50+ Famous Assamese Books and Author in Assamese Literature অসমীয়া সাহিত্য জগতৰ লোকপ্ৰিয় গ্ৰন্থ আৰু লেখক-লেখিকা

 
50+ Famous Assamese Books and Author in Assamese Literature | অসমীয়া সাহিত্য জগতৰ লোকপ্ৰিয় গ্ৰন্থ আৰু লেখক-লেখিকা

আজিৰ এই লেখনিত অসমীয়া সাহিত্য জগতৰ কেইখনমান লোকপ্ৰিয় গ্ৰন্থ আৰু লেখক-লেখিকা ৰ নাম আলোচনা কৰা হ'ল।



তলত গ্ৰন্থ আৰু লেখক-লেখিকা ৰ নাম অন্তৰ্ভুক্ত কৰা হ'-


50+ Famous Assamese Books and Author in Assamese Literature

👉     Some Life Changing Books you need to Read

ক্ৰমিক নম্বৰ

গ্ৰন্থৰ নাম

লেখক / লেখিকা


অঘৰী আত্মাৰ কাহিনী

চৈয়দ আব্দুল মালিক

মামৰে ধৰা তৰোৱাল

° মামণি ৰয়ছম গোস্বামী

আধালেখা দস্তবেজ

° মামণি ৰয়ছম গোস্বামী

ইয়াৰুইঙ্গম

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

বনফুল

যতীন্দ্ৰ নাথ দুৱৰা

বেদনাৰ উল্কা

অম্বিকাগিৰী ৰায়চৌধুৰী

আহুতি

অম্বিকাগিৰী ৰায়চৌধুৰী

অলকানন্দা

নলিনীবালা দেৱী

ককাদেউতাৰ হাড়

নৱকান্ত বৰুৱা

১০

পিতা-পুত্ৰ

হোমেন বৰগোহাঞি

১১

পাতাল ভৈৰৱী

লক্ষীনন্দন বৰা

১২

পৃথিৱীৰ অসুখ

যোগেশ দাস

১৩

শইচৰ পথাৰ মানুহ

হীৰেন ভট্টাচাৰ্য

১৪

মধুপুৰ বহু দুৰ

শীলভদ্ৰ

১৫

এধানি মাহীৰ হাঁহী

মহিম বৰা

১৬

আন্ধাৰত নিজৰ মুখ

নগেন শইকীয়া

১৭

অন্তৰীপ

ভবেন্দ্ৰ নাথ শইকীয়া

১৮

অশান্ত ইলেকট্ৰন

সৌৰভ কুমাৰ চলিহা

১৯

অসমীয়া ল'ৰাৰ মিত্ৰ

আনন্দৰাম ঢেকিয়াল ফুকন

২০

অসীমত যাৰ হেৰাল সীমা

কাঞ্চন বৰুৱা

২১

লিতিকাই

লক্ষ্মীনাথ বেজবৰুৱা

২২

পাচনি

লক্ষ্মীনাথ বেজবৰুৱা

২৩

নোমল

লক্ষ্মীনাথ বেজবৰুৱা

২৪

চিকৰপতি নিকৰপতি

লক্ষ্মীনাথ বেজবৰুৱা

২৫

অনুৰাধাৰ দেশ

ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী

২৬

কাঠনিবাৰী ঘাট

মহিম বৰা

২৭

দেও লাংখুই

ৰীতা চৌধুৰী

২৮

দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা

° মামণি ৰয়ছম গোস্বামী

২৯

সুগন্ধি পখিলা ( কবিতা পুথি )

হীৰেণ ভট্টাচাৰ্য

৩০

মেকং নৈ দেখিলোঁ

হেম বৰুৱা

৩১

হালধীয়া চৰায়ে বাওধান খায়

হোমেন বৰগোহাঞি

৩২

হস্তীবিদ্যাৰ্ণৱ

সুকুমাৰ বৰকাইথ

৩৩

অছমীয়া আৰু ইংৰাজী অভিধান

মাইলছ ব্ৰনছন

৩৪

ইজৰাইল

হেম বৰুৱা

৩৫

কথা গুৰুচৰিত

ৰামচৰণ ঠাকুৰ

৩৬

কদম কলি

লক্ষ্মীনাথ বেজবৰুৱা

৩৭

কেঁহোকলি

লক্ষ্মীনাথ বেজবৰুৱা

৩৮

পদুম কুঁৱৰী

লক্ষ্মীনাথ বেজবৰুৱা

৩৯

নিমাতী কইনা

জ্যোতিপ্ৰসাদ আগৰৱালা

৪০

জ্ঞানমালিনী

মফিজুদ্দিন আহমদ হাজৰিকা

৪১

কেতেকী

ৰঘুনাথ চৌধাৰী

৪২

মাকাম

ৰীতা চৌধুৰী

৪৩

মিৰি জীয়ৰী

ৰজনীকান্ত বৰদলৈ

৪৪

হৃদয় এক বিজ্ঞাপন

অনুৰাধা শৰ্মা পূজাৰী

৪৫

ওমৰ তীৰ্থ

যতীন্দ্ৰ নাথ দুৱৰা

৪৬

নীলকণ্ঠী ব্ৰজ

° মামণি ৰয়ছম গোস্বামী

৪৭

এই সময় সেই সময়

ৰীতা চৌধুৰী

৪৮

মায়াবৃত্ত

ৰীতা চৌধুৰী

৪৯

সাউদৰ পুতেকে নাও মেলি যায়

হোমেন বৰগোহাঞি

৫০

বনফুল

যতীন্দ্ৰ নাথ দুৱৰা

৫১

বেদনাৰ উল্কা

অম্বিকাগিৰী ৰায়চৌধুৰী

৫২

আহুতি

অম্বিকাগিৰী ৰায়চৌধুৰী

৫৩

বুঢ়ীআইৰ সাধু

লক্ষ্মীনাথ বেজবৰুৱা

৫৪

ৰং মিলিৰ হাঁহি

ৰংবং তেৰাং









****  ওপৰৰ চাৰ্তখন যদি আপোনালোকে আপোনালোকৰ মোবাইলত চোৱাত অসুবিধা পাইছে , তেন্তে আপোনালোকে আপোনালকৰ মোবাইলৰ সোঁদিশত থকা ( Three dot ) ত ক্লিক কৰি Desktop Site/Desktop Mode কৰি ল'ব । নাইবা , মোবাইল ফোনটো Auto rotate কৰি ললে সম্পুৰ্ণ চাৰ্তখন চোৱাত সুবিধা হ'ব।





Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.