তলৰ আলোচনাত অসমীয়া, Assamese Alphabet Numbers and its pronunciation, স্বৰবৰ্ণ ( Swarbarna ) আৰু ব্যঞ্জনবৰ্ণ ( Byonjonborno ) সমুহ উল্লেখ কৰা হ'ল। তাৰোপৰি অসমীয়া সংখ্যা ( ১ ৰ পৰা ১০০ লৈ ) লগেতে প্ৰত্যেকটো নম্বৰক আখৰেৰে লিখা হৈছে।
Assamese Alphabet Numbers and its pronunciation - স্বৰবৰ্ণ ( Swarbarna ) আৰু ব্যঞ্জনবৰ্ণ ( Byonjonborno )
স্বৰবৰ্ণ ( Swarbarna )
স্বৰ বৰ্ণ |
|||
অ |
আ |
ই |
ঈ |
উ |
ঊ |
ঋ |
এ |
ঐ |
ও |
ঔ |
|
ব্যঞ্জনবৰ্ণ ( Byonjonborno )
ব্যঞ্জন বৰ্ণ |
||||
ক |
খ |
গ |
ঘ |
ঙ |
চ |
ছ |
জ |
ঝ |
ঞ |
ট |
ঠ |
ড |
ঢ |
ণ |
ত |
থ |
দ |
ধ |
ন |
প |
ফ |
ব |
ভ |
ম |
য |
ৰ |
ল |
ৱ |
|
শ |
ষ |
স |
হ |
|
ক্ষ |
ড় |
ঢ় |
য় |
|
ৎ |
ং |
ঃ |
ঁ |
|
Numbers and its pronunciation -
অসমীয়া সংখ্যা ১ ৰ পৰা ১০০ লৈ | |||||||||
---|---|---|---|---|---|---|---|---|---|
১ এক | ২ দুই | ৩ তিনি | ৪ চাৰি | ৫ পাঁচ | ৬ ছয় | ৭ সাত | ৮ আঠ | ৯ ন | ১০ দহ |
১১ এঘাৰ | ১২ বাৰ | ১৩ তেৰ | ১৪ চৈধ্য | ১৫ পোন্ধৰ | ১৬ ষোল্ল | ১৭ সোতৰ | ১৮ ওঠৰ | ১৯ ঊনৈছ | ২০ বিছ |
২১ একৈছ | ২২ বাইছ | ২৩ তেইছ | ২৪ চৌবিছ | ২৫ পঁচিছ | ২৬ ছাব্বিছ | ২৭ সাতাইছ | ২৮ আঠাইছ | ২৯ ঊনিত্ৰিছ | ৩০ ত্ৰিছ |
৩১ একত্ৰিছ | ৩২ বত্ৰিছ | ৩৩ তেত্ৰিছ | ৩৪ চৌত্ৰিচ | ৩৫ পঁয়ত্ৰিছ | ৩৬ ছয়ত্ৰিছ | ৩৭ সাততিছ | ৩৮ আঠত্ৰিছ | ৩৯ ঊনচল্লিছ | ৪০ চল্লিছ |
৪১ একচল্লিছ | ৪২ বিয়াল্লিছ | ৪৩ তিয়াল্লিছ | ৪৪ চৌচল্লিছ | ৪৫ পঞ্ছল্লিছ | ৪৬ ছয়চল্লিছ | ৪৭ সাতচল্লিছ | ৪৮ আঠচল্লিছ | ৪৯ ঊনপঞ্ছাছ | ৫০ পঞ্ছাছ |
৫১ একাৱন | ৫২ বাৱন | ৫৩ তেৱন | ৫৪ চৌৱন | ৫৫ পঁচপন | ৫৬ ছাপ্পন | ৫৭ সাতাৱন | ৫৮ আঠাৱন | ৫৯ ঊনষাঠি | ৬০ ষাঠি |
৬১ এষষ্ঠি | ৬২ বাষষ্ঠি | ৬৩ তেষষ্ঠি | ৬৪ চৌষষ্ঠি | ৬৫ পঁয়ষষ্ঠি | ৬৬ চয়ষষ্ঠি | ৬৭ সাতষষ্ঠি | ৬৮ আঠষষ্ঠি | ৬৯ ঊনসত্তৰ | ৭০ সত্তৰ |
৭১ একসত্তৰ | ৭২ বাসত্তৰ | ৭৩ তেসত্তৰ | ৭৪ চৌসত্তৰ | ৭৫ পঁয়সত্তৰ | ৭৬ চয়সত্তৰ | ৭৭ সাতসত্তৰ | ৭৮ আঠসত্তৰ | ৭৯ ঊনাশী | ৮০ আশী |
৮১ একাশী | ৮২ বিৰাশী | ৮৩ তিৰাশী | ৮৪ চৌৰাশী | ৮৫ পঁচাশী | ৮৬ ছিয়াশী | ৮৭ সাতাশী | ৮৮ আঠআশী | ৮৯ ঊনব্বৈ | ৯০ নব্বৈ |
৯১ একানব্বৈ | ৯২ বিৰানব্বৈ | ৯৩ তিৰানব্বৈ | ৯৪ চৌৰানব্বৈ | ৯৫ পঁচানব্বৈ | ৯৬ ছিয়ানব্বৈ | ৯৭ সাতানব্বৈ | ৯৮ আঠানব্বৈ | ৯৯ নিৰানব্বৈ | ১০০ এশ |
*** যদি আপুনি মোবাইলত সম্পুৰ্ণ কৈ চাৰ্টখন চোৱাত অসুবিধা পাইছে তেন্তে মোবাইল ফোনটো Auto-Rotate কৰি লওঁক।