কিছুমান ইংৰাজী শব্দ আৰু ইয়াৰ অসমীয়া অৰ্থ | Some best English word and their Assamese meaning | Best English word and Assamese meaning | Easy English to Assamese Translation | Assamese word meaning

 নিন্মলিখিত তালিকা সমুহত কিছুমান ইংৰাজীৰ বৰ দৰকাৰি শব্দৰ অসমীয়া অৰ্থ উল্লেখ কৰা হ'ল । কিছুমান ইংৰাজী  শব্দ আৰু ইয়াৰ অসমীয়া অৰ্থ  (Some best English word and their Assamese meaning ), Best English word and Assamese meaning , Easy English to Assamese Translation, Assamese word meaning.


Some best English word and their Assamese meaning | Best English word and Assamese meaning | Easy English to Assamese Translation | Assamese word meaning

কিছুমান ইংৰাজী  শব্দ আৰু ইয়াৰ অসমীয়া অৰ্থ | Some best English word and their Assamese meaning | Best English word and Assamese meaning | Easy English to Assamese Translation | Assamese word meaning


কিছুমান ইংৰাজী শব্দৰ অসমীয়া অৰ্থ - Some best English word and their Assamese meaning

তলত কিছুমান দৰকাৰি ইংৰাজী শব্দৰ অসমীয়া অৰ্থ উল্লেখ কৰাৰ বাবে যত্ন কৰা হ'ল ।

Contents


Relatives

তলৰ তালিকাত সম্বন্ধ জনিত (Relatives) কিছু ইংৰাজী শব্দৰ অসমীয়া অৰ্থ উল্লেখ কৰা হ'ল -



ইংৰাজী শব্দ

অসমীয়া শব্দ


Nephew

ভতিজা


Niece

ভতিজী


Infant / Baby

শিশু


Boy / Lad

'ৰা


Girl / Lass

ছোৱালী


Widow

বিধবা


Widower

বৰলা


Younger-Brother

ভাই


Elder-Brother

ককাই / দাদা


Younger-Sister

ভনী


Elder-Sister

বাই / বাইদেউ


Grand- Son

নাতি


Grand-Daughter

নাতিনী


Grand-Father

ককাদেউতা / আতা


Grand-Mother

আইতা / আবু


Great Grand-Father

আজু ককা


Great Grand-Mother

আজু আই


Father-in-law

শহুৰ


Mother-in-law

শাহু


Brother-in-law

ভিনিহি / ভিনদেউ


Sister-in-law

শালী


Daughter-in-law

বোৱাৰী


Son-in-law

জোঁৱাই





***     আপোনাৰ যদি ওপৰৰ তালিকাখন সম্পুৰ্ণকৈ আপোনাৰ মোবাইলত চোৱাত কিছু অসুবিধা হৈছে , তেন্তে আপুনি আপোনাৰ মোবাইল ফোনতো  Auto-Rotate কৰি নাইবা মোবাইল ফোনতোৰ Right Side ত থকা তিনিটা ডতত ক্লিক কৰি  Desktop Mode  কৰি ললে তালিকাখন সম্পুৰ্ণকৈ চোৱাত সুবিধা পাব ।

Bird Related


তলৰ তালিকাত  চৰাই সম্বন্ধিয় ( Bird Related ) কিছু ইংৰাজী শব্দৰ অসমীয়া অৰ্থ উল্লেখ কৰা হ'ল
-



ইংৰাজী শব্দ

অসমীয়া শব্দ


Bird

চৰাই


Birdie

চৰাইৰ পোৱালী / সৰু চৰাই


Nestling

সৰু চৰাই


Pigeon

পাৰ


Pea-cock

'ৰা / ময়ুৰ


Pea-hen

মাইকী ম'ৰা / ময়ুৰ


Ostrich

উট চৰাই


Cuckoo

কুলি চৰাই


Crow

কাউৰী


Duck

মাইকী পাতিহাঁহ


Drake

মতা পাতিহাঁহ


Mallard

বনৰীয়া পাতিহাঁহ


Goose

মাইকী ৰাজহাঁহ


Gander

ৰাজহাঁহ


Sparrow

ঘৰ চিৰিকা


Bat / Flying fox

বাদুলি


Dove

কপৌ


Kite

চিলনি


Parrot

ভাটৌ


Owl

ফেঁচা


Vulture

শগুণ


Adjutant

হাড়গিলা


Heron

বগলি


Nightingale

ভীমৰাজ পক্ষী


King fisher

মাছৰোকা চৰাই


Robin

বুলবুল চৰাই









Animal


তলৰ তালিকাত জীৱ-জন্তু ( Animal )সম্বন্ধিয় কিছু ইংৰাজী শব্দৰ অসমীয়া অৰ্থ উল্লেখ কৰা হ'ল -



ইংৰাজী শব্দ

অসমীয়া শব্দ


Reptile

সৰীসৃপ প্ৰাণী যি প্ৰাণীয়ে বুকুৰে খোজ কাঢ়ে


Mammal

স্তন্যপায়ী জীৱ


Aquatic Animal

পানীত থকা জন্তু


Domestic Animal

ঘৰচীয়া জন্তু


Quadruped Animal

চাৰিঠেঙীয়া জন্তু


Ferocious Animal

হিংস্ৰ জন্তু


Wild Animal

বনৰীয়া জন্তু


Snake / Serpent

সাপ


Python

অজগৰ সাপ


Cobra

ফেটি সাপ


Shark

হাঙ্গৰ


Whale

তিমি


Worm

পেলু কীট


Earth-Worm

কেঁচু


Maw-Worm

কৃমি পেলু


Lizard

জেঠি


Leech

জোঁক


Centipede

Millipede

সৰু বিছা চেলা

কেৰেলুৱা


Scorpion

বিছা


Crocodile

ঘৰিয়াল


Tortoise

কাছ


Snail

শামুক কুমজেলুকা


Crab

কেঁকোৰা


Frog

বেং ভকুলী


Conch

শঙ্খ


Caterpillar

গছৰ পাত খোৱা পোক


Tiger

বাঘ


Cub

বাঘৰ পোৱালি


Leopard

নাহৰফুটুকী বাঘ


Wolf

কুকুৰনেচীয়া বাঘ


Tigress

বাঘিনী


Lion

সিংহ


Cub

সিংহৰ পোৱালি


Lioness

সিংহী


Sheep

ভেড়া ছাগলী


Lamb

ভেড়াৰ পোৱালি


Ram

মতা ভেড়া ছাগলী


Ewe

মাইকী ভেড়া ছাগলী


Goat

ছাগলী


Kid

ছাগলি পোৱালি


He-goat

মতা ছাগলী


She-goat

মাইকী ছাগলী


Cow

গৰু


Calf

গৰু পোৱালি


Milch Cow

খীৰতী গাই গাখীৰ দিয়া গাই


Cat

মেকুৰী


Kitten

মেকুৰী পোৱালি


Dog

কুকুৰ


Puppy

কুকুৰৰ পোৱালি


Hound

চিকাৰী কুকুৰ চিকাৰৰ সময়ত ব্যৱহাৰ কৰা কুকুৰ


Bitch

মাইকী কুকুৰ


Horse

ঘোঁৰা


Colt

ঘোঁৰাৰ পোৱালি


Mare

মাইকী ঘোঁৰা


Bull / Ox

বলদ ষাঁড় গৰু


Fox / Jackal

শিয়াল


Boar / Hog

গাহৰী


Sow

মাইকী গাহৰী


Bear

ভালুক


Mouse

নিগনি


Rhinoceros

গঁড়


Hippopotamus

জলহস্তী


Deer / Stag / Hart

হৰিণা


Hind / Roe

হৰিণী


Squirrel

কেৰ্কেটুৱা


Camel

উট


Elephant

হাতী


Elephant Calf

হাতী পোৱালি


Hare

শহাপহু


Mongoose

নেউল


Porcupine

কেটেলা পহু


Spider                            

মকৰা


Grass-Hopper

Mosquito

Fly

ফড়িং

ম'হ

মাখি





Trees and Plants 


তলৰ তালিকাত বিভিন্ন ধৰণৰ গছ-গছনি ( Trees and Plants )সম্বন্ধিয় কিছু ইংৰাজী শব্দৰ অসমীয়া অৰ্থ উল্লেখ কৰা হ'ল -



ইংৰাজী শব্দ

অসমীয়া শব্দ


Plant

গছপুলি


Grass

ঘাঁহ


Tree

গছ


Root

শিপা


Creeper

লতা


Twig

সৰু ডাল


Trunk

গা-গছ


Coconut Tree

নাৰিকল গছ


Peepal Tree

আহত গছ


Palm tree

তাল গছ


Date-palm tree

খেজুৰ গছ


Jack tree

কঁঠাল গছ


Tamarind Tree

তেঁতেলি গছ


Betel-nut Tree

তামোল গছ


Sandal Tree

চন্দন গছ


Sanders

ৰঙা চন্দন


Paddy Plant

ধান গছ


Jute plant

মৰাপাট গছ


Sugar-cane

কুঁহিয়াৰ গছ


Tea-plant

চাহ গছ


Acacia Tree

বাবুল গছ


Bamboo Tree

বাঁহ গছ


Cane

বেত


Pine Tree

দেবৰাৰু গছ


Silk-cotton-Tree

শিমলু গছ


Teak Tree

চেগুন গছ


Fig Tree

ডিমৰু গছ






Days Related


তলৰ তালিকাত  দিন-বাৰ  ( Day ) সম্বন্ধে  কিছু ইংৰাজী শব্দৰ অসমীয়া অৰ্থ উল্লেখ কৰা হ'ল -



ইংৰাজী শব্দ

অসমীয়া শব্দ


Monday

সোমবাৰ


Tuesday

মঙ্গল


Wednesday

বুধবাৰ


Thursday

বৃহস্প্তিবাৰ


Friday

শুক্ৰবাৰ


Saturday

শনিবাৰ


Sunday

ৰবিবাৰ দেওবাৰ





Season


তলৰ তালিকাত  কাল ( Season ) সম্বন্ধিয় কিছু ইংৰাজী শব্দৰ অসমীয়া অৰ্থ উল্লেখ কৰা হ'ল -


অসমীয়া শব্দ

ইংৰাজী শব্দ


গ্ৰীস্ম কাল

Summer season


বৰ্ষা কাল

Rainy season


শৰৎকাল

Autumn season


হেমন্ত কাল

Dewy season


শীত কাল

Winter season


বসন্ত কাল

Spring season




 ***     আপোনাৰ যদি ওপৰৰ তালিকাখন সম্পুৰ্ণকৈ আপোনাৰ মোবাইলত চোৱাত কিছু অসুবিধা হৈছে , তেন্তে আপুনি আপোনাৰ মোবাইল ফোনতো  Auto-Rotate কৰি নাইবা মোবাইল ফোনতোৰ Right Side ত থকা তিনিটা ডতত ক্লিক কৰি  Desktop Mode  কৰি ললে তালিকাখন সম্পুৰ্ণকৈ চোৱাত সুবিধা পাব ।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.