Gender in Assamese Linga pulinga and strilinga

আজিৰ এই লিখনিত অসমীয়া ব্যাকৰণৰ লিংগ ( Gender in Assamese Linga pulinga and strilinga ) সম্পৰ্কে আলোচনা কৰা হ'ল। অসমীয়া ব্যাকৰণত লিংগ এক অতি দৰকাৰি অধ্যায় । সেয়েহে আজিৰ এই লিখনিত লিংগ সম্বন্ধে এক লিখনি যুগুতোৱা হ'ল ।  আজিৰ এই আলোচনাত লিংগ কি , ইয়াৰ প্ৰকাৰ কি কি আদি সম্পৰ্কে আলোচনা কৰা হ'ল। তাৰোপৰি পুলিংগ আৰু স্ত্ৰিলিংগ সম্পৰ্কে বিভিন্ন ধৰণৰ আলোচনা কৰা হ'ল । গতিকে, আজিৰ এই আলোচনাত লিংগ কি আৰু ই কেই প্ৰকৰৰ সেই সম্পৰ্কে বিতং কৈ উদাহৰনৰ সৈতে আলোচনা কৰা হ'ল ।

Gender in Assamese Linga pulinga and strilinga

Gender in Assamese | Assamese Gender Linga Pulinga and Strilinga

অসমীয়া ব্যাকৰণ - লিংগ 

    লিংগ কি ?

    ব্যাকৰণত পুৰুষ - স্ত্ৰী ৰ প্ৰভেদ বুজোৱা চিনেই হৈছে লিংগ । 

    লিংগৰ প্ৰকাৰ 

    লিংগ চাৰি প্ৰকাৰৰ -


    ১। পুংলিংগ - যিবোৰ শব্দই পুৰুষ বুজাই, তেনে শব্দক পুংলিংগ বোলা হয়।

    যেনে - ছাত্ৰ, দেওতা, ল'ৰা, শিক্ষক ইত্যাদি।


    ২। স্ত্ৰীলিংগ - যিবোৰ শব্দই স্ত্ৰী বা মাইকী বুজাই, তেনে শব্দক স্ত্ৰীলিংগ  বোলা হয়।

    যেনে - ছাত্ৰী, মা, ছোৱালী , শিক্ষয়িত্ৰী ইত্যাদি।


    ৩। ক্লিব লিংগ - যিবোৰ শব্দই পুৰুষ - মহিলাৰ প্ৰভেদ নুবুজাই সেইবোৰ শব্দই হ'ল ক্লিব লিংগ ।

    যেনে - গছ, তৰা, কিতাপ, ঘৰ ইত্যাদি।


    ৪। উভয় লিংগ - যিবোৰ শব্দই পুৰুষ বা স্ত্ৰী বুজালেও শব্দটোলৈ চালে পুৰুষ নে স্ত্ৰী একো বুজিব নোৱাৰি,                              তেনে শব্দবোৰক উভয় লিংগ বুলুব পাৰি।

    যেনে - মানুহ, ছাগলি, তুমি, তোমালোক, তেওঁ ইত্যাদি।


    পুলিংগ আৰু স্ত্ৰীলিংগ ৰ উদাহৰণ 

    তলত কিছুমান শব্দৰ পুলিংগ আৰু স্ত্ৰীলিংগ শব্দ উল্লেখ কৰা হ'ল ।


    পুংলিংগ                  স্ত্ৰীলিংগ


    অকঁৰা ------------------ আকঁৰী

    অজলা ------------------ আজলী

    অভগা ----------------- অভাগী

    আতা --------------------- আবু

    ককা ------------------ আইতা

    ককাইদেউ ------------ নবৌ

    শৰ -------------------- ভেলেঙী

    বলদ,বলধ------------- গাই

    বিদ্বান ----------------- বিদুষী

    শিক্ষক ---------------- শিক্ষয়িত্ৰী

    মুনি ------------------- তিৰোতা

    ষোড়শ ---------------- ষোড়শী

    তাৱৈ ------------------ আমৈ

    কিন্নৰ ----------------- কিন্নৰী

    বৰলা ------------------ বাৰী, বিধবা

    পেহা ------------------ পেহী

    পৈ -------------------- ঘৈনী

    পো ------------------- জী , বোৱাৰী

    প্ৰিয়তম -------------- প্ৰিয়তমা

    গগৈ ----------------- আইচু

    গুৱাল --------------- গুৱালনী

    চপনীয়া ------------- চপনী

    ভদীয়া --------------- ভাদৈ

    নৰ্তক ---------------- নৰ্তকী

    নায়ক --------------- নায়িকা

    নিলাজ -------------- নিলাজি

    পগলা --------------- পাগলি

    ৰান্ধনি --------------- ৰান্ধনী

    বাঘ ------------------ বাঘীনী

    মানব ---------------- মানবী

    জেঠা ---------------- জেঠী

    পাত্ৰ ----------------- পাত্ৰী

    চপল ---------------- চপলা

    কণা ----------------- কাণী

    কমাৰ --------------- কমাৰণী

    কান্দুৰা -------------- কন্দুৰী

    খোৰা ---------------- খোৰী

    ডেকা ---------------- গভৰু

    গোঁসাই -------------- গোঁসানী

    বৰুৱা ---------------- বৰুৱানী

    কলিতা -------------- কলিতানী

    ক'লা ---------------- ক'লী

    কলা ----------------- কালৰী

    দেউতা -------------- আই

    পঞ্চদশ ------------- পঞ্চদশী

    দৰা ----------------- কইনা

    বন্দী ---------------- বেটা

    দমৰা --------------- চেঁউৰী

    কোঁৱৰ ------------- কুঁৱৰী

    পাঠক -------------- পাঠিকা

    কৰ্তা ---------------- কৰ্ত্ৰী

    দদাই --------------- খুৰী, খুড়ী

    দন্দুৰা -------------- দন্দুৰী

    দঁতাল -------------- মাখুন্দী

    দাতা --------------- দাত্ৰী

    দেৱ ---------------- দেৱী

    ধোৱা --------------- ধুবুনী

    অধ্যাপক ---------- অধ্যাপিকা

    মহা ---------------- মাহী

    পখৰা -------------- পখৰী

    অভিনেতা --------- অভিনেত্ৰী

    বালক ------------- বালিকা

    কিশোৰ ----------- কিশোৰী

    শহুৰ -------------- শাহু

    লেখক ------------ লেখিকা

    ভিনিহি ----------- বাই

    বৈষ্ণৱ ------------ বৈষ্ণৱী

    বোন্দা ------------ জাঁই

    কহাঁৰ ------------ কহাঁৰণী

    ফুকন ------------ফুকননী

    ভকত ------------ ভকতনী

    কলিতা ----------- কলিতানী

    নাতী ------------- নাতিনী

    নাগ ------------- নাগিনী

    কোৱা ----------- কাউৰী

    গোলাম --------- বান্দী

    ঘঁৰিয়াল -------- জলগুই

    মগনিয়াৰ ------ মাগনী

    বালক ---------- বালিকা

    সম্ৰাট ----------- সম্ৰাজ্ঞ

    কোৱা ---------- কাউৰী

    ল'ৰা --------------ছোৱালী

    ৰজা --------------- ৰাণী

    ডেকা ----------- গাভৰু

    দেওৰ ----------- জা

    সি --------------- তাই

    বামুণ ------------- বামুণী

    ৰাজকুমাৰ -------- ৰাজকুমাৰী

    টেঙৰ ------------ টেঙৰী

    হৰিণ ------------- হৰিণী

    কাউৰ -------------- কাউৰী

    কজলা ------------- কাজলী

    পঠা -------------- পাঠী

    ৰঙা ------------ ৰাঙী

    বগা -------------- বগী

    খোৰা ------------ খুৰী

    জেঠা ------------ জেঠাই

    কেঁৰা ----------- কেঁৰী

    লিগিৰা ----------- লিগিৰী

    বেঙা ------------- বেঙী

    ফেঁচা ----------- ফেঁচী

    বেটা ---------- বেটী

    ভেকোলা -------- ভেঁকুলী

    হিন্দু ----------- হিন্দুৱনী

    ডাক্তৰ ------------ ডাক্তৰণী

    হাকিম ------------ হাকিমনী

    চোৰ ------------- চুৰুণী

    মাষ্টৰ ------------ মাষ্টৰনী

    নাতি ------------- নাতিনী

    পণ্ডিত ------------- পণ্ডিতনী

    বৰা ------------- বৰাণী

    আধুনিক --------- আধুনিক

    আৰ্য -------------আৰ্যা

    কোকিল -------------- কোকিলা

    শুদ্ৰ ----------- শুদ্ৰা

    প্ৰথম ---------- প্ৰথমা

    সদস্য ---------- সদস্যা

    মাননীয় --------- মাননীয়া

    সুশীল ---------- সুশীলা

    তনয় ----------- তনয়া

    সম্পাদক ------- সম্পাদিকা

    লেখক ---------- লেখিকা

    বৃত ------------ বৃতা

    সাধক ---------- সাধিকা

    পাত্ৰ --------- --- পাত্ৰী

    তনু ------------ তন্বী

    বিহগ ----------- বিহগী

    ৰাক্ষস --------- ৰাক্ষসী

    শ্বেতাঙ্গ -------- শ্বেতাঙ্গী

    পিশাচ ----------- পিশাচী

    গুৰু ------------ গুৰ্ব্বী

    সুন্দৰ ----------- সুন্দৰী

    সাধু ----------- সাধ্বী

    মাতুল ----------- মাতুলানী

    শিৱ ------------ শিৱানী

    পূজনীয় ------------ পূজনীয়া

    প্ৰেয়স ------------- প্ৰেয়সী

    শ্ৰদ্ধেয় --------------শ্ৰদ্ধেয়া

    সভ্য -----------------সভ্যা

    পৰিত্যক্ত ---------- পৰিত্যক্তা

    বিশিষ্ট ---------------- বিশিষ্টা

    বৃদ্ধ ---------------বৃদ্ধা

    শিষ্য ------------ শিষ্যা

    ঠেহুলা ----------- ঠেহুলী

    মেতৰ ------------মেতৰনী

    নিপুন ------------- নিপুনা

    ভালুক -------------ভালুকী

    দেৱ ----------------- দেৱী

    নাপিত --------------নাপিতনী

    কায়স্থ --------------- কায়স্থনী

    ফুকন -------------- ফুকননী।

    নাগ ---------------- নাগিনী

    ৰূপৱন্ত ---------- ৰূপৱন্তী

    পুত্ৰৱান ------------পুত্ৰৱতী

    মতা কুকুৰ ----------মাইকী কুকুৰ

    মতা বন্ধু ------------- মাইকী বধূ

    মতা সিংহ ----------- মাইকী সিংহ

    শ্ৰীমান ------------- শ্ৰীমতী

    হাঁহ -------------- হাঁহিনী

    শিয়াল --------------- শিয়ালী

    গুণৱন্ত ------------- গুণৱন্তী

    মহীয়স -------------- মহীয়সী

    ভাগ্যৱান ------------ ভাগ্যৱতী

    গুণৱান ------------- গুণৱতী।

    গোপ --------------- গোপী

    সাধক -------------- সাধিকা

    গ্ৰাহক ------------ গ্ৰাহিকা।

    প্ৰসিদ্ধ ------------ প্ৰসিদ্ধা

    কৃশ -------------- কৃশা

    ইন্দ্ৰ --------------- ইন্দ্ৰানী

    ক্ষত্ৰিয় ------------ ক্ষত্ৰিয়ানী

    মতা বাঘ ----------- মাইকী বাঘ

    মতা ঘোঁৰা --------- মাইকী ঘোঁৰা।

    প্ৰিয় ---------------- প্ৰিয়া

    গাই ----------------- ষাঁড়

    গৰিয়স ------------ গৰিয়সী

    মতা সন্তান -------- মাইকী সন্তান

    মতা হাঁহ ------------ মাইকী হাঁহ

    মতা গৰু ----------- মাইকী গৰু

    প্ৰেয়স -------------- প্ৰেয়সী

    ৰূপৱান ------------ ৰূপৱতী

    মতা হাতী ---------- মাইকী হাতী।

    হিম ----------------- হিমানী

    বন --------------- বনানী

    ৰুদ্ৰ --- -----------ৰুদ্ৰাণী

    মৃগ ------------ মৃগী

    ময়ূৰ -------- ময়ূৰী

    চণ্ডাল -------- চণ্ডালী

    মহিষ ----------- মহিষী

    নৰ্তক ---------- নৰ্তকী

    মানৱ ---------- মানৱী

    বৈষ্ণৱ ----------- বৈষ্ণৱী

    দেৱ ------------- দেৱী

    গৌৰ ------------ গৌৰী

    নিয়ন্তা ------------- নিয়ন্ত্ৰী

    কৰ্তা -------------- কৰ্ত্ৰী

    নেতা ------------- নেত্ৰী

    ধাতা ------------- ধাত্ৰী

    মতা হাতী ---------মাইকী হাতী

    মাতুল -------------মাতুলনী

    মতা মানুহ -------- মাইকী মানুহ

    ভৱ ------------------- ভৱানী

    মঙ্গলতি -----------মঙ্গলতী

    ৰুদ্ৰ -------------- ৰুদ্ৰানী

    হিম --------------- হিমানী

    অৰণ্য -------------- অৰণ্য়ানী

    ইন্দ্ৰ --------------- ইন্দ্ৰাণী

    চাতক ------------ চাতকী

    অভিনেতা --------- অভিনেত্ৰী

    হোতা ----------- হোত্ৰী

    ভৰ্তা ----------- ভৰ্ত্ৰী

    দাতা ------------ দাত্ৰী

    তাপস ---------- তাপসী

    নদ ------------ নদী

    শ্যামাঙ্গ ----------- শ্যামাঙ্গী

    নৰ --------------- নাৰী

    ডাঙৰীয়া ----------- ডাঙৰীয়ানী

    দদাই---------------- খুৰী

    উপাধ্যায় --------- উপাধ্যায়ানী

    আচাৰ্য ---------- আচাৰ্যানী

    শাশ্বত ----------- শাশ্বতী

    ছাগ ------------- ছাগী

    তৰুণ ------------- তৰুণী

    সৰল ------------ সৰলা

    সভ্য ------------ সভ্যা

    অগ্ৰজ ---------- অগ্ৰজা

    অশ্ব ----------- অশ্বা

    সেৱক ---------- সেৱিকা

    শাৰদীয় -------- শাৰদীয়া

    প্ৰিয় ---------------- প্ৰিয়া

    মনোহৰ --------- মনোহৰা

    নিপুণ ----------- নিপুণা

    অনুজ ---------- অনুজা

    অনাথ ------------- অনাথা

    পাপিষ্ঠ ----------- পাপিষ্ঠা

    কৃশ ----------------- কৃশা

    অজ --------------- অজা

    বাল ----------------- বাল


    অকঁৰা ------------------ আকঁৰী

    অজলা ------------------ আজলী

    অভগা ----------------- অভাগী

    আতা --------------------- আবু

    ককা ------------------ আইতা

    ককাইদেউ ------------ নবৌ

    শৰ -------------------- ভেলেঙী

    বলদ,বলধ------------- গাই

    বিদ্বান ----------------- বিদুষী

    শিক্ষক ---------------- শিক্ষয়িত্ৰী

    মুনি ------------------- তিৰোতা

    ষোড়শ ---------------- ষোড়শী

    তাৱৈ ------------------ আমৈ

    কিন্নৰ ----------------- কিন্নৰী

    বৰলা ------------------ বাৰী, বিধবা

    পেহা ------------------ পেহী

    পৈ -------------------- ঘৈনী

    পো ------------------- জী , বোৱাৰী

    প্ৰিয়তম -------------- প্ৰিয়তমা

    গগৈ ----------------- আইচু

    গুৱাল --------------- গুৱালনী

    চপনীয়া ------------- চপনী

    ভদীয়া --------------- ভাদৈ

    নৰ্তক ---------------- নৰ্তকী

    নায়ক --------------- নায়িকা

    নিলাজ -------------- নিলাজি

    পগলা --------------- পাগলি

    ৰান্ধনি --------------- ৰান্ধনী

    বাঘ ------------------ বাঘীনী

    মানব ---------------- মানবী

    জেঠা ---------------- জেঠী

    পাত্ৰ ----------------- পাত্ৰী

    চপল ---------------- চপলা

    কণা ----------------- কাণী

    কমাৰ --------------- কমাৰণী

    কান্দুৰা -------------- কন্দুৰী

    খোৰা ---------------- খোৰী

    ডেকা ---------------- গভৰু

    গোঁসাই -------------- গোঁসানী

    বৰুৱা ---------------- বৰুৱানী

    কলিতা -------------- কলিতানী

    ক'লা ---------------- ক'লী

    কলা ----------------- কালৰী

    দেউতা -------------- আই

    পঞ্চদশ ------------- পঞ্চদশী

    দৰা ----------------- কইনা

    বন্দী ---------------- বেটা

    দমৰা --------------- চেঁউৰী

    কোঁৱৰ ------------- কুঁৱৰী

    পাঠক -------------- পাঠিকা

    কৰ্তা ---------------- কৰ্ত্ৰী

    দদাই --------------- খুৰী, খুড়ী

    দন্দুৰা -------------- দন্দুৰী

    দঁতাল -------------- মাখুন্দী

    দাতা --------------- দাত্ৰী

    দেৱ ---------------- দেৱী

    ধোৱা --------------- ধুবুনী

    অধ্যাপক ---------- অধ্যাপিকা

    মহা ---------------- মাহী

    পখৰা -------------- পখৰী

    অভিনেতা --------- অভিনেত্ৰী

    বালক ------------- বালিকা

    কিশোৰ ----------- কিশোৰী

    শহুৰ -------------- শাহু

    লেখক ------------ লেখিকা

    ভিনিহি ----------- বাই

    বৈষ্ণৱ ------------ বৈষ্ণৱী

    বোন্দা ------------ জাঁই

    কহাঁৰ ------------ কহাঁৰণী

    ফুকন ------------ফুকননী

    ভকত ------------ ভকতনী

    কলিতা ----------- কলিতানী

    নাতী ------------- নাতিনী

    নাগ ------------- নাগিনী

    কোৱা ----------- কাউৰী

    গোলাম --------- বান্দী

    ঘঁৰিয়াল -------- জলগুই

    মগনিয়াৰ ------ মাগনী

    বালক ---------- বালিকা

    সম্ৰাট ----------- সম্ৰাজ্ঞ

    কোৱা ---------- কাউৰী

    ল'ৰা --------------ছোৱালী

    ৰজা --------------- ৰাণী

    ডেকা ----------- গাভৰু

    দেওৰ ----------- জা

    সি --------------- তাই

    বামুণ ------------- বামুণী

    ৰাজকুমাৰ -------- ৰাজকুমাৰী

    টেঙৰ ------------ টেঙৰী

    হৰিণ ------------- হৰিণী

    কাউৰ -------------- কাউৰী

    কজলা ------------- কাজলী

    পঠা -------------- পাঠী

    ৰঙা ------------ ৰাঙী

    বগা -------------- বগী

    খোৰা ------------ খুৰী

    জেঠা ------------ জেঠাই

    কেঁৰা ----------- কেঁৰী

    লিগিৰা ----------- লিগিৰী

    বেঙা ------------- বেঙী

    ফেঁচা ----------- ফেঁচী

    বেটা ---------- বেটী

    ভেকোলা -------- ভেঁকুলী

    হিন্দু ----------- হিন্দুৱনী

    ডাক্তৰ ------------ ডাক্তৰণী

    হাকিম ------------ হাকিমনী

    চোৰ ------------- চুৰুণী

    মাষ্টৰ ------------ মাষ্টৰনী

    নাতি ------------- নাতিনী

    পণ্ডিত ------------- পণ্ডিতনী

    বৰা ------------- বৰাণী

    আধুনিক --------- আধুনিক

    আৰ্য -------------আৰ্যা

    কোকিল -------------- কোকিলা

    শুদ্ৰ ----------- শুদ্ৰা

    প্ৰথম ---------- প্ৰথমা

    সদস্য ---------- সদস্যা

    মাননীয় --------- মাননীয়া

    সুশীল ---------- সুশীলা

    তনয় ----------- তনয়া

    সম্পাদক ------- সম্পাদিকা

    লেখক ---------- লেখিকা

    বৃত ------------ বৃতা

    সাধক ---------- সাধিকা

    পাত্ৰ --------- --- পাত্ৰী

    তনু ------------ তন্বী

    বিহগ ----------- বিহগী

    ৰাক্ষস --------- ৰাক্ষসী

    শ্বেতাঙ্গ -------- শ্বেতাঙ্গী

    পিশাচ ----------- পিশাচী

    গুৰু ------------ গুৰ্ব্বী

    সুন্দৰ ----------- সুন্দৰী

    সাধু ----------- সাধ্বী

    মাতুল ----------- মাতুলানী

    শিৱ ------------ শিৱানী

    পূজনীয় ------------ পূজনীয়া

    প্ৰেয়স ------------- প্ৰেয়সী

    শ্ৰদ্ধেয় --------------শ্ৰদ্ধেয়া

    সভ্য -----------------সভ্যা

    পৰিত্যক্ত ---------- পৰিত্যক্তা

    বিশিষ্ট ---------------- বিশিষ্টা

    বৃদ্ধ ---------------বৃদ্ধা

    শিষ্য ------------ শিষ্যা

    ঠেহুলা ----------- ঠেহুলী

    মেতৰ ------------মেতৰনী

    নিপুন ------------- নিপুনা

    ভালুক -------------ভালুকী

    দেৱ ----------------- দেৱী

    নাপিত --------------নাপিতনী

    কায়স্থ --------------- কায়স্থনী

    ফুকন -------------- ফুকননী।

    নাগ ---------------- নাগিনী

    ৰূপৱন্ত ---------- ৰূপৱন্তী

    পুত্ৰৱান ------------পুত্ৰৱতী

    মতা কুকুৰ ----------মাইকী কুকুৰ

    মতা বন্ধু ------------- মাইকী বধূ

    মতা সিংহ ----------- মাইকী সিংহ

    শ্ৰীমান ------------- শ্ৰীমতী

    হাঁহ -------------- হাঁহিনী

    শিয়াল --------------- শিয়ালী

    গুণৱন্ত ------------- গুণৱন্তী

    মহীয়স -------------- মহীয়সী

    ভাগ্যৱান ------------ ভাগ্যৱতী

    গুণৱান ------------- গুণৱতী।

    গোপ --------------- গোপী

    সাধক -------------- সাধিকা

    গ্ৰাহক ------------ গ্ৰাহিকা।

    প্ৰসিদ্ধ ------------ প্ৰসিদ্ধা

    কৃশ -------------- কৃশা

    ইন্দ্ৰ --------------- ইন্দ্ৰানী

    ক্ষত্ৰিয় ------------ ক্ষত্ৰিয়ানী

    মতা বাঘ ----------- মাইকী বাঘ

    মতা ঘোঁৰা --------- মাইকী ঘোঁৰা।

    প্ৰিয় ---------------- প্ৰিয়া

    গাই ----------------- ষাঁড়

    গৰিয়স ------------ গৰিয়সী

    মতা সন্তান -------- মাইকী সন্তান

    মতা হাঁহ ------------ মাইকী হাঁহ

    মতা গৰু ----------- মাইকী গৰু

    প্ৰেয়স -------------- প্ৰেয়সী

    ৰূপৱান ------------ ৰূপৱতী

    মতা হাতী ---------- মাইকী হাতী।

    হিম ----------------- হিমানী

    বন --------------- বনানী

    ৰুদ্ৰ --- -----------ৰুদ্ৰাণী

    মৃগ ------------ মৃগী

    ময়ূৰ -------- ময়ূৰী

    চণ্ডাল -------- চণ্ডালী

    মহিষ ----------- মহিষী

    নৰ্তক ---------- নৰ্তকী

    মানৱ ---------- মানৱী

    বৈষ্ণৱ ----------- বৈষ্ণৱী

    দেৱ ------------- দেৱী

    গৌৰ ------------ গৌৰী

    নিয়ন্তা ------------- নিয়ন্ত্ৰী

    কৰ্তা -------------- কৰ্ত্ৰী

    নেতা ------------- নেত্ৰী

    ধাতা ------------- ধাত্ৰী

    মতা হাতী ---------মাইকী হাতী

    মাতুল -------------মাতুলনী

    মতা মানুহ -------- মাইকী মানুহ

    ভৱ ------------------- ভৱানী

    মঙ্গলতি -----------মঙ্গলতী

    ৰুদ্ৰ -------------- ৰুদ্ৰানী

    হিম --------------- হিমানী

    অৰণ্য -------------- অৰণ্য়ানী

    ইন্দ্ৰ --------------- ইন্দ্ৰাণী

    চাতক ------------ চাতকী

    অভিনেতা --------- অভিনেত্ৰী

    হোতা ----------- হোত্ৰী

    ভৰ্তা ----------- ভৰ্ত্ৰী

    দাতা ------------ দাত্ৰী

    তাপস ---------- তাপসী

    নদ ------------ নদী

    শ্যামাঙ্গ ----------- শ্যামাঙ্গী

    নৰ --------------- নাৰী

    ডাঙৰীয়া ----------- ডাঙৰীয়ানী

    দদাই---------------- খুৰী

    উপাধ্যায় --------- উপাধ্যায়ানী

    আচাৰ্য ---------- আচাৰ্যানী

    শাশ্বত ----------- শাশ্বতী

    ছাগ ------------- ছাগী

    তৰুণ ------------- তৰুণী

    সৰল ------------ সৰলা

    সভ্য ------------ সভ্যা

    অগ্ৰজ ---------- অগ্ৰজা

    অশ্ব ----------- অশ্বা

    সেৱক ---------- সেৱিকা

    শাৰদীয় -------- শাৰদীয়া

    প্ৰিয় ---------------- প্ৰিয়া

    মনোহৰ --------- মনোহৰা

    নিপুণ ----------- নিপুণা

    অনুজ ---------- অনুজা

    অনাথ ------------- অনাথা

    পাপিষ্ঠ ----------- পাপিষ্ঠা

    কৃশ ----------------- কৃশা

    অজ --------------- অজা

    বাল ----------------- বাল


    অকঁৰা ------------------ আকঁৰী

    অজলা ------------------ আজলী

    অভগা ----------------- অভাগী

    আতা --------------------- আবু

    ককা ------------------ আইতা

    ককাইদেউ ------------ নবৌ

    শৰ -------------------- ভেলেঙী

    বলদ,বলধ------------- গাই

    বিদ্বান ----------------- বিদুষী

    শিক্ষক ---------------- শিক্ষয়িত্ৰী

    মুনি ------------------- তিৰোতা

    ষোড়শ ---------------- ষোড়শী

    তাৱৈ ------------------ আমৈ

    কিন্নৰ ----------------- কিন্নৰী

    বৰলা ------------------ বাৰী, বিধবা

    পেহা ------------------ পেহী

    পৈ -------------------- ঘৈনী

    পো ------------------- জী , বোৱাৰী

    প্ৰিয়তম -------------- প্ৰিয়তমা

    গগৈ ----------------- আইচু

    গুৱাল --------------- গুৱালনী

    চপনীয়া ------------- চপনী

    ভদীয়া --------------- ভাদৈ

    নৰ্তক ---------------- নৰ্তকী

    নায়ক --------------- নায়িকা

    নিলাজ -------------- নিলাজি

    পগলা --------------- পাগলি

    ৰান্ধনি --------------- ৰান্ধনী

    বাঘ ------------------ বাঘীনী

    মানব ---------------- মানবী

    জেঠা ---------------- জেঠী

    পাত্ৰ ----------------- পাত্ৰী

    চপল ---------------- চপলা

    কণা ----------------- কাণী

    কমাৰ --------------- কমাৰণী

    কান্দুৰা -------------- কন্দুৰী

    খোৰা ---------------- খোৰী

    ডেকা ---------------- গভৰু

    গোঁসাই -------------- গোঁসানী

    বৰুৱা ---------------- বৰুৱানী

    কলিতা -------------- কলিতানী

    ক'লা ---------------- ক'লী

    কলা ----------------- কালৰী

    দেউতা -------------- আই

    পঞ্চদশ ------------- পঞ্চদশী

    দৰা ----------------- কইনা

    বন্দী ---------------- বেটা

    দমৰা --------------- চেঁউৰী

    কোঁৱৰ ------------- কুঁৱৰী

    পাঠক -------------- পাঠিকা

    কৰ্তা ---------------- কৰ্ত্ৰী

    দদাই --------------- খুৰী, খুড়ী

    দন্দুৰা -------------- দন্দুৰী

    দঁতাল -------------- মাখুন্দী

    দাতা --------------- দাত্ৰী

    দেৱ ---------------- দেৱী

    ধোৱা --------------- ধুবুনী

    অধ্যাপক ---------- অধ্যাপিকা

    মহা ---------------- মাহী

    পখৰা -------------- পখৰী

    অভিনেতা --------- অভিনেত্ৰী

    বালক ------------- বালিকা

    কিশোৰ ----------- কিশোৰী

    শহুৰ -------------- শাহু

    লেখক ------------ লেখিকা

    ভিনিহি ----------- বাই

    বৈষ্ণৱ ------------ বৈষ্ণৱী

    বোন্দা ------------ জাঁই

    কহাঁৰ ------------ কহাঁৰণী

    ফুকন ------------ফুকননী

    ভকত ------------ ভকতনী

    কলিতা ----------- কলিতানী

    নাতী ------------- নাতিনী

    নাগ ------------- নাগিনী

    কোৱা ----------- কাউৰী

    গোলাম --------- বান্দী

    ঘঁৰিয়াল -------- জলগুই

    মগনিয়াৰ ------ মাগনী

    বালক ---------- বালিকা

    সম্ৰাট ----------- সম্ৰাজ্ঞ

    কোৱা ---------- কাউৰী

    ল'ৰা --------------ছোৱালী

    ৰজা --------------- ৰাণী

    ডেকা ----------- গাভৰু

    দেওৰ ----------- জা

    সি --------------- তাই

    বামুণ ------------- বামুণী

    ৰাজকুমাৰ -------- ৰাজকুমাৰী

    টেঙৰ ------------ টেঙৰী

    হৰিণ ------------- হৰিণী

    কাউৰ -------------- কাউৰী

    কজলা ------------- কাজলী

    পঠা -------------- পাঠী

    ৰঙা ------------ ৰাঙী

    বগা -------------- বগী

    খোৰা ------------ খুৰী

    জেঠা ------------ জেঠাই

    কেঁৰা ----------- কেঁৰী

    লিগিৰা ----------- লিগিৰী

    বেঙা ------------- বেঙী

    ফেঁচা ----------- ফেঁচী

    বেটা ---------- বেটী

    ভেকোলা -------- ভেঁকুলী

    হিন্দু ----------- হিন্দুৱনী

    ডাক্তৰ ------------ ডাক্তৰণী

    হাকিম ------------ হাকিমনী

    চোৰ ------------- চুৰুণী

    মাষ্টৰ ------------ মাষ্টৰনী

    নাতি ------------- নাতিনী

    পণ্ডিত ------------- পণ্ডিতনী

    বৰা ------------- বৰাণী

    আধুনিক --------- আধুনিক

    আৰ্য -------------আৰ্যা

    কোকিল -------------- কোকিলা

    শুদ্ৰ ----------- শুদ্ৰা

    প্ৰথম ---------- প্ৰথমা

    সদস্য ---------- সদস্যা

    মাননীয় --------- মাননীয়া

    সুশীল ---------- সুশীলা

    তনয় ----------- তনয়া

    সম্পাদক ------- সম্পাদিকা

    লেখক ---------- লেখিকা

    বৃত ------------ বৃতা

    সাধক ---------- সাধিকা

    পাত্ৰ --------- --- পাত্ৰী

    তনু ------------ তন্বী

    বিহগ ----------- বিহগী

    ৰাক্ষস --------- ৰাক্ষসী

    শ্বেতাঙ্গ -------- শ্বেতাঙ্গী

    পিশাচ ----------- পিশাচী

    গুৰু ------------ গুৰ্ব্বী

    সুন্দৰ ----------- সুন্দৰী

    সাধু ----------- সাধ্বী

    মাতুল ----------- মাতুলানী

    শিৱ ------------ শিৱানী

    পূজনীয় ------------ পূজনীয়া

    প্ৰেয়স ------------- প্ৰেয়সী

    শ্ৰদ্ধেয় --------------শ্ৰদ্ধেয়া

    সভ্য -----------------সভ্যা

    পৰিত্যক্ত ---------- পৰিত্যক্তা

    বিশিষ্ট ---------------- বিশিষ্টা

    বৃদ্ধ ---------------বৃদ্ধা

    শিষ্য ------------ শিষ্যা

    ঠেহুলা ----------- ঠেহুলী

    মেতৰ ------------মেতৰনী

    নিপুন ------------- নিপুনা

    ভালুক -------------ভালুকী

    দেৱ ----------------- দেৱী

    নাপিত --------------নাপিতনী

    কায়স্থ --------------- কায়স্থনী

    ফুকন -------------- ফুকননী।

    নাগ ---------------- নাগিনী

    ৰূপৱন্ত ---------- ৰূপৱন্তী

    পুত্ৰৱান ------------পুত্ৰৱতী

    মতা কুকুৰ ----------মাইকী কুকুৰ

    মতা বন্ধু ------------- মাইকী বধূ

    মতা সিংহ ----------- মাইকী সিংহ

    শ্ৰীমান ------------- শ্ৰীমতী

    হাঁহ -------------- হাঁহিনী

    শিয়াল --------------- শিয়ালী

    গুণৱন্ত ------------- গুণৱন্তী

    মহীয়স -------------- মহীয়সী

    ভাগ্যৱান ------------ ভাগ্যৱতী

    গুণৱান ------------- গুণৱতী।

    গোপ --------------- গোপী

    সাধক -------------- সাধিকা

    গ্ৰাহক ------------ গ্ৰাহিকা।

    প্ৰসিদ্ধ ------------ প্ৰসিদ্ধা

    কৃশ -------------- কৃশা

    ইন্দ্ৰ --------------- ইন্দ্ৰানী

    ক্ষত্ৰিয় ------------ ক্ষত্ৰিয়ানী

    মতা বাঘ ----------- মাইকী বাঘ

    মতা ঘোঁৰা --------- মাইকী ঘোঁৰা।

    প্ৰিয় ---------------- প্ৰিয়া

    গাই ----------------- ষাঁড়

    গৰিয়স ------------ গৰিয়সী

    মতা সন্তান -------- মাইকী সন্তান

    মতা হাঁহ ------------ মাইকী হাঁহ

    মতা গৰু ----------- মাইকী গৰু

    প্ৰেয়স -------------- প্ৰেয়সী

    ৰূপৱান ------------ ৰূপৱতী

    মতা হাতী ---------- মাইকী হাতী।

    হিম ----------------- হিমানী

    বন --------------- বনানী

    ৰুদ্ৰ --- -----------ৰুদ্ৰাণী

    মৃগ ------------ মৃগী

    ময়ূৰ -------- ময়ূৰী

    চণ্ডাল -------- চণ্ডালী

    মহিষ ----------- মহিষী

    নৰ্তক ---------- নৰ্তকী

    মানৱ ---------- মানৱী

    বৈষ্ণৱ ----------- বৈষ্ণৱী

    দেৱ ------------- দেৱী

    গৌৰ ------------ গৌৰী

    নিয়ন্তা ------------- নিয়ন্ত্ৰী

    কৰ্তা -------------- কৰ্ত্ৰী

    নেতা ------------- নেত্ৰী

    ধাতা ------------- ধাত্ৰী

    মতা হাতী ---------মাইকী হাতী

    মাতুল -------------মাতুলনী

    মতা মানুহ -------- মাইকী মানুহ

    ভৱ ------------------- ভৱানী

    মঙ্গলতি -----------মঙ্গলতী

    ৰুদ্ৰ -------------- ৰুদ্ৰানী

    হিম --------------- হিমানী

    অৰণ্য -------------- অৰণ্য়ানী

    ইন্দ্ৰ --------------- ইন্দ্ৰাণী

    চাতক ------------ চাতকী

    অভিনেতা --------- অভিনেত্ৰী

    হোতা ----------- হোত্ৰী

    ভৰ্তা ----------- ভৰ্ত্ৰী

    দাতা ------------ দাত্ৰী

    তাপস ---------- তাপসী

    নদ ------------ নদী

    শ্যামাঙ্গ ----------- শ্যামাঙ্গী

    নৰ --------------- নাৰী

    ডাঙৰীয়া ----------- ডাঙৰীয়ানী

    দদাই---------------- খুৰী

    উপাধ্যায় --------- উপাধ্যায়ানী

    আচাৰ্য ---------- আচাৰ্যানী

    শাশ্বত ----------- শাশ্বতী

    ছাগ ------------- ছাগী

    তৰুণ ------------- তৰুণী

    সৰল ------------ সৰলা

    সভ্য ------------ সভ্যা

    অগ্ৰজ ---------- অগ্ৰজা

    অশ্ব ----------- অশ্বা

    সেৱক ---------- সেৱিকা

    শাৰদীয় -------- শাৰদীয়া

    প্ৰিয় ---------------- প্ৰিয়া

    মনোহৰ --------- মনোহৰা

    নিপুণ ----------- নিপুণা

    অনুজ ---------- অনুজা

    অনাথ ------------- অনাথা

    পাপিষ্ঠ ----------- পাপিষ্ঠা

    কৃশ ----------------- কৃশা

    অজ --------------- অজা

    বাল ----------------- বাল



    FAQ -


    Q 1 - লিংগ পৰিৱৰ্তন কৰা কাউৰী

    Ans - কোৱা

    Q 2 - ৰান্ধনী লিংগ পৰিৱৰ্তন কৰা

    Ans - ৰান্ধনি

    Q 3 - সিংহ বিপৰীত লিংগ কি

    Ans - সিংহনী

    Q 4 -  লিংগ কাক বোলে ?

    Ans - ওপৰত আলোচনা কৰা হ'ল 

    Q 5 -  ধোবা ৰ বিপৰিত লিংগ কি ?

    Ans - ধুবুনী


    Post a Comment

    0 Comments
    * Please Don't Spam Here. All the Comments are Reviewed by Admin.