৰি পেমেণ্ট কৰিব পাৰে, যিটো আমি সাধাৰণেতে আজিকালি বিভিন্ন স্বপিং মল, বিভিন্ন সৰু ডাঙৰ দোকান আদিত পেমেণ্ট কৰো বা কৰা দেখা পাও।


    ক্ৰেডিত কাৰ্ড ( Credit Card ) 

    ক্ৰেডিত কাৰ্ড ( Credit Card ) এই কাৰ্ড বোৰ দেখাত  ডেবিত কাৰ্ডৰ দৰেই আৰু এই কাৰ্ডৰ সন্মুখ ভাগত ৰূপে, ৱিচা নাইবা মাস্তাৰ কাৰ্ডৰ কোনোটি লোগো থাকে। কিন্তু আপুনি ইয়াক এ টি এম মেচিনৰ পৰা টকা উলিয়াবলৈ ব্যৱহাৰ কৰিব নোৱাৰে। ইয়াক অনলাইন পেমেণ্ট কৰাৰ বাবে বব্যহাৰ কৰিব পাৰে । সাধাৰণতে এই কাৰ্ড যিকোনো বেংক একাউণ্ট হোলদাৰকে প্ৰদান কৰা দেখা নাযায় ।এই কাৰ্ডৰ দ্বাৰা বেংকে কিছু টকা কাৰ্ড হোলদাৰক লোন হিচাবে দিয়ে । আৰু কাৰ্ড হোলদাৰে ইয়াক সময় মতে বেংকত জমা দিব লাগে। টকা পৰিসোধ কৰাত বিলম্ব হলে বেংকে অতিৰিক্ত টকা আদাই কৰিবও পাৰে।


    গতিকে , আমি ইয়াৰ দ্বাৰা বুজি পালো যে, আটাই কেইখন কাৰ্ড দেখাত একেই হলেও ইয়াৰ কাম আৰু ব্যৱহাৰ বেলেগ বেলেগ হয়। এই কাৰ্ডবোৰৰ সুবিধা অনেক কিন্তু এই কাৰ্ডবোৰৰ ব্যৱহাৰ কাৰিয়ে কাৰ্ডৰ ( পিন নম্বৰ/ চি ভি ভি ) আদিৰ ক্ষেত্ৰত গোপনিয়তা অবলম্বন কৰা দৰকাৰ।





    অধিক তথ্যৰ বাবে






    Post a Comment

    0 Comments
    * Please Don't Spam Here. All the Comments are Reviewed by Admin.