500 + Best English word meaning in Assamese | English to Assamese translation | অসমীয়া ইংৰাজী অনুবাদ | অসমীয়া ইংৰাজী শব্দ ভান্দাৰ | ইংৰাজী শব্দৰ অসমীয়া অৰ্থ

আজিৰ এই লেখনিত কিছু ইংৰাজী শব্দ আৰু তাক অসমীয়াত কি বুলি কোৱা হ'য় দেই সম্বন্ধে আলোচনা কৰা হ'ল ।


Best English word meaning in Assamese | English to Assamese translation

500 + Best English word meaning in Assamese | English to Assamese translation| অসমীয়া ইংৰাজী অনুবাদ | অসমীয়া ইংৰাজী শব্দ ভান্দাৰ | ইংৰাজী শব্দৰ অসমীয়া অৰ্থ

আজিৰ এই লেখনিত কিছু ইংৰাজী শব্দ আৰু তাক অসমীয়াত কি বুলি কোৱা হ'য় দেই সম্বন্ধে আলোচনা কৰা হ'ল ।


ইংৰাজী শব্দ আৰু অসমীয়া অৰ্থ -



ইংৰাজী শব্দ

অসমীয়া শব্দ


Emperor

সম্ৰাট


Empress

সম্ৰাজ্ঞী


Empire

সাম্ৰাজ্য


Prince

ৰাজপুত্ৰ


Princess

ৰাজকণ্যা


Palace

ৰাজপ্ৰসাদ


Monarchy

ৰাজতন্ত্ৰ


Democracy

গনতন্ত্ৰ


Applause

প্ৰশংসা


Sympathy

সহনুভুতি


Treachery

বিশ্বাসঘাতকতা


Uprightness

ন্যায়পৰায়নতা


Cheerfulness

প্ৰফুল্লতা


Delight

আনন্দ


Famine

দুৰ্ভিক্ষ






Loom

তাঁতশাল


Spinning wheel

যঁতৰ


Spade

কোৰ


Plough

নাঙল


Plane

ৰান্দা


Saw

কৰত


Axe

কুঠাৰ


Needle

বেজী / গজাল









Country

দেশ


Continent

মহাদেশ


Province

প্ৰদেশ


Island

দ্বীপ


Peninsula

উপদ্বীপ


Delta

-দ্বীপ


Archipelago

দ্বীপপুঞ্জ


Coast

উপকূল


Bay / Gulf

উপসাগৰ


Peak / Summit

শৃংগ


Plateau

মালভুমি


Jungle / Wood

বন / জংঘল


Oasis

মৰূদ্যান


Meadow / Field

পথাৰ


Town

নগৰ


City

মহানগৰ


River

নদী


Rivulet

সৰু নদী


Lake

হ্ৰদ


Tributary

উপনদী


Pond

সৰু পুখুৰী


Tank

ডাঙৰ পুখুৰী


Waterfall

Spring

Cataract

ঝৰণা বা নিজৰা


Air

বায়ু


Breeze

মৃদু বতাহ


Storm

ধুমুহা


Comet

ধুমকেতু


Thunder

বজ্ৰপাত


Flow-tide

জোৱাৰ


Ebb-tide

ভাটা


Eclipse

গ্ৰহণ


Solar Eclipse

সূৰ্য্য গ্ৰহণ


Lunar Eclipse

চন্দ্ৰ গ্ৰহণ


Worship

পূজা


Prayer

প্ৰৰ্থনা


Vesper

সান্ধ্য প্ৰৰ্থনা


Dusk

Twilight

গধুলি








মানুহৰ দেহৰ অঙ্গ – প্ৰত্যঙ্গ নাম



ইংৰাজী শব্দ

অসমীয়া শব্দ


Body

শৰীৰ


Head

মূৰ


Skull

মূৰৰ লাওখলা


Skeleton

কঙ্কাল


Hair

চুলি


Fur

নোম


Beard

ডাঢ়ি


Moustache

গোঁফ


Brain

মগজু


Palate

তালু


Fore-head

কপাল


Face

মুখ্মন্দল


Nose

নাক


Nostril

নাকৰ বিন্ধা


Ear

কাণ


Ear-Lobe

কাণৰ লতি


Ear-box

কাণৰ বিন্ধা


Ear-hole

কাণৰ বিন্ধা


Eye

চকু


Pupil

চকুৰ মণি


Eye-ball

চকুৰ পুতলী


Eye-lid

চকুৰ পতা


Eye-lash

চকুৰ পতাৰ নোম


Eye-brow

চকুৰ ভ্ৰূ / চেলাউৰি


Mouth

মুখ


Face

মখমন্দল


Tooth

দাঁত


Gum

দাঁতৰ আলু


Tonsil

আলজিভা


Cheek

গাল


Chin

ঠুটৰি


Tongue

জিহ্বা


Shoulder

কান্ধ


Back

পিঠি


Lip

ওঠ


Upper-lip

ওপৰৰ ওঠ


Lower-lip

তলৰ ওঠ


Neck

ডিঙি / গল


Throat

ডিঙিৰ নলি


Nape

গলধন


Hand

হাত


Arm

বাহু


Right-hand

সোঁহাত


Left-hand

বাওঁহাত


Palm

হাতৰ তলৱা


Elbow

কিলাকুটি


Finger

আঙুলি


Thumb

বুঢ়া আঙুলি


Index-finger

তৰ্জ্জনী আঙুলি


Middle-finger

মধ্যমা আঙুলি


Ring-finger

আনামিকা আঙুলি


Little-finger

কেনা / কেঁক্ৰা আঙুলি


Nail

নখ


Fist

হাতৰ মুঠি


Knuckles

আঙুলিৰ গাঠি


Corn

নখচন্দ্ৰ


Leg

ভৰি


Sole

ভৰিৰ তলুৱা


Toe

ভৰিৰ আঙুলি


Big-toe

Great-toe

ভৰিৰ বুঢ়া আঙুলি


Shank

ভৰিৰ ঠাৰি


Knee

আঁঠু


Knee-cap

আঁঠুৰ আবৰণ


Knee-pan

আঁঠুৰ ঘিলা


Ankle

ভৰিৰ গাঁঠি


Calf

ভৰিৰ ডিমা


Heel

গোৰোহা


Heart

হৃদয় / কলিজা


Lungs

হাওঁফাওঁ


Liver

যকৃত


Stomach

পকস্থলী


Belly

ওপৰ পেট


Abdomen

তলপেট


Blood

তেজ


Bone

হাড়


Rib

বুকুৰ হাড়


Thigh

উৰু


Kidney

মুত্ৰাশয়


Intestines

নাড়ীভুড়ি


Armpit

কাষলতি


Vein

সিৰ


Breath

উসাহ-নিশাহ


Chest

Bosom

বুকু


Sweat

ঘাম


Spittle

থুই


Muscle

মাংসপেশী


Wrist

কঁকাল / কোমৰ


Skin

গাৰ ছাল


Back-bone

ৰাজহাড়


Artery

ধমনী


Pulse

নাড়ী


Marrow

মজ্জা









Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.