আজিৰ এই লিখনিত অসমীয়া ব্যাকৰণৰ লিংগ ( Gender in Assamese Linga pulinga and strilinga ) সম্পৰ্কে আলোচনা কৰা হ'ল। অসমীয়া ব্যাকৰণত লিংগ এক অতি দৰকাৰি অধ্যায় । সেয়েহে আজিৰ এই লিখনিত লিংগ সম্বন্ধে এক লিখনি যুগুতোৱা হ'ল । আজিৰ এই আলোচনাত লিংগ কি , ইয়াৰ প্ৰকাৰ কি কি আদি সম্পৰ্কে আলোচনা কৰা হ'ল। তাৰোপৰি পুলিংগ আৰু স্ত্ৰিলিংগ সম্পৰ্কে বিভিন্ন ধৰণৰ আলোচনা কৰা হ'ল । গতিকে, আজিৰ এই আলোচনাত লিংগ কি আৰু ই কেই প্ৰকৰৰ সেই সম্পৰ্কে বিতং কৈ উদাহৰনৰ সৈতে আলোচনা কৰা হ'ল ।
Gender in Assamese | Assamese Gender Linga Pulinga and Strilinga
অসমীয়া ব্যাকৰণ - লিংগলিংগ কি ?
ব্যাকৰণত পুৰুষ - স্ত্ৰী ৰ প্ৰভেদ বুজোৱা চিনেই হৈছে লিংগ ।
লিংগৰ প্ৰকাৰ
লিংগ চাৰি প্ৰকাৰৰ -
১। পুংলিংগ - যিবোৰ শব্দই পুৰুষ বুজাই, তেনে শব্দক পুংলিংগ বোলা হয়।
যেনে - ছাত্ৰ, দেওতা, ল'ৰা, শিক্ষক ইত্যাদি।
২। স্ত্ৰীলিংগ - যিবোৰ শব্দই স্ত্ৰী বা মাইকী বুজাই, তেনে শব্দক স্ত্ৰীলিংগ বোলা হয়।
যেনে - ছাত্ৰী, মা, ছোৱালী , শিক্ষয়িত্ৰী ইত্যাদি।
৩। ক্লিব লিংগ - যিবোৰ শব্দই পুৰুষ - মহিলাৰ প্ৰভেদ নুবুজাই সেইবোৰ শব্দই হ'ল ক্লিব লিংগ ।
যেনে - গছ, তৰা, কিতাপ, ঘৰ ইত্যাদি।
৪। উভয় লিংগ - যিবোৰ শব্দই পুৰুষ বা স্ত্ৰী বুজালেও শব্দটোলৈ চালে পুৰুষ নে স্ত্ৰী একো বুজিব নোৱাৰি, তেনে শব্দবোৰক উভয় লিংগ বুলুব পাৰি।
যেনে - মানুহ, ছাগলি, তুমি, তোমালোক, তেওঁ ইত্যাদি।
পুলিংগ আৰু স্ত্ৰীলিংগ ৰ উদাহৰণ
তলত কিছুমান শব্দৰ পুলিংগ আৰু স্ত্ৰীলিংগ শব্দ উল্লেখ কৰা হ'ল ।
পুংলিংগ স্ত্ৰীলিংগ
অকঁৰা ------------------ আকঁৰী
অজলা ------------------ আজলী
অভগা ----------------- অভাগী
আতা --------------------- আবু
ককা ------------------ আইতা
ককাইদেউ ------------ নবৌ
শৰ -------------------- ভেলেঙী
বলদ,বলধ------------- গাই
বিদ্বান ----------------- বিদুষী
শিক্ষক ---------------- শিক্ষয়িত্ৰী
মুনি ------------------- তিৰোতা
ষোড়শ ---------------- ষোড়শী
তাৱৈ ------------------ আমৈ
কিন্নৰ ----------------- কিন্নৰী
বৰলা ------------------ বাৰী, বিধবা
পেহা ------------------ পেহী
পৈ -------------------- ঘৈনী
পো ------------------- জী , বোৱাৰী
প্ৰিয়তম -------------- প্ৰিয়তমা
গগৈ ----------------- আইচু
গুৱাল --------------- গুৱালনী
চপনীয়া ------------- চপনী
ভদীয়া --------------- ভাদৈ
নৰ্তক ---------------- নৰ্তকী
নায়ক --------------- নায়িকা
নিলাজ -------------- নিলাজি
পগলা --------------- পাগলি
ৰান্ধনি --------------- ৰান্ধনী
বাঘ ------------------ বাঘীনী
মানব ---------------- মানবী
জেঠা ---------------- জেঠী
পাত্ৰ ----------------- পাত্ৰী
চপল ---------------- চপলা
কণা ----------------- কাণী
কমাৰ --------------- কমাৰণী
কান্দুৰা -------------- কন্দুৰী
খোৰা ---------------- খোৰী
ডেকা ---------------- গভৰু
গোঁসাই -------------- গোঁসানী
বৰুৱা ---------------- বৰুৱানী
কলিতা -------------- কলিতানী
ক'লা ---------------- ক'লী
কলা ----------------- কালৰী
দেউতা -------------- আই
পঞ্চদশ ------------- পঞ্চদশী
দৰা ----------------- কইনা
বন্দী ---------------- বেটা
দমৰা --------------- চেঁউৰী
কোঁৱৰ ------------- কুঁৱৰী
পাঠক -------------- পাঠিকা
কৰ্তা ---------------- কৰ্ত্ৰী
দদাই --------------- খুৰী, খুড়ী
দন্দুৰা -------------- দন্দুৰী
দঁতাল -------------- মাখুন্দী
দাতা --------------- দাত্ৰী
দেৱ ---------------- দেৱী
ধোৱা --------------- ধুবুনী
অধ্যাপক ---------- অধ্যাপিকা
মহা ---------------- মাহী
পখৰা -------------- পখৰী
অভিনেতা --------- অভিনেত্ৰী
বালক ------------- বালিকা
কিশোৰ ----------- কিশোৰী
শহুৰ -------------- শাহু
লেখক ------------ লেখিকা
ভিনিহি ----------- বাই
বৈষ্ণৱ ------------ বৈষ্ণৱী
বোন্দা ------------ জাঁই
কহাঁৰ ------------ কহাঁৰণী
ফুকন ------------ফুকননী
ভকত ------------ ভকতনী
কলিতা ----------- কলিতানী
নাতী ------------- নাতিনী
নাগ ------------- নাগিনী
কোৱা ----------- কাউৰী
গোলাম --------- বান্দী
ঘঁৰিয়াল -------- জলগুই
মগনিয়াৰ ------ মাগনী
বালক ---------- বালিকা
সম্ৰাট ----------- সম্ৰাজ্ঞ
কোৱা ---------- কাউৰী
ল'ৰা --------------ছোৱালী
ৰজা --------------- ৰাণী
ডেকা ----------- গাভৰু
দেওৰ ----------- জা
সি --------------- তাই
বামুণ ------------- বামুণী
ৰাজকুমাৰ -------- ৰাজকুমাৰী
টেঙৰ ------------ টেঙৰী
হৰিণ ------------- হৰিণী
কাউৰ -------------- কাউৰী
কজলা ------------- কাজলী
পঠা -------------- পাঠী
ৰঙা ------------ ৰাঙী
বগা -------------- বগী
খোৰা ------------ খুৰী
জেঠা ------------ জেঠাই
কেঁৰা ----------- কেঁৰী
লিগিৰা ----------- লিগিৰী
বেঙা ------------- বেঙী
ফেঁচা ----------- ফেঁচী
বেটা ---------- বেটী
ভেকোলা -------- ভেঁকুলী
হিন্দু ----------- হিন্দুৱনী
ডাক্তৰ ------------ ডাক্তৰণী
হাকিম ------------ হাকিমনী
চোৰ ------------- চুৰুণী
মাষ্টৰ ------------ মাষ্টৰনী
নাতি ------------- নাতিনী
পণ্ডিত ------------- পণ্ডিতনী
বৰা ------------- বৰাণী
আধুনিক --------- আধুনিক
আৰ্য -------------আৰ্যা
কোকিল -------------- কোকিলা
শুদ্ৰ ----------- শুদ্ৰা
প্ৰথম ---------- প্ৰথমা
সদস্য ---------- সদস্যা
মাননীয় --------- মাননীয়া
সুশীল ---------- সুশীলা
তনয় ----------- তনয়া
সম্পাদক ------- সম্পাদিকা
লেখক ---------- লেখিকা
বৃত ------------ বৃতা
সাধক ---------- সাধিকা
পাত্ৰ --------- --- পাত্ৰী
তনু ------------ তন্বী
বিহগ ----------- বিহগী
ৰাক্ষস --------- ৰাক্ষসী
শ্বেতাঙ্গ -------- শ্বেতাঙ্গী
পিশাচ ----------- পিশাচী
গুৰু ------------ গুৰ্ব্বী
সুন্দৰ ----------- সুন্দৰী
সাধু ----------- সাধ্বী
মাতুল ----------- মাতুলানী
শিৱ ------------ শিৱানী
পূজনীয় ------------ পূজনীয়া
প্ৰেয়স ------------- প্ৰেয়সী
শ্ৰদ্ধেয় --------------শ্ৰদ্ধেয়া
সভ্য -----------------সভ্যা
পৰিত্যক্ত ---------- পৰিত্যক্তা
বিশিষ্ট ---------------- বিশিষ্টা
বৃদ্ধ ---------------বৃদ্ধা
শিষ্য ------------ শিষ্যা
ঠেহুলা ----------- ঠেহুলী
মেতৰ ------------মেতৰনী
নিপুন ------------- নিপুনা
ভালুক -------------ভালুকী
দেৱ ----------------- দেৱী
নাপিত --------------নাপিতনী
কায়স্থ --------------- কায়স্থনী
ফুকন -------------- ফুকননী।
নাগ ---------------- নাগিনী
ৰূপৱন্ত ---------- ৰূপৱন্তী
পুত্ৰৱান ------------পুত্ৰৱতী
মতা কুকুৰ ----------মাইকী কুকুৰ
মতা বন্ধু ------------- মাইকী বধূ
মতা সিংহ ----------- মাইকী সিংহ
শ্ৰীমান ------------- শ্ৰীমতী
হাঁহ -------------- হাঁহিনী
শিয়াল --------------- শিয়ালী
গুণৱন্ত ------------- গুণৱন্তী
মহীয়স -------------- মহীয়সী
ভাগ্যৱান ------------ ভাগ্যৱতী
গুণৱান ------------- গুণৱতী।
গোপ --------------- গোপী
সাধক -------------- সাধিকা
গ্ৰাহক ------------ গ্ৰাহিকা।
প্ৰসিদ্ধ ------------ প্ৰসিদ্ধা
কৃশ -------------- কৃশা
ইন্দ্ৰ --------------- ইন্দ্ৰানী
ক্ষত্ৰিয় ------------ ক্ষত্ৰিয়ানী
মতা বাঘ ----------- মাইকী বাঘ
মতা ঘোঁৰা --------- মাইকী ঘোঁৰা।
প্ৰিয় ---------------- প্ৰিয়া
গাই ----------------- ষাঁড়
গৰিয়স ------------ গৰিয়সী
মতা সন্তান -------- মাইকী সন্তান
মতা হাঁহ ------------ মাইকী হাঁহ
মতা গৰু ----------- মাইকী গৰু
প্ৰেয়স -------------- প্ৰেয়সী
ৰূপৱান ------------ ৰূপৱতী
মতা হাতী ---------- মাইকী হাতী।
হিম ----------------- হিমানী
বন --------------- বনানী
ৰুদ্ৰ --- -----------ৰুদ্ৰাণী
মৃগ ------------ মৃগী
ময়ূৰ -------- ময়ূৰী
চণ্ডাল -------- চণ্ডালী
মহিষ ----------- মহিষী
নৰ্তক ---------- নৰ্তকী
মানৱ ---------- মানৱী
বৈষ্ণৱ ----------- বৈষ্ণৱী
দেৱ ------------- দেৱী
গৌৰ ------------ গৌৰী
নিয়ন্তা ------------- নিয়ন্ত্ৰী
কৰ্তা -------------- কৰ্ত্ৰী
নেতা ------------- নেত্ৰী
ধাতা ------------- ধাত্ৰী
মতা হাতী ---------মাইকী হাতী
মাতুল -------------মাতুলনী
মতা মানুহ -------- মাইকী মানুহ
ভৱ ------------------- ভৱানী
মঙ্গলতি -----------মঙ্গলতী
ৰুদ্ৰ -------------- ৰুদ্ৰানী
হিম --------------- হিমানী
অৰণ্য -------------- অৰণ্য়ানী
ইন্দ্ৰ --------------- ইন্দ্ৰাণী
চাতক ------------ চাতকী
অভিনেতা --------- অভিনেত্ৰী
হোতা ----------- হোত্ৰী
ভৰ্তা ----------- ভৰ্ত্ৰী
দাতা ------------ দাত্ৰী
তাপস ---------- তাপসী
নদ ------------ নদী
শ্যামাঙ্গ ----------- শ্যামাঙ্গী
নৰ --------------- নাৰী
ডাঙৰীয়া ----------- ডাঙৰীয়ানী
দদাই---------------- খুৰী
উপাধ্যায় --------- উপাধ্যায়ানী
আচাৰ্য ---------- আচাৰ্যানী
শাশ্বত ----------- শাশ্বতী
ছাগ ------------- ছাগী
তৰুণ ------------- তৰুণী
সৰল ------------ সৰলা
সভ্য ------------ সভ্যা
অগ্ৰজ ---------- অগ্ৰজা
অশ্ব ----------- অশ্বা
সেৱক ---------- সেৱিকা
শাৰদীয় -------- শাৰদীয়া
প্ৰিয় ---------------- প্ৰিয়া
মনোহৰ --------- মনোহৰা
নিপুণ ----------- নিপুণা
অনুজ ---------- অনুজা
অনাথ ------------- অনাথা
পাপিষ্ঠ ----------- পাপিষ্ঠা
কৃশ ----------------- কৃশা
অজ --------------- অজা
বাল ----------------- বাল
অজলা ------------------ আজলী
অভগা ----------------- অভাগী
আতা --------------------- আবু
ককা ------------------ আইতা
ককাইদেউ ------------ নবৌ
শৰ -------------------- ভেলেঙী
বলদ,বলধ------------- গাই
বিদ্বান ----------------- বিদুষী
শিক্ষক ---------------- শিক্ষয়িত্ৰী
মুনি ------------------- তিৰোতা
ষোড়শ ---------------- ষোড়শী
তাৱৈ ------------------ আমৈ
কিন্নৰ ----------------- কিন্নৰী
বৰলা ------------------ বাৰী, বিধবা
পেহা ------------------ পেহী
পৈ -------------------- ঘৈনী
পো ------------------- জী , বোৱাৰী
প্ৰিয়তম -------------- প্ৰিয়তমা
গগৈ ----------------- আইচু
গুৱাল --------------- গুৱালনী
চপনীয়া ------------- চপনী
ভদীয়া --------------- ভাদৈ
নৰ্তক ---------------- নৰ্তকী
নায়ক --------------- নায়িকা
নিলাজ -------------- নিলাজি
পগলা --------------- পাগলি
ৰান্ধনি --------------- ৰান্ধনী
বাঘ ------------------ বাঘীনী
মানব ---------------- মানবী
জেঠা ---------------- জেঠী
পাত্ৰ ----------------- পাত্ৰী
চপল ---------------- চপলা
কণা ----------------- কাণী
কমাৰ --------------- কমাৰণী
কান্দুৰা -------------- কন্দুৰী
খোৰা ---------------- খোৰী
ডেকা ---------------- গভৰু
গোঁসাই -------------- গোঁসানী
বৰুৱা ---------------- বৰুৱানী
কলিতা -------------- কলিতানী
ক'লা ---------------- ক'লী
কলা ----------------- কালৰী
দেউতা -------------- আই
পঞ্চদশ ------------- পঞ্চদশী
দৰা ----------------- কইনা
বন্দী ---------------- বেটা
দমৰা --------------- চেঁউৰী
কোঁৱৰ ------------- কুঁৱৰী
পাঠক -------------- পাঠিকা
কৰ্তা ---------------- কৰ্ত্ৰী
দদাই --------------- খুৰী, খুড়ী
দন্দুৰা -------------- দন্দুৰী
দঁতাল -------------- মাখুন্দী
দাতা --------------- দাত্ৰী
দেৱ ---------------- দেৱী
ধোৱা --------------- ধুবুনী
অধ্যাপক ---------- অধ্যাপিকা
মহা ---------------- মাহী
পখৰা -------------- পখৰী
অভিনেতা --------- অভিনেত্ৰী
বালক ------------- বালিকা
কিশোৰ ----------- কিশোৰী
শহুৰ -------------- শাহু
লেখক ------------ লেখিকা
ভিনিহি ----------- বাই
বৈষ্ণৱ ------------ বৈষ্ণৱী
বোন্দা ------------ জাঁই
কহাঁৰ ------------ কহাঁৰণী
ফুকন ------------ফুকননী
ভকত ------------ ভকতনী
কলিতা ----------- কলিতানী
নাতী ------------- নাতিনী
নাগ ------------- নাগিনী
কোৱা ----------- কাউৰী
গোলাম --------- বান্দী
ঘঁৰিয়াল -------- জলগুই
মগনিয়াৰ ------ মাগনী
বালক ---------- বালিকা
সম্ৰাট ----------- সম্ৰাজ্ঞ
কোৱা ---------- কাউৰী
ল'ৰা --------------ছোৱালী
ৰজা --------------- ৰাণী
ডেকা ----------- গাভৰু
দেওৰ ----------- জা
সি --------------- তাই
বামুণ ------------- বামুণী
ৰাজকুমাৰ -------- ৰাজকুমাৰী
টেঙৰ ------------ টেঙৰী
হৰিণ ------------- হৰিণী
কাউৰ -------------- কাউৰী
কজলা ------------- কাজলী
পঠা -------------- পাঠী
ৰঙা ------------ ৰাঙী
বগা -------------- বগী
খোৰা ------------ খুৰী
জেঠা ------------ জেঠাই
কেঁৰা ----------- কেঁৰী
লিগিৰা ----------- লিগিৰী
বেঙা ------------- বেঙী
ফেঁচা ----------- ফেঁচী
বেটা ---------- বেটী
ভেকোলা -------- ভেঁকুলী
হিন্দু ----------- হিন্দুৱনী
ডাক্তৰ ------------ ডাক্তৰণী
হাকিম ------------ হাকিমনী
চোৰ ------------- চুৰুণী
মাষ্টৰ ------------ মাষ্টৰনী
নাতি ------------- নাতিনী
পণ্ডিত ------------- পণ্ডিতনী
বৰা ------------- বৰাণী
আধুনিক --------- আধুনিক
আৰ্য -------------আৰ্যা
কোকিল -------------- কোকিলা
শুদ্ৰ ----------- শুদ্ৰা
প্ৰথম ---------- প্ৰথমা
সদস্য ---------- সদস্যা
মাননীয় --------- মাননীয়া
সুশীল ---------- সুশীলা
তনয় ----------- তনয়া
সম্পাদক ------- সম্পাদিকা
লেখক ---------- লেখিকা
বৃত ------------ বৃতা
সাধক ---------- সাধিকা
পাত্ৰ --------- --- পাত্ৰী
তনু ------------ তন্বী
বিহগ ----------- বিহগী
ৰাক্ষস --------- ৰাক্ষসী
শ্বেতাঙ্গ -------- শ্বেতাঙ্গী
পিশাচ ----------- পিশাচী
গুৰু ------------ গুৰ্ব্বী
সুন্দৰ ----------- সুন্দৰী
সাধু ----------- সাধ্বী
মাতুল ----------- মাতুলানী
শিৱ ------------ শিৱানী
পূজনীয় ------------ পূজনীয়া
প্ৰেয়স ------------- প্ৰেয়সী
শ্ৰদ্ধেয় --------------শ্ৰদ্ধেয়া
সভ্য -----------------সভ্যা
পৰিত্যক্ত ---------- পৰিত্যক্তা
বিশিষ্ট ---------------- বিশিষ্টা
বৃদ্ধ ---------------বৃদ্ধা
শিষ্য ------------ শিষ্যা
ঠেহুলা ----------- ঠেহুলী
মেতৰ ------------মেতৰনী
নিপুন ------------- নিপুনা
ভালুক -------------ভালুকী
দেৱ ----------------- দেৱী
নাপিত --------------নাপিতনী
কায়স্থ --------------- কায়স্থনী
ফুকন -------------- ফুকননী।
নাগ ---------------- নাগিনী
ৰূপৱন্ত ---------- ৰূপৱন্তী
পুত্ৰৱান ------------পুত্ৰৱতী
মতা কুকুৰ ----------মাইকী কুকুৰ
মতা বন্ধু ------------- মাইকী বধূ
মতা সিংহ ----------- মাইকী সিংহ
শ্ৰীমান ------------- শ্ৰীমতী
হাঁহ -------------- হাঁহিনী
শিয়াল --------------- শিয়ালী
গুণৱন্ত ------------- গুণৱন্তী
মহীয়স -------------- মহীয়সী
ভাগ্যৱান ------------ ভাগ্যৱতী
গুণৱান ------------- গুণৱতী।
গোপ --------------- গোপী
সাধক -------------- সাধিকা
গ্ৰাহক ------------ গ্ৰাহিকা।
প্ৰসিদ্ধ ------------ প্ৰসিদ্ধা
কৃশ -------------- কৃশা
ইন্দ্ৰ --------------- ইন্দ্ৰানী
ক্ষত্ৰিয় ------------ ক্ষত্ৰিয়ানী
মতা বাঘ ----------- মাইকী বাঘ
মতা ঘোঁৰা --------- মাইকী ঘোঁৰা।
প্ৰিয় ---------------- প্ৰিয়া
গাই ----------------- ষাঁড়
গৰিয়স ------------ গৰিয়সী
মতা সন্তান -------- মাইকী সন্তান
মতা হাঁহ ------------ মাইকী হাঁহ
মতা গৰু ----------- মাইকী গৰু
প্ৰেয়স -------------- প্ৰেয়সী
ৰূপৱান ------------ ৰূপৱতী
মতা হাতী ---------- মাইকী হাতী।
হিম ----------------- হিমানী
বন --------------- বনানী
ৰুদ্ৰ --- -----------ৰুদ্ৰাণী
মৃগ ------------ মৃগী
ময়ূৰ -------- ময়ূৰী
চণ্ডাল -------- চণ্ডালী
মহিষ ----------- মহিষী
নৰ্তক ---------- নৰ্তকী
মানৱ ---------- মানৱী
বৈষ্ণৱ ----------- বৈষ্ণৱী
দেৱ ------------- দেৱী
গৌৰ ------------ গৌৰী
নিয়ন্তা ------------- নিয়ন্ত্ৰী
কৰ্তা -------------- কৰ্ত্ৰী
নেতা ------------- নেত্ৰী
ধাতা ------------- ধাত্ৰী
মতা হাতী ---------মাইকী হাতী
মাতুল -------------মাতুলনী
মতা মানুহ -------- মাইকী মানুহ
ভৱ ------------------- ভৱানী
মঙ্গলতি -----------মঙ্গলতী
ৰুদ্ৰ -------------- ৰুদ্ৰানী
হিম --------------- হিমানী
অৰণ্য -------------- অৰণ্য়ানী
ইন্দ্ৰ --------------- ইন্দ্ৰাণী
চাতক ------------ চাতকী
অভিনেতা --------- অভিনেত্ৰী
হোতা ----------- হোত্ৰী
ভৰ্তা ----------- ভৰ্ত্ৰী
দাতা ------------ দাত্ৰী
তাপস ---------- তাপসী
নদ ------------ নদী
শ্যামাঙ্গ ----------- শ্যামাঙ্গী
নৰ --------------- নাৰী
ডাঙৰীয়া ----------- ডাঙৰীয়ানী
দদাই---------------- খুৰী
উপাধ্যায় --------- উপাধ্যায়ানী
আচাৰ্য ---------- আচাৰ্যানী
শাশ্বত ----------- শাশ্বতী
ছাগ ------------- ছাগী
তৰুণ ------------- তৰুণী
সৰল ------------ সৰলা
সভ্য ------------ সভ্যা
অগ্ৰজ ---------- অগ্ৰজা
অশ্ব ----------- অশ্বা
সেৱক ---------- সেৱিকা
শাৰদীয় -------- শাৰদীয়া
প্ৰিয় ---------------- প্ৰিয়া
মনোহৰ --------- মনোহৰা
নিপুণ ----------- নিপুণা
অনুজ ---------- অনুজা
অনাথ ------------- অনাথা
পাপিষ্ঠ ----------- পাপিষ্ঠা
কৃশ ----------------- কৃশা
অজ --------------- অজা
বাল ----------------- বাল
অজলা ------------------ আজলী
অভগা ----------------- অভাগী
আতা --------------------- আবু
ককা ------------------ আইতা
ককাইদেউ ------------ নবৌ
শৰ -------------------- ভেলেঙী
বলদ,বলধ------------- গাই
বিদ্বান ----------------- বিদুষী
শিক্ষক ---------------- শিক্ষয়িত্ৰী
মুনি ------------------- তিৰোতা
ষোড়শ ---------------- ষোড়শী
তাৱৈ ------------------ আমৈ
কিন্নৰ ----------------- কিন্নৰী
বৰলা ------------------ বাৰী, বিধবা
পেহা ------------------ পেহী
পৈ -------------------- ঘৈনী
পো ------------------- জী , বোৱাৰী
প্ৰিয়তম -------------- প্ৰিয়তমা
গগৈ ----------------- আইচু
গুৱাল --------------- গুৱালনী
চপনীয়া ------------- চপনী
ভদীয়া --------------- ভাদৈ
নৰ্তক ---------------- নৰ্তকী
নায়ক --------------- নায়িকা
নিলাজ -------------- নিলাজি
পগলা --------------- পাগলি
ৰান্ধনি --------------- ৰান্ধনী
বাঘ ------------------ বাঘীনী
মানব ---------------- মানবী
জেঠা ---------------- জেঠী
পাত্ৰ ----------------- পাত্ৰী
চপল ---------------- চপলা
কণা ----------------- কাণী
কমাৰ --------------- কমাৰণী
কান্দুৰা -------------- কন্দুৰী
খোৰা ---------------- খোৰী
ডেকা ---------------- গভৰু
গোঁসাই -------------- গোঁসানী
বৰুৱা ---------------- বৰুৱানী
কলিতা -------------- কলিতানী
ক'লা ---------------- ক'লী
কলা ----------------- কালৰী
দেউতা -------------- আই
পঞ্চদশ ------------- পঞ্চদশী
দৰা ----------------- কইনা
বন্দী ---------------- বেটা
দমৰা --------------- চেঁউৰী
কোঁৱৰ ------------- কুঁৱৰী
পাঠক -------------- পাঠিকা
কৰ্তা ---------------- কৰ্ত্ৰী
দদাই --------------- খুৰী, খুড়ী
দন্দুৰা -------------- দন্দুৰী
দঁতাল -------------- মাখুন্দী
দাতা --------------- দাত্ৰী
দেৱ ---------------- দেৱী
ধোৱা --------------- ধুবুনী
অধ্যাপক ---------- অধ্যাপিকা
মহা ---------------- মাহী
পখৰা -------------- পখৰী
অভিনেতা --------- অভিনেত্ৰী
বালক ------------- বালিকা
কিশোৰ ----------- কিশোৰী
শহুৰ -------------- শাহু
লেখক ------------ লেখিকা
ভিনিহি ----------- বাই
বৈষ্ণৱ ------------ বৈষ্ণৱী
বোন্দা ------------ জাঁই
কহাঁৰ ------------ কহাঁৰণী
ফুকন ------------ফুকননী
ভকত ------------ ভকতনী
কলিতা ----------- কলিতানী
নাতী ------------- নাতিনী
নাগ ------------- নাগিনী
কোৱা ----------- কাউৰী
গোলাম --------- বান্দী
ঘঁৰিয়াল -------- জলগুই
মগনিয়াৰ ------ মাগনী
বালক ---------- বালিকা
সম্ৰাট ----------- সম্ৰাজ্ঞ
কোৱা ---------- কাউৰী
ল'ৰা --------------ছোৱালী
ৰজা --------------- ৰাণী
ডেকা ----------- গাভৰু
দেওৰ ----------- জা
সি --------------- তাই
বামুণ ------------- বামুণী
ৰাজকুমাৰ -------- ৰাজকুমাৰী
টেঙৰ ------------ টেঙৰী
হৰিণ ------------- হৰিণী
কাউৰ -------------- কাউৰী
কজলা ------------- কাজলী
পঠা -------------- পাঠী
ৰঙা ------------ ৰাঙী
বগা -------------- বগী
খোৰা ------------ খুৰী
জেঠা ------------ জেঠাই
কেঁৰা ----------- কেঁৰী
লিগিৰা ----------- লিগিৰী
বেঙা ------------- বেঙী
ফেঁচা ----------- ফেঁচী
বেটা ---------- বেটী
ভেকোলা -------- ভেঁকুলী
হিন্দু ----------- হিন্দুৱনী
ডাক্তৰ ------------ ডাক্তৰণী
হাকিম ------------ হাকিমনী
চোৰ ------------- চুৰুণী
মাষ্টৰ ------------ মাষ্টৰনী
নাতি ------------- নাতিনী
পণ্ডিত ------------- পণ্ডিতনী
বৰা ------------- বৰাণী
আধুনিক --------- আধুনিক
আৰ্য -------------আৰ্যা
কোকিল -------------- কোকিলা
শুদ্ৰ ----------- শুদ্ৰা
প্ৰথম ---------- প্ৰথমা
সদস্য ---------- সদস্যা
মাননীয় --------- মাননীয়া
সুশীল ---------- সুশীলা
তনয় ----------- তনয়া
সম্পাদক ------- সম্পাদিকা
লেখক ---------- লেখিকা
বৃত ------------ বৃতা
সাধক ---------- সাধিকা
পাত্ৰ --------- --- পাত্ৰী
তনু ------------ তন্বী
বিহগ ----------- বিহগী
ৰাক্ষস --------- ৰাক্ষসী
শ্বেতাঙ্গ -------- শ্বেতাঙ্গী
পিশাচ ----------- পিশাচী
গুৰু ------------ গুৰ্ব্বী
সুন্দৰ ----------- সুন্দৰী
সাধু ----------- সাধ্বী
মাতুল ----------- মাতুলানী
শিৱ ------------ শিৱানী
পূজনীয় ------------ পূজনীয়া
প্ৰেয়স ------------- প্ৰেয়সী
শ্ৰদ্ধেয় --------------শ্ৰদ্ধেয়া
সভ্য -----------------সভ্যা
পৰিত্যক্ত ---------- পৰিত্যক্তা
বিশিষ্ট ---------------- বিশিষ্টা
বৃদ্ধ ---------------বৃদ্ধা
শিষ্য ------------ শিষ্যা
ঠেহুলা ----------- ঠেহুলী
মেতৰ ------------মেতৰনী
নিপুন ------------- নিপুনা
ভালুক -------------ভালুকী
দেৱ ----------------- দেৱী
নাপিত --------------নাপিতনী
কায়স্থ --------------- কায়স্থনী
ফুকন -------------- ফুকননী।
নাগ ---------------- নাগিনী
ৰূপৱন্ত ---------- ৰূপৱন্তী
পুত্ৰৱান ------------পুত্ৰৱতী
মতা কুকুৰ ----------মাইকী কুকুৰ
মতা বন্ধু ------------- মাইকী বধূ
মতা সিংহ ----------- মাইকী সিংহ
শ্ৰীমান ------------- শ্ৰীমতী
হাঁহ -------------- হাঁহিনী
শিয়াল --------------- শিয়ালী
গুণৱন্ত ------------- গুণৱন্তী
মহীয়স -------------- মহীয়সী
ভাগ্যৱান ------------ ভাগ্যৱতী
গুণৱান ------------- গুণৱতী।
গোপ --------------- গোপী
সাধক -------------- সাধিকা
গ্ৰাহক ------------ গ্ৰাহিকা।
প্ৰসিদ্ধ ------------ প্ৰসিদ্ধা
কৃশ -------------- কৃশা
ইন্দ্ৰ --------------- ইন্দ্ৰানী
ক্ষত্ৰিয় ------------ ক্ষত্ৰিয়ানী
মতা বাঘ ----------- মাইকী বাঘ
মতা ঘোঁৰা --------- মাইকী ঘোঁৰা।
প্ৰিয় ---------------- প্ৰিয়া
গাই ----------------- ষাঁড়
গৰিয়স ------------ গৰিয়সী
মতা সন্তান -------- মাইকী সন্তান
মতা হাঁহ ------------ মাইকী হাঁহ
মতা গৰু ----------- মাইকী গৰু
প্ৰেয়স -------------- প্ৰেয়সী
ৰূপৱান ------------ ৰূপৱতী
মতা হাতী ---------- মাইকী হাতী।
হিম ----------------- হিমানী
বন --------------- বনানী
ৰুদ্ৰ --- -----------ৰুদ্ৰাণী
মৃগ ------------ মৃগী
ময়ূৰ -------- ময়ূৰী
চণ্ডাল -------- চণ্ডালী
মহিষ ----------- মহিষী
নৰ্তক ---------- নৰ্তকী
মানৱ ---------- মানৱী
বৈষ্ণৱ ----------- বৈষ্ণৱী
দেৱ ------------- দেৱী
গৌৰ ------------ গৌৰী
নিয়ন্তা ------------- নিয়ন্ত্ৰী
কৰ্তা -------------- কৰ্ত্ৰী
নেতা ------------- নেত্ৰী
ধাতা ------------- ধাত্ৰী
মতা হাতী ---------মাইকী হাতী
মাতুল -------------মাতুলনী
মতা মানুহ -------- মাইকী মানুহ
ভৱ ------------------- ভৱানী
মঙ্গলতি -----------মঙ্গলতী
ৰুদ্ৰ -------------- ৰুদ্ৰানী
হিম --------------- হিমানী
অৰণ্য -------------- অৰণ্য়ানী
ইন্দ্ৰ --------------- ইন্দ্ৰাণী
চাতক ------------ চাতকী
অভিনেতা --------- অভিনেত্ৰী
হোতা ----------- হোত্ৰী
ভৰ্তা ----------- ভৰ্ত্ৰী
দাতা ------------ দাত্ৰী
তাপস ---------- তাপসী
নদ ------------ নদী
শ্যামাঙ্গ ----------- শ্যামাঙ্গী
নৰ --------------- নাৰী
ডাঙৰীয়া ----------- ডাঙৰীয়ানী
দদাই---------------- খুৰী
উপাধ্যায় --------- উপাধ্যায়ানী
আচাৰ্য ---------- আচাৰ্যানী
শাশ্বত ----------- শাশ্বতী
ছাগ ------------- ছাগী
তৰুণ ------------- তৰুণী
সৰল ------------ সৰলা
সভ্য ------------ সভ্যা
অগ্ৰজ ---------- অগ্ৰজা
অশ্ব ----------- অশ্বা
সেৱক ---------- সেৱিকা
শাৰদীয় -------- শাৰদীয়া
প্ৰিয় ---------------- প্ৰিয়া
মনোহৰ --------- মনোহৰা
নিপুণ ----------- নিপুণা
অনুজ ---------- অনুজা
অনাথ ------------- অনাথা
পাপিষ্ঠ ----------- পাপিষ্ঠা
কৃশ ----------------- কৃশা
অজ --------------- অজা
বাল ----------------- বাল