50+ Famous Assamese Books and Author in Assamese Literature | অসমীয়া
সাহিত্য জগতৰ লোকপ্ৰিয় গ্ৰন্থ
আৰু লেখক-লেখিকা
আজিৰ এই লেখনিত অসমীয়া সাহিত্য জগতৰ কেইখনমান লোকপ্ৰিয় গ্ৰন্থ আৰু লেখক-লেখিকা ৰ নাম আলোচনা কৰা হ'ল।
তলত গ্ৰন্থ আৰু লেখক-লেখিকা ৰ নাম অন্তৰ্ভুক্ত কৰা হ'ল -
👉 Some Life Changing Books you need to Read
ক্ৰমিক নম্বৰ |
গ্ৰন্থৰ নাম |
লেখক / লেখিকা
|
১ |
অঘৰী আত্মাৰ কাহিনী |
চৈয়দ আব্দুল মালিক |
২ |
মামৰে ধৰা তৰোৱাল |
ড° মামণি ৰয়ছম গোস্বামী |
৩ |
আধালেখা দস্তবেজ |
ড° মামণি ৰয়ছম গোস্বামী |
৪ |
ইয়াৰুইঙ্গম |
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য |
৫ |
বনফুল |
যতীন্দ্ৰ নাথ দুৱৰা |
৬ |
বেদনাৰ উল্কা |
অম্বিকাগিৰী ৰায়চৌধুৰী |
৭ |
আহুতি |
অম্বিকাগিৰী ৰায়চৌধুৰী |
৮ |
অলকানন্দা |
নলিনীবালা দেৱী |
৯ |
ককাদেউতাৰ হাড় |
নৱকান্ত বৰুৱা |
১০ |
পিতা-পুত্ৰ |
হোমেন বৰগোহাঞি |
১১ |
পাতাল ভৈৰৱী |
লক্ষীনন্দন বৰা |
১২ |
পৃথিৱীৰ অসুখ |
যোগেশ দাস |
১৩ |
শইচৰ পথাৰ মানুহ |
হীৰেন ভট্টাচাৰ্য |
১৪ |
মধুপুৰ বহু দুৰ |
শীলভদ্ৰ |
১৫ |
এধানি মাহীৰ হাঁহী |
মহিম বৰা |
১৬ |
আন্ধাৰত নিজৰ মুখ |
নগেন শইকীয়া |
১৭ |
অন্তৰীপ |
ভবেন্দ্ৰ নাথ শইকীয়া |
১৮ |
অশান্ত ইলেকট্ৰন |
সৌৰভ কুমাৰ চলিহা |
১৯ |
অসমীয়া ল'ৰাৰ মিত্ৰ |
আনন্দৰাম ঢেকিয়াল ফুকন |
২০ |
অসীমত যাৰ হেৰাল সীমা |
কাঞ্চন বৰুৱা |
২১ |
লিতিকাই |
লক্ষ্মীনাথ বেজবৰুৱা |
২২ |
পাচনি |
লক্ষ্মীনাথ বেজবৰুৱা |
২৩ |
নোমল |
লক্ষ্মীনাথ বেজবৰুৱা |
২৪ |
চিকৰপতি নিকৰপতি |
লক্ষ্মীনাথ বেজবৰুৱা |
২৫ |
অনুৰাধাৰ দেশ |
ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী |
২৬ |
কাঠনিবাৰী ঘাট |
মহিম বৰা |
২৭ |
দেও লাংখুই |
ৰীতা চৌধুৰী |
২৮ |
দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা |
ড° মামণি ৰয়ছম গোস্বামী |
২৯ |
সুগন্ধি পখিলা ( কবিতা পুথি ) |
হীৰেণ ভট্টাচাৰ্য |
৩০ |
মেকং নৈ দেখিলোঁ |
হেম বৰুৱা |
৩১ |
হালধীয়া চৰায়ে বাওধান খায় |
হোমেন বৰগোহাঞি |
৩২ |
হস্তীবিদ্যাৰ্ণৱ |
সুকুমাৰ বৰকাইথ |
৩৩ |
অছমীয়া আৰু ইংৰাজী অভিধান |
মাইলছ ব্ৰনছন |
৩৪ |
ইজৰাইল |
হেম বৰুৱা |
৩৫ |
কথা গুৰুচৰিত |
ৰামচৰণ ঠাকুৰ |
৩৬ |
কদম কলি |
লক্ষ্মীনাথ বেজবৰুৱা |
৩৭ |
কেঁহোকলি |
লক্ষ্মীনাথ বেজবৰুৱা |
৩৮ |
পদুম কুঁৱৰী |
লক্ষ্মীনাথ বেজবৰুৱা |
৩৯ |
নিমাতী কইনা |
জ্যোতিপ্ৰসাদ আগৰৱালা |
৪০ |
জ্ঞানমালিনী |
মফিজুদ্দিন আহমদ হাজৰিকা |
৪১ |
কেতেকী |
ৰঘুনাথ চৌধাৰী |
৪২ |
মাকাম |
ৰীতা চৌধুৰী |
৪৩ |
মিৰি জীয়ৰী |
ৰজনীকান্ত বৰদলৈ |
৪৪ |
হৃদয় এক বিজ্ঞাপন |
অনুৰাধা শৰ্মা পূজাৰী |
৪৫ |
ওমৰ তীৰ্থ |
যতীন্দ্ৰ নাথ দুৱৰা |
৪৬ |
নীলকণ্ঠী ব্ৰজ |
ড° মামণি ৰয়ছম গোস্বামী |
৪৭ |
এই সময় সেই সময় |
ৰীতা চৌধুৰী |
৪৮ |
মায়াবৃত্ত |
ৰীতা চৌধুৰী |
৪৯ |
সাউদৰ পুতেকে নাও মেলি যায় |
হোমেন বৰগোহাঞি |
৫০ |
বনফুল |
যতীন্দ্ৰ নাথ দুৱৰা |
৫১ |
বেদনাৰ উল্কা |
অম্বিকাগিৰী ৰায়চৌধুৰী |
৫২ |
আহুতি |
অম্বিকাগিৰী ৰায়চৌধুৰী |
৫৩ |
বুঢ়ীআইৰ সাধু |
লক্ষ্মীনাথ বেজবৰুৱা |
৫৪ |
ৰং মিলিৰ হাঁহি |
ৰংবং তেৰাং |
|
|
|
|
|
|
**** ওপৰৰ চাৰ্তখন যদি আপোনালোকে আপোনালোকৰ মোবাইলত চোৱাত অসুবিধা পাইছে , তেন্তে আপোনালোকে আপোনালকৰ মোবাইলৰ সোঁদিশত থকা ( Three dot ) ত ক্লিক কৰি Desktop Site/Desktop Mode কৰি ল'ব । নাইবা , মোবাইল ফোনটো Auto rotate কৰি ললে সম্পুৰ্ণ চাৰ্তখন চোৱাত সুবিধা হ'ব।