Some top beautiful Assamese word meaning and translation in English list wise

কিছুমান অসমীয়া শব্দৰ ইংৰাজী অৰ্থ তলত উল্লেখ কৰা হ'ল । এই শব্দ-অৰ্থবোৰ আমি সধাৰণতে সকলো সময়তে ব্যৱহাৰ কৰি থাকো । তলৰ আলোচনাত বিভিন্ন ধৰণৰ অসমীয়া শব্দৰ ইংৰাজী অনুবাদ উল্লেখ কৰা হ'ল । অসমীয়াৰ পৰা ইংৰাজী অনুবাদ ।

    Some top beautiful Assamese word meaning and translation in English list wise

    অসমীয়া শব্দৰ ইংৰাজী অনুবাদ

    তলৰ আলোচনাত বিভিন্ন ধৰণৰ অসমীয়া শব্দৰ ইংৰাজী অনুবাদ উল্লেখ কৰা হ'ল । অসমীয়াৰ পৰা ইংৰাজী অনুবাদ ।

    Some top beautiful Assamese word meaning and translation in English list wise
    খন্দ নং - ১


    ফল-মূল / Fruits


    অসমীয়া শব্দ

    ইংৰাজী শব্দ


    অসমীয়া শব্দ

    ইংৰাজী শব্দ


    ফল-মূল / Fruits


    আম

    Mango

    আনাৰস

    Pine apple

    কঠাল

    Jackfruit

    জাম

    Berry

    আঙুৰ

    Grape

    কলাজাম

    Black berry

    ডালিম

    Pomegranate

    আপেল

    Apple

    মধুৰি আম

    Guava

    কমলা

    Orange

    লিচু

    Litchi

    নাৰিকল

    Coconut

    নাচপতি

    Pear

    ডাব নাৰিকল

    Green Coconut

    কল

    Banana / Plantain

    তিয়হ

    Cucumber

    বগৰী

    Plum

    আমৰা

    Sour ball

    অমিতা

    Papaya

    আখৰোট

    Walnut

    তৰমুজ

    Water melon

    বেল

    Wood apple

    ৰবাব টেঙা

    Shaddock

    জলফাই

    Olive

    নেমুটেঙা

    Lemon

    বাদাম

    Almond

    তেতেলি

    Tamarind

    খেজুৰ

    Date

    তাল

    Palm fruit

    খৰমুজ বাঙি

    Musk melon

    কৰদৈ

    Star fruit








    ***** যদি আপুনি আপোনাৰ Mobile ত সম্পূৰ্ণকৈ চাৰ্তখন চোৱাত অসুবিধা পাইছে তেন্তে অনুগ্ৰহ কৰি মোবাইল ফোন  Auto Rotate   কৰি লওক নাইবা desktop mode কৰি লওক।

    শাক পাচলি - Vegetable


    অসমীয়া শব্দ

    ইংৰাজী শব্দ

    অসমীয়া শব্দ

    ইংৰাজী শব্দ


    শাক পাচলি Vegetable


    আলু

    Potato

    পিয়াজ

    Onion

    নহৰু

    Garlic

    বিলাহী

    Tomato

    আদা

    Ginger

    বেঙেনা

    Brinjal

    পটল

    Parbal

    মূলা

    Radish

    ফুল কবি

    Cauliflower

    বন্ধা কবি

    Cabbage

    লাও

    Gourd

    ৰঙা লাও

    Pumpkin

    জাতি লাও

    Bottle gourd

    কচু

    Arum

    উৰহী

    Bean

    জিকা

    Cornered gourd

    গাজৰ

    Carrot

    ভেন্দি

    Lady’s finger

    ওল কবি

    Knol-khol

    ধনিয়া

    Corinder-seed

    জলকীয়া

    Chilli

    ঔ টেঙা

    Elephant apple






    মছলা আৰু শস্য / Spices and Corns


    অসমীয়া শব্দ   

    ইংৰাজী শব্দ

    অসমীয়া শব্দ

    ইংৰাজী শব্দ

    মছলা আৰু শস্য / Spices and Corns


    হালধি

    Turmeric

    লং

    Clove

    ইলাচি

    Cardamom

    দালচিনি

    Cinnamon

    সৰিয়হ

    Mustard

    জীৰা

    Cumin-seed

    তেজপাত

    Cassia-leaf

    চফ গুৱামুৰি

    Aniseed

    কৰ্পুৰ

    Camphor

    শুকান জলকীয়া

    Red pepper

    ধান

    Paddy

    চাউল

    Rice

    গম

    Wheat

    দাইল

    Pulse

    ৰহৰ দাইল

    Pigon pea

    মুগ দাইল

    Green gram

    মচুৰ দাইল

    Lentils

    মকৈ জোৱা

    Maize

    তিল

    Sesame

    যৱধান

    Barley





          

    **** If you have any problem to view this chart in full, please auto rotate your phone or you can click on desktop mode in your mobile phone.

    সালমিহলি শব্দ-অৰ্থ



    অসমীয়া শব্দ

    ইংৰাজী শব্দ

    অসমীয়া শব্দ

    ইংৰাজী শব্দ


    সালমিহলি শব্দ-অৰ্থ




    ৰচগোল্লা

    Syrup filled roll






























    অসমীয়া শব্দ

    ইংৰাজী শব্দ

    অসমীয়া শব্দ

    ইংৰাজী শব্দ

    সালমিহলি শব্দ-অৰ্থ


    পাইকাৰী

    Whole-Sale

    খুচুৰা বিক্ৰী

    Retail-Sale

    ব্যৱসায়

    Trade

    ব্যৱসায়ী

    Trader

    বাণিজ্য

    Commerce

    সদাগৰ

    Merchant

    আমদনী

    Import

    ৰপ্তানী

    Export

    হুণ্ডি

    Bill of exchange

    দালালী

    Brokerage

    বাট্টা

    Discount

    দালাল

    Broker

    মাছুল

    Freight / Fee

    শুল্ক

    Custom

    পুৰোহিত

    Priest

    কবিৰাজ

    Native-physician

    সৈনিক

    Soldier

    নাবিক/জাহাজ চালক

    Sailor

    গৰাকী

    Proprietor

    খেতিয়ক

    Peasant/ Farmer

    কমাৰ

    Blacksmith

    কুমাৰ

    Potter

    সোনাৰী

    Goldsmith

    মুচি

    Cobbler

    নাপিত

    Barber

    কাঠ মিস্ত্ৰী

    Carpenter

    ৰাজ মিস্ত্ৰী

    Mason

    ঘৰ

    House

    ঘৰবাৰী

    Home

    অট্টালিকা

    Mansion













     ***** যদি আপুনি আপোনাৰ Mobile ত সম্পূৰ্ণকৈ চাৰ্তখন চোৱাত অসুবিধা পাইছে তেন্তে অনুগ্ৰহ কৰি মোবাইল ফোন Auto Rotate কৰি লওক নাইবা desktop mode কৰি লওক।
                                                                                                                                    

     

    Post a Comment

    0 Comments
    * Please Don't Spam Here. All the Comments are Reviewed by Admin.