তলৰ লিখনিত 50+ অসমৰ জনপ্ৰিয় ব্যক্তি আৰু তেওঁলোকৰ ছদ্মনাম famous Assamese personalities with their pen names or pseudonyms. কেইগৰকীমান প্ৰখ্যাত ব্যক্তি আৰু তেওঁলোকৰ জনপ্ৰিয় নাম আলোচনা কৰা হ'ল । অসমৰ কেইগৰাকীমান জনপ্ৰিয় ব্যক্তি, কবি, সাহিত্যক, তথা বিভিন্ন দিশত জনপ্ৰিয় ব্যক্তিৰ ছদ্মনাম ( pseudonyms/ pen name ) তলৰ লিখনিত প্ৰশ্ন আৰু উত্তৰ আকাৰত উল্লেখ কৰা হ'ল ।
50+অসমৰ জনপ্ৰিয় ব্যক্তি আৰু তেওঁলোকৰ ছদ্মনাম famous Assamese personalities with their pen names or pseudonyms | 50+ অসমৰ জনপ্ৰিয় ব্যক্তি আৰু তেওঁলোকৰ ছদ্মনাম| অসমৰ কেইগৰকীমান প্ৰখ্যাত ব্যক্তি আৰু তেওঁলোকৰ জনপ্ৰিয় নাম।
১। " প্ৰতিমাৰ খনিকৰ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - চন্দ্ৰকুমাৰ আগৰৱালা ।
২। " উপন্যাস সম্ৰাট " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - ৰজনীকান্ত বৰদলৈ ।
৩। " কলাগুৰু " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - বিষ্ণুপ্ৰসাদ ৰাভা ।
৪। " বিহগী কবি " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - ৰঘুনাথ চৌধাৰী ।
৫। " ৰসৰাজ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - লক্ষ্মীনাথ বেজবৰুৱা ।
লক্ষ্মীনাথ বেজবৰুৱা দেৱক " সাহিত্যৰথী " বুলিও কোৱা হয় ।
৬। " ৰুপকোৱঁৰ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - জ্যোতিপ্ৰসাদ আগৰৱালা ।
৭। " নটসূৰ্য " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - ফণী শৰ্মা ।
৮। " লোকপ্ৰিয় " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - গোপীনাথ বৰদলৈ ।
৯। " লোকনায়ক " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - অমিয় কুমাৰ দাস ।
১০। " লোকবন্ধু " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - ডা: ভূৱনেশ্বৰ বৰুৱা ।
১১। " অসম কেশৰী "কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - অম্বিকাগিৰী ৰায়চৌধুৰী ।
১২। " সিংহ পুৰুষ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - ৰাধাগোৱিন্দ বৰুৱা ।
১৩। " জ্ঞানমালিনীৰ কবি " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - মফিজুদ্দিন আহমদ হাজৰিকা ।
১৪। " ধ্বনি কবি " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - বিনন্দ চন্দ্ৰ বৰুৱা ।
১৫। " কৰ্মবীৰ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - নবীনচন্দ্ৰ বৰদলৈ।
১৬। " অগ্নিকবি " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - কমলাকান্ত ভট্টচাৰ্য ।
১৭। " বকুলবনৰ কবি " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - আনন্দ চন্দ্ৰ বৰুৱা ।
১৮। " বনফুলৰ কবি "কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - যতীন্দ্ৰনাথ দুৱৰা ।
১৯। " বনকোঁৱৰ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - আনন্দিৰাম দাস ।
২০। " ত্যাগবীৰ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - হেমচন্দ্ৰ বৰুৱা।
২১। " বীৰবালা " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - কনকলতা ।
২২। " বিদ্ৰোহী/বিপ্লৱী কবি " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - প্ৰসন্নলাল চৌধুৰী ।
২৩। " দেশপ্ৰাণ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - লক্ষ্মীধৰ শৰ্মা ।
২৪। " অগ্নিকবি " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - কমলাকান্ত ভট্টাচাৰ্য ।
২৫। " লৌহ মানৱ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - বিষ্ণুৰাম মেধি ।
২৬। " পাপৰিৰ কবি " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - গণেশ চন্দ্ৰ গগৈ ।
২৭। " শেৱালি কবি " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - ৰত্নকান্ত বৰকাকতি ।
২৮। " সুগন্ধি পখিলাৰ কবি " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - হীৰেণ ভট্টাচাৰ্য ।
হীৰেণ ভট্টাচাৰ্য দেৱক " প্ৰেম আৰু ৰ'দালিৰ কবি " বুলিও জনা যায়।
২৯। " প্ৰেম আৰু ৰ'দালিৰ কবি " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - হীৰেণ ভট্টাচাৰ্য ।
৩০। " অতিন্দ্ৰিয়বাদী কবি " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - নলিনীবালা দেৱী
নলিনীবালা দেৱীক " ৰহস্যবাদী কবি " বুলিও জনা যায় ।
৩১। " ভাঙনি কোঁৱৰ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - আনন্দ চন্দ্ৰ আগৰৱালা ।
৩২। " দেশভক্ত " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - তৰুণৰাম ফুকন ।
৩৩। " গীতিকবি " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - পাৰ্বতি প্ৰসাদ বৰুৱা ।
৩৪। " লোকনায়ক " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - অমিয় কুমাৰ দাস ।
৩৫। " লুইত কোঁৱৰ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - ৰুদ্ৰ বৰুৱা ।
৩৬। " শোণিত কোঁৱৰ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - গজেন বৰুৱা ।
৩৭। " কবিতা কোঁৱৰ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - অম্বেশ্বৰ চেতিয়া ফুকন ।
৩৮। " সাহিত্য ৰত্ন " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - চন্দ্ৰধৰ বৰুৱা ।
৩৯। " নিজৰাৰ কবি " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - শৈলধৰ ৰাজখোৱা ।
৪০। " অসম গৌৰৱ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - হেম বৰুৱা ।
৪১। " বাগ্মীবৰ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - নীলমণি ফুকন ।
৪২। " কাব্য ভাৰতী " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - ধৰ্মেশ্বৰী দেৱী বৰুৱানী ।
৪৩। " জিকিৰ সম্ৰাট " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - ৰেকিবুদ্দিন আহমেদ ।
৪৪। " প্ৰাচ্য পণ্ডিত " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - কৃষ্ণকান্ত সন্দিকৈ ।
৪৫। " সেউজ কোঁৱৰ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - পৰাগধৰ চলিহা ।
৪৬। " অসমৰ বেকন " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - সত্যনাথ বৰা ।
৪৭। " ৰঙাজিয়াৰ কবি " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - মহিম বৰা ।
৪৮। " অভিনয়াচাৰ্য " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - ব্ৰজনাথ শৰ্মা ।
৪৯। " জননায়ক " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - দেৱেশ্বৰ শৰ্মা ।
৫০। " নাট্য প্ৰভাকৰ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - সত্য প্ৰসাদ বৰুৱা ।
৫১। " খৰিকাজাইৰ কবি " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - ভবানন্দ ৰাজখোৱা ।
৫২। " সুধাকণ্ঠ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - ড: ভুপেন হাজৰিকা ।
৫৩। " লুইত কণ্ঠ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?
উত্তৰ - জুবিন গাৰ্গ ।