50+অসমৰ জনপ্ৰিয় ব্যক্তি আৰু তেওঁলোকৰ ছদ্মনাম famous Assamese personalities with their pen names or pseudonyms

তলৰ লিখনিত 50+ অসমৰ জনপ্ৰিয় ব্যক্তি আৰু তেওঁলোকৰ ছদ্মনাম famous Assamese personalities with their pen names or pseudonyms. কেইগৰকীমান প্ৰখ্যাত ব্যক্তি আৰু তেওঁলোকৰ জনপ্ৰিয় নাম আলোচনা কৰা হ'ল । অসমৰ কেইগৰাকীমান জনপ্ৰিয় ব্যক্তি, কবি, সাহিত্যক, তথা বিভিন্ন দিশত জনপ্ৰিয় ব্যক্তিৰ ছদ্মনাম ( pseudonyms/ pen name ) তলৰ লিখনিত প্ৰশ্ন আৰু উত্তৰ আকাৰত উল্লেখ কৰা হ'ল ।

Famous Assamese Personalities and their pseudonyms

50+অসমৰ জনপ্ৰিয় ব্যক্তি আৰু তেওঁলোকৰ ছদ্মনাম famous Assamese personalities with their pen names or pseudonyms | 50+ অসমৰ জনপ্ৰিয় ব্যক্তি আৰু তেওঁলোকৰ ছদ্মনাম| অসমৰ কেইগৰকীমান প্ৰখ্যাত ব্যক্তি আৰু তেওঁলোকৰ জনপ্ৰিয় নাম।


১। " প্ৰতিমাৰ খনিকৰ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - চন্দ্ৰকুমাৰ আগৰৱালা


২। " উপন্যাস সম্ৰাট " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - ৰজনীকান্ত বৰদলৈ


৩। " কলাগুৰু " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - বিষ্ণুপ্ৰসাদ ৰাভা


৪। " বিহগী কবি " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - ৰঘুনাথ চৌধাৰী


৫। " ৰসৰাজ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - লক্ষ্মীনাথ বেজবৰুৱা

            লক্ষ্মীনাথ বেজবৰুৱা দেৱক " সাহিত্যৰথী " বুলিও কোৱা হয় ।


৬।  " ৰুপকোৱঁৰ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - জ্যোতিপ্ৰসাদ আগৰৱালা


৭। " নটসূৰ্য " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - ফণী শৰ্মা


৮। " লোকপ্ৰিয় " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - গোপীনাথ বৰদলৈ


৯। " লোকনায়ক " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - অমিয় কুমাৰ দাস


১০। " লোকবন্ধু " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - ডা: ভূৱনেশ্বৰ বৰুৱা


১১। " অসম কেশৰী "কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - অম্বিকাগিৰী ৰায়চৌধুৰী


১২। " সিংহ পুৰুষ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - ৰাধাগোৱিন্দ বৰুৱা


১৩। " জ্ঞানমালিনীৰ কবি " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - মফিজুদ্দিন আহমদ হাজৰিকা


১৪। " ধ্বনি কবি " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - বিনন্দ চন্দ্ৰ বৰুৱা


১৫। " কৰ্মবীৰ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - নবীনচন্দ্ৰ বৰদলৈ


১৬। " অগ্নিকবি " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - কমলাকান্ত ভট্টচাৰ্য


১৭। " বকুলবনৰ কবি " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - আনন্দ চন্দ্ৰ বৰুৱা


১৮। " বনফুলৰ কবি "কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - যতীন্দ্ৰনাথ দুৱৰা


১৯। " বনকোঁৱৰ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - আনন্দিৰাম দাস


২০। " ত্যাগবীৰ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - হেমচন্দ্ৰ বৰুৱা


২১। " বীৰবালা " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - কনকলতা


২২। " বিদ্ৰোহী/বিপ্লৱী কবি " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - প্ৰসন্নলাল চৌধুৰী


২৩। " দেশপ্ৰাণ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - লক্ষ্মীধৰ শৰ্মা


২৪। " অগ্নিকবি " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - কমলাকান্ত ভট্টাচাৰ্য


২৫। " লৌহ মানৱ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - বিষ্ণুৰাম মেধি


২৬। " পাপৰিৰ কবি " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - গণেশ চন্দ্ৰ গগৈ ।


২৭। " শেৱালি কবি " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - ৰত্নকান্ত বৰকাকতি


২৮। " সুগন্ধি পখিলাৰ কবি " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - হীৰেণ ভট্টাচাৰ্য ।

            হীৰেণ ভট্টাচাৰ্য দেৱক " প্ৰেম আৰু ৰ'দালিৰ কবি " বুলিও জনা যায়।


২৯।  " প্ৰেম আৰু ৰ'দালিৰ কবি " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - হীৰেণ ভট্টাচাৰ্য


৩০। " অতিন্দ্ৰিয়বাদী কবি "  কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ -  নলিনীবালা দেৱী

             নলিনীবালা দেৱীক " ৰহস্যবাদী কবি " বুলিও জনা যায় ।


৩১।  " ভাঙনি কোঁৱৰ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - আনন্দ চন্দ্ৰ আগৰৱালা ।


৩২। " দেশভক্ত "  কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - তৰুণৰাম ফুকন


৩৩। " গীতিকবি "  কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - পাৰ্বতি প্ৰসাদ বৰুৱা


৩৪। " লোকনায়ক "  কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - অমিয় কুমাৰ দাস


৩৫। " লুইত কোঁৱৰ " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - ৰুদ্ৰ বৰুৱা


৩৬। " শোণিত কোঁৱৰ "  কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - গজেন বৰুৱা


৩৭। " কবিতা কোঁৱৰ "  কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - অম্বেশ্বৰ চেতিয়া ফুকন


৩৮। " সাহিত্য ৰত্ন " কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - চন্দ্ৰধৰ বৰুৱা


৩৯। " নিজৰাৰ কবি "  কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - শৈলধৰ ৰাজখোৱা


৪০। " অসম গৌৰৱ "  কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - হেম বৰুৱা


৪১। " বাগ্মীবৰ "  কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - নীলমণি ফুকন ।


৪২। " কাব্য ভাৰতী "  কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - ধৰ্মেশ্বৰী দেৱী বৰুৱানী ।


৪৩। " জিকিৰ সম্ৰাট "  কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - ৰেকিবুদ্দিন আহমেদ


৪৪। " প্ৰাচ্য পণ্ডিত "  কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - কৃষ্ণকান্ত সন্দিকৈ ।


৪৫। " সেউজ কোঁৱৰ "  কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - পৰাগধৰ চলিহা


৪৬। " অসমৰ বেকন "  কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - সত্যনাথ বৰা


৪৭। " ৰঙাজিয়াৰ কবি "  কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - মহিম বৰা ।


৪৮। " অভিনয়াচাৰ্য "  কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - ব্ৰজনাথ শৰ্মা


৪৯। " জননায়ক "  কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - দেৱেশ্বৰ শৰ্মা ।


৫০। " নাট্য প্ৰভাকৰ "  কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - সত্য প্ৰসাদ বৰুৱা ।


৫১। " খৰিকাজাইৰ কবি "  কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - ভবানন্দ ৰাজখোৱা ।


৫২। " সুধাকণ্ঠ "  কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - ড: ভুপেন হাজৰিকা


৫৩। " লুইত কণ্ঠ "  কোনগৰাকী ব্যক্তিৰ ছদ্মনাম ?

উত্তৰ - জুবিন গাৰ্গ



 
Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.