সুতথ্য এক দিজিটেল যাত্ৰা , এই ব্লাগটিত অসমীয়া ভাষাত বিভন্ন ধৰণৰ তথ্য আৰু বিভন্ন টেকনিকেল বিষয় সম্বন্ধে লিখা হয়। অসমীয়া ব্যাকৰণ তথা ৰচনা আদি ইয়াত উপলব্ধ। আজিৰ এই লিখনিৰ দ্বাৰা Assamese Grammar ( Biparit Sabda) অসমীয়া ব্যাকৰণৰ বিপৰীত শব্দ-অৰ্থ opposite word meaning in Assamese কিছু আলোচনা কৰা হব । আজিৰ এই লিখনিত অসমীয়া ভাষাৰ বিপৰিতাৰ্থক শব্দ ( Opposite Word ) কিছুমান আলোচনা কৰা হ'ল । এই বিপৰিতাৰ্থক শব্দবোৰ বিভিন্ন প্ৰতিযোগিতামুলক পৰিক্ষাৰ বাবেও দৰকাৰি । আজিৰ এই লিখনিৰ দ্বাৰা অসমীয়া ব্যাকৰণৰ বিপৰীত শব্দ-অৰ্থ opposite word meaning in Assamese ৰ প্ৰায় ১০০০ ( এক হাজাৰ ) মান বিপৰিতাৰ্থক শব্দ আৰু তাৰ অৰ্থ আলোচনা কৰা হ'ল। There are some most important opposite word meaning in Assamese discuss below.
Assamese Grammar ( Biparit Sabda )
Assamese Grammar ( Biparit Sabda ) - বিপৰীত শব্দ , Opposite Word In Assamese
বিপৰীত অৰ্থ বুজোৱা শব্দ
- জ্ঞানী - মূৰ্খ
- প্ৰাচীন - আধুনিক
- কৃতজ্ঞ - অকৃতজ্ঞ
- আৱাহন - বিসৰ্জন
- লঘিষ্ঠ - গৰিষ্ঠ
- উৰ্বৰ - অনুৰ্বৰ
- সপোন - দিঠক
- ঐক্য - অনৈক্য
- উদাৰ - সংকীৰ্ণ
- কৃষ্ণ - শুক্ল
- ঊৰ্ধ - অধঃ
- হৰ্ষ - বিষাদ
- দোষ - গুণ
- বৈধ - অবৈধ
- আদি - অন্ত
- জাৰ - জহ
- কৃপণ - খৰচী
- সুগম - দুৰ্গম
- বিধবা - সধবা
- গহীন - চঞ্চল
- হাঁহি - কান্দোন
- ক্ষমা - প্ৰতিশোধ
- স্থাৱৰ - অস্থাৱৰ
- ক্ষুদ্ৰ - বৃহৎ
- হৰণ - পুৰণ
- স্থায়ী - অস্থায়ী
- সদাচাৰ - কুআচাৰ
- ক্ষয় - বৃদ্বি বা অক্ষয়
- শুভ - অশুভ
- শোক - হৰ্ষ বা আনন্দ
- শত্ৰু - মিত্ৰ
- শকত - খীণ
- আৰম্ভ - শেষ
- গৰম - শীত বা শতল
- শান্ত - অশান্ত
- সজীৱ - নিৰ্জীৱ
- শয়ন - জাগ্ৰত
- শিক্ষিত - অশিক্ষিত
- সজ - অসজ
- শান্তি - অশান্তি
- সৌভগ্য - দুৰ্ভগ্য
- হৰা - জিকা
- স্থায়ী - অস্থায়ী
- স্থাৱৰ - অস্থাৱৰ
- স্বদেশী - বিদেশী
- সুবিধা - অসুবিধা
- সুৰ - অসুৰ
- স্বৰ্গ - নৰক
- স্থিৰ - অস্থিৰ
- সৎচৰিত্ৰ - কুচৰিত্ৰ
- সুন্দৰ - কুৎচিত
- নিস্বাৰ্থ - স্বাৰ্থপৰ
- স্বাধীন - পৰাধীন
- সুযোগ - দুৰ্যোগ
- যোগ - বিয়োগ
- সংযোগ - বিচ্ছিন্ন
- সংহতি - বিভেদ
- সংহতি - বিচ্ছিন্নতা
- সুখ - দুখ
- সুখী - দুখী
- সপোন - দিঠক
- সুখ্যত - কুখ্যাত
- ধনী - দুখীয়া
- সবল - দুৰ্বল
- দিন - ৰাতি
- দূৰ - ওচৰ
- দাতা - গ্ৰহীতা
- চুটী - দীঘল
- প্ৰবেশ - প্ৰস্থান
- আদান - প্ৰদান
- অভাব - উভৈনদী
- সভ্য - অসভ্য
- সৰল - কুটিল
- পাপ - পুণ্য
- ওপৰ - তল
- শত্ৰু - মিত্ৰ
- নতুন - পুৰণি
- মিঠা - তিতা
- আনন্দ - নিৰানন্দ
- নিদ্ৰা - জাগৰণ
- জয় - পৰাজয়
- ভদ্ৰ - অভদ্ৰ
- মুখ্য - গৌণ
- গোপন - প্ৰকাশ
- পুৰষ্কাৰ - তিৰষ্কাৰ
- ক'লা - বগা
- অন্ধাৰ - পোহৰ
- সন্ধি - বিগ্ৰহ
- আশা - নিৰাশা
- শুভ - অশুভ
- আপোন - পৰ
- আকৰ্ষণ - বিকৰ্ষণ
- অণু - বৃহৎ
- গ্ৰহণ - বৰ্জন
- ইহকাল - পৰকাল
- প্ৰকৃত - অপ্ৰকৃত
- প্ৰতক্ষ - পৰোক্ষ
- লাভ - লোকচান
- আৰম্ভ - শেষ
- পাৰ্থক্য - সাদৃশ্য
- সফলতা - বিফলতা
- বিখ্যাত - অখ্যাত
- বৈধ্য - অবৈধ
- কৃপণ - খৰচী
- আয় - ব্যয়
- উচ্চ - নীচ
- ধৰ্ম - অধৰ্ম
- ৰজা - প্ৰজা
- পবিত্ৰ - অপবিত্ৰ
- ভুত - ভৱিষ্যৎ
- আদৰ - অনাদৰ
- ঊৰ্বৰ - অনুৰ্বৰ
- আস্তিক - নাস্তিক
- অমৃত - গৰল
- কৃত্ৰিম - অকৃত্ৰিম বা স্বভাৱিক
- প্ৰচুৰ - অপ্ৰচুৰ
- বন্ধন - মুক্তি
- আচামী - ফৰিয়াদী
- গধুৰ - পাতল
- দেনা - পাওনা
- অনুগ্ৰহ - নিগ্ৰহ
- গভীৰ - অগভীৰ
- অতিবৃষ্টি - অনাবৃষ্টি
- প্ৰাচ্য - প্ৰাশ্চাত্য
- গ্ৰহণ - বৰ্জন
- ঐক্য - অনৈক্য
- ঊৰ্বৰ - অনুৰ্বৰ
- আচাৰ - অনাচাৰ
- সধৱা - বিধৱা
- দ্ৰুত - মন্থৰ
- নিন্দা - প্ৰশংসা
- আকাশ - পাতাল
- দ' - বাম
- ওখ - চাপৰ
- জীৱন - মৰণ
- উন্নতি - অৱনতি
- ভোটা - চোকা
- বাদী - বিবাদী
- জীবিত - মৃত
- আৰোহন - অৱৰোহণ
- আদি - অন্ত
- গ্ৰহন - বৰ্জন
- সম্পুৰ্ণ - অসম্পুৰ্ণ
- উদাৰ - সংকীৰ্ণ
- জন্ম - মৃত্যু প্ৰবীণ - নবীন
- প্ৰভু - ভৃত্য
- বাহ্যিক - আভ্যন্তৰীণ
- আবিৰ্ভাব - তিৰোভাব
- দেশপ্ৰেমিক - দেশদ্ৰোহী
- সাধু - দুষ্ট
- সৰহ - কম
- সস্তা - মহঙা
- সহযোগিতা - প্ৰতিযোগিতা
- সম্পদ - অসম্পদ
- সন্মান - অসন্মান বা অপমান
- লঘু - গুৰু
- ৰজনী - প্ৰভাত
- মৌখিক - লিখিত
- পাহাৰ - ভৈয়াম
- বিশ্বাস - অবিশ্বাস
- বৈচিত্ৰ - ঐক্য বা মিল থকা
- বন্ধুত্ব - শত্ৰুতা
- প্ৰবীন - নবীন
- প্ৰাচীন - নবীন
- প্ৰশংসা - নিন্দা
- কৃতজ্ঞ - অকৃতজ্ঞ
- অহংকাৰ - নিৰহংকাৰী
- আকৰ্ষণ - বিকৰ্ষণ
- আশীৰ্বাদ - অভিশাপ
- ভুল - নিৰ্ভুল
- দ্ৰুত - মন্থৰ
- দেশহিতৈষী - দেশদ্ৰোহিতা
- দেৱত্ব - পশুত্ব
- দুৰ্বল - সবল
- টান - উজ্জু বা সহজ বা ঢিলা
- জ্যেষ্ঠ - কনিষ্ঠা
- উজনি - নামনি
- উন্নতি - অবনতি
- গ্ৰহণ - বৰ্জন বা ত্যাগ
- চহকী- দুখীয়া
- সাহসী- ভয়াতুৰ
- বন্ধুত- শক্ৰত
- প্ৰকাশ-অপ্ৰকাশ
- সমাপ্ত- আৰম্ভ
- ভাগ্য- দুৰ্ভাগ্য
- টেঙৰ- চতুৰ
- আশা-নিৰাশা
- অনুচিত-উচিত
- সফলতা- বিফলতা
- ৰসাল-নিৰস
- আনন্দ- বিষাদ/নিৰানন্দ
- আকাশ – পাতাল
- অসাৰ্থক – সাৰ্থক
- আওকাণ – মনোযোগ
- আওকাঠী – সুকাঠী
- অস্বাভাৱিক – স্বাভাৱিক
- আঁউসী – পূৰ্ণিমা
- আগঢ়ী – সুগঢ়ী
- অস্থায়ী – স্থায়ী
- অস্বাস্থ্যকৰ – স্বাস্থ্যকৰ
- আচামী – ফৰিয়াদী
- আধুনিক – পৌৰাণিক
- আবতৰ – বতৰ
- আদৰ – অনাদৰ
- আন্তীয় – অনাত্মীয়
- আচল – নকল
- আনন্দ – বেজাৰ
- আটকধুনীয়া – কুন্ধচ
- সুখ- দুখ
- সৰু-প্ৰকাণ্ড
- সমাপ্তি- আৰম্ভনি
- অক্ষম – সক্ষম
- বিদেশী- স্বদেশী
- শান্তি- অশান্তি
- ধবংস-সৃষ্টি
- কৃতকাৰ্যতা – অকৃতকাৰ্যতা
- সহজ- টান
- সফল- বিফল
- পুৰস্কাৰ – তিৰস্কাৰ
- দূৰদশী- অদুৰদৰ্শী
- বৃহং- ক্ষুদ্ৰ
- বিশ্বাস- অবিশ্বাস
- সুযোগ্য- অযোগ্য
- পুৰস্কাৰ –তিৰস্কাৰ
- অচল- সচল
- জটিল- সৰল
- শৃংখল – বিশৃংখল
- অৰ্থপূৰ্ণ- অৰ্থহীন
- মূল্যহীন-অমূল্য
- সুখ্যাতি-কুখ্যাতি
- কৃতজ্ঞ- অকৃতজ্ঞ
- গধুৰ- পাতল
- দুখ- সুখ
- বলী- দুৰ্বলী
- খৰগতি- বীৰগতি
- পূৰ্ণিমা- অমাৱশ্যা
- আদায় – অনাদায়
- আপইঁতা – পূৰঠ
- আত্মশ্লাঘা – আত্মগ্লানি
- আদৰণি – বিদায়
- আচ্ছাদিত – অনাচ্ছাদিত
- আধৰুৱা – সম্পূৰ্ণ
- আধুনিক – প্ৰাচীন
- আনুষ্ঠানিক – অনানুষ্ঠানিক
- ভয়- নিৰ্ভয়
- শত্ৰু – মিত্ৰ
- ধৈৰ্য- অধৈৰ্য
- মৃত্যু-জন্ম
- পৰনিৰ্ভৰশীল- আত্মনিৰ্ভৰশীল
- দুৰ্বল- সৰল
- কঠিন- সহজ
- নবীন- প্ৰবীন
- আন্ধাৰ- পোহৰ
- সফলতা- বিফলতা
- পুৰস্কাৰ –তিৰস্কাৰ
- নিন্দা – প্ৰশংসাৰ
- অনাৱশ্যক- আবশ্যক
- জয়-পৰাজয়
- ধ্বংস- সূষ্টি
- অসম্ভৱ- সম্ভব
- অতীত- বৰ্তমান
- পুণ্য-পাপ
- পৱিত্ৰ- অপবিত্ৰ
- জীৱন-মৰণ
- প্ৰজা -ৰজা
- প্ৰশংসা-নিন্দা
- নিম্ন-উচ্চ
- শান্ত-অশান্ত
- ন্যায়-অন্যায
- সুখ- দুখ
- অসমৰ্থ-সমৰ্থ
- উপস্থিত-অনুপস্থিত
- ধ্বংস-সূষ্টি
- চিনাকি-অচিনাকি
- নৱীন- প্ৰবীন
- প্ৰাচীন-নতুন
- দুৰ্বল-শক্তিশালী
- পৰিকল্পিত-অপৰিকল্পিত
- বৈসাদৃশ্য-সাদূশ্য
- সফল-বিফল
- বিসংগতি- সংগতি
- মৃত্যু-জন্ম
- গভীৰ-তৰল
- পুত্ৰ-জীয়ৰী
- ভাই-ভনী
- আই-পিতাই
- দাদা-বৌ
- নাৰী-পুৰুষ
- মিল- অমিল
- বুঢ়া-ডিকা
- সোমোৱা-ওলোৱা
- পোহনীয়া-বনৰীয়া
- উত্তৰ- প্ৰশ্ন
- অধঃ-উধঃ
- মুকুতি- বন্দী
- অধম- ধম
- পোনপটীয়া- আওপটীয়া
- অনিচ্ছা- ইচ্ছা
- খৰালি-জহকালি
- দুখ-সুখ
- আঁতৰ-ওচৰ
- ভাল-বেয়া
- প্ৰশংসা- নিন্দা
- সুদক্ষ- অদক্ষ
- গভীৰ- তৰল
- আশা- নিৰাশা
- অনুকূল- নিৰাশা
- সূষ্টি- ধ্বংস
- দুখিয়া-ধনী
- উন্নতি- অধোন্নতি
- দেখা-নেদেখা
- থকা-নথকা
- উপকাৰ- অপকাৰ
- সৰু- ডাঙৰ
- ক্ষুদ্ৰ – বৃহত
- ধুনীয়া- কুংসিং-
- শকত- ক্ষীন
- চুটি-ওখ
- সুখ-দুখ
- পোহৰ-আন্ধাৰ
- বেয়া-ভাল
- ধুনিয়া-কুতসিত
- ওপৰত- তলত
- মৰা-জীয়া
- স্বাধীন-পৰাধীন
- জন্ম- মৃত্যু
- শেষ- আৰম্ভ
- বিদেশী-স্বদেশী
- ত্যাগ- গ্ৰহন
- বুঢ়া-ডেকা
- নিৰানন্দ-আনন্দ
- শেষ-আৰম্ভ
- খালী-ভৰ্তি
- দীঘল- চুটি
- আন্ধাৰ-পোহৰ
- পুৰণি-নতুন
- অসহায়-সহায়
- বলী-দুৰ্বলী
- ৰাতি-দিন
- গভীৰ-তৰল
- আনন্দ-নিৰানন্দ
- ধনী-দুখীয়া
- গুৰু-লঘু
- প্ৰাচীন-নতুন
- অসাধু-সাধু
- জ্ঞান-অঞ্জান
- নেদেখা-দেখা
- হিত-অহিত
- ন্যায়-অন্যায়
- সাধু-অসাধু
- বিশ্বাস-অবিশ্বাস
- হিত-অহিত
- ধুনীয়া-কুতসিত
- ওপৰত-তলত
- মৰা-জীয়া
- স্বাধীন- পৰাধীন
- জন্ম- মৃত্যু
- শেষ-আৰম্ভ
- বিদেশী-স্বদেশী
- ত্যাগ-গ্ৰহন
- নিৰস-ৰসাল
- আনন্দ-নিৰানন্দ
- সুখ-দুখ
- ভুল-শুদ্ধ
- প্ৰকাণ্ড-সৰু
- টেঙৰ- চতুৰ
- চহকী-দুখীয়া
- নিৰাশা- আশা
- অনুচিত-উচিত
- আগুৱা- পিচোৱা
- কৃতকাৰ্যতা- অকৃতকাৰ্যতা
- সফল-বিফল
- সুযোগ্য- অযোগ্য
- সুখ্যাতি- কুখ্যাতি
- কৃতজ্ঞ- কৃতঘ্ন
- সফলতা- বিফলতা
- অৰ্থপূৰ্ণ- অৰ্থহীন
- অমূল্য-মূল্যহীন
- পুৰস্কাৰ- শাস্তি
- বলী- দুৰ্বল
- গধুৰ- পাতল
- দুখ- সুখ
- মিলা – প্ৰীতি-
- অণু- বৃহং
- অলপ- বেছি
- অন্ধ- চাক্ষুষ
- অন্তৰ-বাহিৰ
- অনুৰাগ- বিৰাগ
- অতিবৃষ্টি- অনাবৃষ্টি
- অনুগ্ৰহ-নিগ্ৰহ
- অমৃত-গৰল
- অভাৱ- উভৈনদী
- অনুকূল- প্ৰতিকূল
- অসীম- সসীম
- অহংকাৰ- নিৰহংকাৰ
- আচল- নকল
- আদান-প্ৰদান
- আকাশ-পাতাল
- আধুনিক- নতুন
- আন্ধাৰ-পোহৰ
- ইচ্ছা-অনিচ্ছা
- ইহলোক-পৰলোক
- ইষ্ট-অনিষ্ট
- উদাৰ-সংকীৰ্ণ
- উন্নতি-অৱনতি
- উত্তৰ-দক্ষিণ
- উপকাৰ-অপকাৰ
- উত্তম-অধম
- উদয়-অস্ত
- উচিত-অনুচিত
- উপযুক্ত-অনুপযুক্ত
- উত্তম-অধম
- উচ্চ-নীচ
- উৰ্বৰ- অনুৰ্বৰ
- উণ্থান – পতন
- উংকৃষ্ট- নিকৃষ্ট
- উপস্থিত- অনুপস্থিত
- ওখ-চাপৰ
- ওপৰত- তলত
- এতিয়া-তেতিয়া
- কৃতজ্ঞ-অকৃতজ্ঞ
- কোমল-কঠিন
- কৃশ-স্থৃল
- খাল-বাম
- খোৱা-নোখোৱা
- খাদ্য-অখাদ্য
- গুণ- দোষ
- গুণী- নিৰ্গুণী
- গুৰু-শিষ্য
- দেশপ্ৰেমিক-দেশদ্ৰোহী
- ধৰ্ম- অধম
- ধনী- দুখীয়া
- নিৰাপদ- বিপদজনক
- নতুণ- পুৰণি
- ন্যায়- অন্যায়
- নিৰ্মল- মলিণ
- নিৰাকাৰ- সাকাৰ
- নিৰ্দোষী- দোষী
- নিভীক- ভীৰু
- পাতল- ডাঠ
- পৰিশ্ৰমীা- অপৰিশ্ৰমীা
- পণ্ডিত- মূৰ্খ
- পৰিমিত- অপৰিমিত
- প্ৰেৰণা- নিৰুংসাহ
- প্ৰকৃত-অপ্ৰকৃত
- প্ৰশ্ন-ওত্তৰ
- পুণ্য- পাপ
- প্ৰৱেশ- প্ৰস্থান
- পৰিষ্কাৰ- লেতেৰা
- পৱিত্ৰ- অপৱিত্ৰ
- প্ৰতক্ষ্য- পৰোক্ষ
- প্ৰচুৰ- অল্প
- পুৱা- গধূলি
- পুৰস্কাৰ- তিৰস্কাৰ
- প্ৰাচীন- নবীন
- প্ৰাচ্য- পাশ্চাত্য
- প্ৰভু- ভূত্য
- প্ৰকাশ- গোপণ
- বহল- ঠেক
- বগা- ক’লা
- বন্ধু- শত্ৰু
- শুক্ল-কৃষ্ণ
- শান- অশান্ত
- শুভ-অশুভ
- শান্তি- অশান্তি
- শুদ্ধ-ভুল
- শকত- ক্ষীণ
- সাধু-অসাধু
- সচাঁ- মিছা
- সহযোগী- প্ৰতিযোগী
- সমষ্টি- ব্যষ্টি
- সজীৱ-নিৰ্জীৱ
- সপক্ষ-বিপক্ষ
- সম্পদ-বিপদ
- সভ্য- অসভ্য
- সংযোগ- বিয়োগ
- সন্মান- অপমান
- সশ্ৰম- বিনাশ্ৰম
- সজ-অসজ
- সধবা- বিধৱা
- ওপৰ – তল
- এনাইদেও – পোথাদেও
- ঐক্য – অনৈক্য
- কৰ্কশ – শুৱলা
- এন্ধাৰ – পোহৰ
- ঔচিত্য – অনৌচিত্য
- ঊৰ্ধ্বগতি – অধোগতি
- ঐচ্ছিক – অনৈচ্ছিক
- কঙালী – ভূগালী
- কৰ্ম – অকৰ্ম
- স্বৰ্গ- নৰক
- চৰ্ত – চৰ্তহীন
- সুকৃতি- দুষ্কৃতি
- সুগম-দুৰ্গম
- সুস্থ-অসুস্থ
- সঞ্চয়-অপচয়
- সদয়-নিৰ্দয়
- স্পষ্ট-অস্পষ্ট
- সন্ধি-বিগ্ৰহ
- সৰল- জটিল
- সুৱিধা-অস্বিধা
- সৃষ্টি- প্ৰলয়
- সুচল- অচল
- সুগন্ধ- দুগন্ধ
- সুৰ-অসুৰ
- সুযোগ-দুৰ্যোগ
- সুশ্ৰী-কুশ্ৰী
- সুখ্যাতি- অখ্যাতি
- সুলভ-দুৰ্ল্লভ
- স্থিৰ- অস্থিৰ
- সুন্দৰ- কুংসিত
- স্বাধীন- পৰাধীন
- সোঁ – বাঁও
- স্থাৱৰ- জংগম
- আৰম্ভ- শেষ
- আৱিৰ্ভাৱ- তিৰোভাৱ
- আগ-গুৰি
- আশা -নিৰাশা
- আকৰ্ষণ-বিকৰ্ষণ
- আশীবাদ-অভিশাপ
- আয়- ব্যয়
- আৰোহণ- অবহোৰণ
- আনন্দ- বিষাদ
- আস্তিক- নাস্তিক
- আচাৰ-অনাচাৰ
- আদি-অন্ত
- আয়তী-বিধৱা
- আস্থা- অনাস্থা
- আচামী- ফৰিয়াদী
- আগমণ- প্ৰত্যাদমণ
- আপোন- পৰ
- আদৰ- অনাদৰ
- গহীন- চঞ্চল
- গ্ৰহণ- বৰ্জন
- গোপণ- প্ৰকাশ
- গধুৰ- পাতল
- গৰিষ্ঠি- লঘিষ্ঠ
- গভীৰ- তৰাং
- গৃহস্থী- সন্ন্যাসী
- গোচৰীয়া- পদকীয়া
- ঘৰচীয়া- বনৰীয়া
- চৰম- নৰম
- চহকী- দুখীয়া
- ঘন- পাতল
- চেতন- জড়
- চল- অচল
- চিনাকি- অচিনাকি
- জ্ঞানী- মূৰ্খ
- জমা-খৰচ
- জন্ম- মূত্যু
- জোখ- অজোখ
- জাগৰণ- নিদ্ৰা
- জয়- পৰাজয়
- জীৱন- মৰণ
- ডাঠ- পাতল
- ডেকা- বুঢ়া
- তপত- চেঁচা
- দ’-বাম
- দেৱতা- অসুৰ
- দিন- ৰাতি
- দয়ালু- নিৰ্দয়
- দীঘল- চুটি
- দাতা- কৃপণ
- দীৰ্ঘ-হ্ৰস্ব
- বিপদ-সম্পদ
- বিদ্যা- অবিদ্যা
- বিৰহ- মিলন
- বাজ- ভিতৰ
- বৈধ- অবৈধ
- বিনীত- উদ্ধত
- বিখ্যাত- অখ্যাত
- বিধি- অবিধি
- বিনয়-গৰ্ব
- বাদী- বিবাদী
- বিস্তৃত- সংক্ষিত
- বিশ্বাসী- বিশ্বাসঘাতক
- বিফলতা- সফলতা
- ভাল- বেয়া
- ভোতা -চোকা
- ভীৰু-সাহসী
- ভূত- ভৱিষ্যত
- ভক্তি- ঘৃণা
- মিতব্যয়ী- অমিতব্যয়ী
- মুক্ত- বন্ধ
- মান-অপমান
- মুখ্য- গৌণ
- মানুহ- দানৱ
- মিলন- বিৰহ
- যশ- অপযশ
- যত্ন- আওকাণ
- যোগ- বিযোগ
- ৰোগী-নিৰোগী
- ৰজা- প্ৰজা
- লাভ- লোকচান
- লঘু- গুৰু
- হৰ্ষ- বিষাদ
- হ্ৰাস- বৃদ্ধি
- হঁহা – কন্দা
- হাঁহি- কান্দোন
- হৰা-জিকা
- হৰণ- পূৰণ
- হিংসা- প্ৰেম
- ক্ষয়- বৃদ্ধি
- ক্ষমা- প্ৰতিশোধ
- অকাৰণ – কাৰণ
- অকথনীয় – কথনীয়
- অকাজী – কাজী
- অকল্যাণ – কল্যাণ
- অকথিত – কথিত
- অকল্পনীয় – কল্পনীয়
- অকঠিন – কঠিন
- অকৃত্য – কৃত্য
- অকথ্য – কথ্য
- অকৃতকাৰ্য – কৃতকাৰ্য
- অকপট – কপট
- অকৃতজ্ঞ – কৃতজ্ঞ
- অকীৰ্তি – কৃতি
- অকৃত্ৰিম – কৃত্ৰিম
- অকপটীয়া – কপটীয়া
- অক্লান্ত – ক্লান্ত
- অকামিলা – কামিলা
- অক্লেশ – ক্লেশ
- অকৰ্ম – কৰ্ম
- অখণ্ডনীয় – খণ্ডনীয়
- অকৰ্মী – কৰ্মী
- অখণ্ডিত – খণ্ডিত
- অকুমাৰ – কুমাৰ
- অখ্যাত – বিখ্যাত
- অক্ৰূৰ – ক্ৰূৰ
- অগৰ্বী – গৰ্বী
- অকৃতঘ্ন – কৃতঘ্ন
- অগৰ্হিত – গৰ্হিত
- অকৃতজ্ঞতা – কৃতজ্ঞতা
- অগ্ৰসৰ – অনগ্ৰসৰ
- অকৃপণ – কৃপণ
- অগ্ৰাহ্য – গ্ৰাহ্য
- অকৰ্মক – সকৰ্মক
- অচল – সচল
- অকৰণীয় – কৰণীয়
- অগভীৰ – সুগভীৰ
- অঋণী – ঋণী
- অগ্ৰ – পশ্চ
- অংশকালীন – পূৰ্ণকালীন
- অংগচ্ছেদন – অংগসংস্থাপন
- অনাদি – আদি
- অনিয়ন্ত্ৰিত – নিয়ন্ত্ৰিত
- অনৰ্থক – সদৰ্থক
- অশক্ত – শক্ত
- অসন্তোষ – সন্তোষ
- অশিষ্ট – শিষ্ট
- আগ – গুৰি
- অক্ষম – সক্ষম
- আগ – পিছ
- অনীতি – নীতি
- অনাবৃষ্টি – অতিবৃষ্টি
- অনাস্থা – আস্থা
- অনাবৃত – আবৃত
- অনাশক্তি – আসক্তি
- অনিয়ন্ত্ৰণ – নিয়ন্ত্ৰণ
- অনাৱশ্যক – আৱশ্যক
- অনুপম – উপযোগী
- অনিচ্ছা – ইচ্ছা
- অনুচিত – উচিত
- অন্ত – আৰম্ভ
- অনিৰ্বাণ – নিৰ্বাণ
- অনিষ্ট – উপকাৰ, হিত
- অনুদ্বিগ্ন – উদ্বিগ্ন
- অনিচ্ছুক – ইচ্ছুক
- অনিষ্টকাৰী – উপকাৰী
- অনতিক্ৰম – অতিক্ৰম
- অনিৰ্নিত – নিৰ্মিত
- অনাদৃত – আদৃত
- অনাড়ম্বৰ – আড়ম্বৰপূৰ্ণ
- অনধিকাৰ – অধিকাৰ
- অনিয়ম – নিয়ম
- অনিমন্ত্ৰিত – নিমন্ত্ৰিত
- অন্তৰ – বাহিৰ
- অনিয়মিত – নিয়মিত
- অনীহা – স্পৃহা
- অনুগত – অবাধ্য
- অনুকৰণ – অননুকৰণ
- অনুজ – অগ্ৰজ
- অন্তৰ্গত – বৰ্হিগত
- অনুগ্ৰহ – নিগ্ৰহ
- অনুকূল – প্ৰতিকূল
- অনন্ত – অন্ত
- অনুত্তীৰ্ণ – উত্তীৰ্ণ
- অন্তমুৰ্খী – বহিৰ্মুখী
- অনুদ্যমী – উদ্যমী
- অন্ধ – চাক্ষুস, দৃষ্টিসম্পন্ন
- অনভ্যাস – অভ্যাস
- অনবদ্য – নিন্দনীয়
- অনমনীয় – নমনীয়া, সহজ
- অনুদ্দিষ্ট – উদ্দিষ্ট
- চতুৰ – হোজাচঞ্চল – ধীৰ
- ঘোদা – নিজনী
- চন্দ্ৰ – সূৰ্য
- অনভিজ্ঞ – অভিজ্ঞ
- অনভ্যস্ত – অভ্যস্ত
- অনুদ্ধত – উদ্ধত
- অনভিপ্ৰেত – অভিপ্ৰেত
- অনুপলব্ধি – উপলব্ধি
- অমংগল – মংগল
- অনৈক্য – ঐক্য
- অপকাৰ – উপকাৰ
- অপৰিপক্ক – পৰিপক্ক
- অনৈতিক – নৈতিক
- অপকেন্দ্ৰিক – অভিকেন্দ্ৰিক
- অপাৰ্থিৱ – পাৰ্থিৱ
- অপৰিচিত – পৰিচিত
- অন্যায় – ন্যায়
- অনুৰ্বৰ – উৰ্বৰা , সাৰুৱা
- অনুৰূপ – বিৰূপ
- অবিবেচক – বিবেচক
- অভিজ্ঞ – অনভিজ্ঞ
- অভ্যা, – অনভ্যাষ
- অভাৱ – উভৈনদী
- অৰ্বাচীন – প্ৰাচীন
- অবিচ্ছেদ্য – বিচ্ছেদ্য
- অভদ্ৰ – ভদ্ৰ
- অভ্যন্তৰ – বাহিৰ
- অব্যৰ্থ – ব্যৰ্থ
- অবিভক্ত – বিভক্ত
- অব্যভিচাৰী – ব্যভিচাৰী
- অভব্য – ভব্য
- অভিলাষ – অনিচ্ছা
- অবিশ্ৰান্ত – বিশ্ৰান্ত
- অবিদ্যমান – বিদ্যমান
- অবৈদিক – বৈদিক
- অভ্ৰষ্ট – ভ্ৰষ্ট
- অবিবাহিত – বিবাহিত
- অব্যাহত – ব্যাহত
- অভিশাপ – আশীৰ্বাদ
- অভ্যন্ত – অনভ্যন্ত
- অভিমানী – নিৰভিমানী
- অবিন্যন্ত – সুবিন্যন্ত
- অভেদ্য – ভেদ্য
- অশ্ৰদ্ধা – শ্ৰদ্ধা
- অসজ – সজ
- অসমৰ্থ – সমৰ্থ
- অসম্পূৰ্ণ – সম্পূৰ্ণ
- অৱসাদ – উদ্যম
- অশান্ত – শান্ত
- অসন্তোষ – সন্তোষ
- অশ্লীল – শ্লীল
- অৱলম্বন – অসহায়
- অসীম – সসীম
- অসংযত – সংযত
- অসংৰক্ষিত – সংৰক্ষিত
- অশুচি – শুচি
- অশালীন – শালীন
- অশুৱনি – শুৱনি
- অসত্য – সত্য
- অসমান – সমান
- অসংলগ্ন – সংলগ্ন
- অশুভ – শুভ
- অসংযম – সংযম
- অশৰীৰী – শৰীৰী
- অশ্ৰাব্য – শ্ৰাব্য
- আগমন – প্ৰত্যাগমন
- অস্ত – উদয়
- অহংকাৰ – নিৰুহংকাৰ
- অশ্লীলতা – শ্লীলতা
- অসাম্য – সাম্য
- আকৰ্ষণ – বিকৰ্ষণ
- অসুশ্থ – সুস্থ
- অসামৰিক – সামৰিক
- আংশিক – পূৰ্ণ
- অসাৰুৱা – সাৰুৱা
- অস্তাচল – উদয়াচল
- আগ – পাছ
- অসহিষ্ণু – সহিষ্ণু
- অসামান্য – সামান্য
- আটোম – টোকাৰী – বিশৃংশল
- আস্থা – অনাস্থা
- আসা – নিৰাশা
- আৰ্ৱিভাৱ – তিৰোভাৱ
- আয়তী – বিধৱা
- ইচ্ছা – অনিচ্ছা
- ইপাৰ – সিপাৰ
- আহুত – অনাহুত
- আবুৰ – মুকলি
- আৰম্ভ – শেষ
- আবৃত – অনাবৃত
- ইতিবাচক – নেতিবাচক
- আৱাহন – বিসৰ্জন
- আমদানী – ৰপ্তানি
- আস্তিক – নাস্তিক
- আৰোহণ – অৱৰোহণ
- আব্যন্তৰিন – বাহ্যিক
- আড়ম্বৰপূৰ্ণ – অনাড়ম্বৰ
- আসক্ত – অনাসক্ত
- আমিষ – নিৰামিষ
- আহ্লাদ – বিষাদ
- আমিষহাৰী – নিৰামিষহাৰী
- আহুকাল – সুচল
- ইচ্ছুক – অনিচ্ছুক
- উচ্চ – অনুচ্চ
- উচ্চ – নিম্ন
- ইয়াত – তাত
- উণ্থান – পতন
- উজু – টান
- ইহকাল – পৰকাল
- উক্ত – অনুক্ত
- উদ্যমী – অনুদ্যমী
- উজনি – নামনি
- উদয়াচল – অস্তাচল
- উপকাৰ – অপকাৰ
- ইহলোক – পৰকাল
- উদয় – অস্ত
- উত্তম – অধম
- উন্নতি – অনুন্নতি
- উত্তৰ – প্ৰশ্ন
- উগ্ৰ – অনুগ্ৰ
- উত্তৰ – দক্ষিণ
- উজ্জল – অনুজ্জল
- উখোৱা – আৰৈ
- উদ্যত – অনুদ্যত
- উৰ্ধ্ব – অনুৰ্ধ্ব
- উচিত – উনুচিত
- উচ্চ – নীচ
- ইদানীত্ন – তদানীন্তন
- উতকৃষ্ট – নিকৃষ্ট
- উদাস – বিষয়ী
- উষ্ণ – শীতল
- উন্নত – অনুন্নত
- উত্তমাংগ – অধমাংগ
- উৰ্বৰ – অনুৰ্বৰ
- উদিত – অস্তমিত
- উত্তীৰ্ণ – অৱতীৰ্ণ
- উপস্থিত – অনুপস্থিত
- উপযুক্ত – অনুপযুক্ত
- উদাৰ – সংকীৰ্ণ
- উভৈনদী – অভাৱ
- উপসৰ্গ – অনুসৰ্গ
- উতপতিয়া – শান্ত
- উদগ্ৰীৱ – নিৰুদ্বেগ
- উন্মুক্ত – আৱদ্ধ
- উৰ্দ্ধ – অধঃ
- উদ্দিষ্ট – অনুদ্দিষ্ট
- উপসংহাৰ – অবতৰণিকা
- উৰুঙা – উখল – মাখল
- উমৈহতিয়া – গাইগুটিয়া
- উত্তমৰ্ণ – অধমৰ্ণ
- উদ্বিগ্ন – অনুদ্বিগ্ন
- উদগতি – অধোগতি
- উদ্ধদৃত – অনুদ্ধৃত
- এঁৱা – দৈ
- ওচৰ – দূৰ
- ক’লা – বগা
- একত্ব – বহুত্ব
- ককৰ্থনা – প্ৰশংসা
- কৰ্কশ – মিহি
- এতিয়া – তেতিয়া
- ঊৰ্ধ্বচাপ – নিম্নচাপ
- ঐতিহাসিক – অনৈতিহাসিক
- ঋনাত্মক – ধনাত্মক
- এলাগী – লাগী
- ওখ – চাপৰ
- ক’লী – বগী
- একমুখী – বহুমুখী
- ধৰ্ধ্বতন – তলতীয়া
- ঐহিক – পাৰলৌকিক
- কইনা – বৰ
- কান্দোন – হাঁহি
- ক্লান্ত – অক্লান্ত
- কৰণীয় – অকৰণীয়
- কল্পনা – বাস্তৱ
- ক্ৰয় – বিক্ৰয়
- কনিষ্ঠ – জ্যেষ্ট
- কপট – অকপট
- কাৰ্যকৰী – অকাৰ্যকৰী
- কিঞ্চিত – প্ৰচুৰ
- কান্দ – হাঁহ
- কম – বেছি
- কথনীয় – অকথনীয়
- কম্পিত – অকম্পিত
- কৰ্তৃত্ব – অকৰ্তৃত্ব
- কাপুৰুষ – সাহসী
- কপটীয়া – অকপটীয়া
- কৰ্তব্য – অকৰ্তব্য
- কৰযুক্ত – কৰমুক্ত
- কৰাইচ – খৰছী
- কাল্পনিক – বাস্তৱিক
- কন্যা – পুত্ৰ
- কদৰ্য – ধুনীয়া
- কথিত – অকথিত
- অপমান – সন্মান
- অপৈণত – পৈণত
- অবাধ্য – বাধ্য
- অবিচলিত – বিচলিত
- অপ্ৰমাদ – প্ৰমাদ
- অপৰিষ্কাৰ – পৰিষ্কাৰ
- অপৱিত্ৰ – প্ৰৱিত্ৰ
- অবাঞ্ছিত – বাঞ্ছিত
- অপুত্ৰক – পুত্ৰক
- অপ্ৰধান – প্ৰধান
- অৰ্বাচীন – প্ৰাচীন
- অপাত্ৰ – পাত্ৰ
- অবাস্তৱ – বাস্তৱ
- অপ্ৰাসংগিক – প্ৰাসংগিক
- অপ্ৰাকৃতিক – প্ৰাকৃতিক
- অপ্ৰয়োগ – প্ৰয়োগ
- অপ্ৰচলিত – প্ৰচলিত
- অপুষ্পক – সুপুষ্পক
- অপূৰ্ণ – পূৰ্ণ
- অপ্ৰৰোচিত – প্ৰৰোচিত
- অপুষ্টি – পুষ্টি
- অৰূমোদয় – সূৰ্যাস্ত
- অমেধ্য – মেধ্য
- অমত – মত
- অৱজ্ঞা – আদৰ
- অমিল – মিল
- অৱৰোহন – আৰোহন
- অযৌগিক – যৌগিক
- অলংওঘনীয় – লংঘনীয়
- অমান্য – মান্য
- অল্পায়ু – দীৰ্ঘায়ু
- অৱতল – উত্তল
- অমনোযোগ – মনোযোগ
- অযুগুত – যুগুত
- অৰুচি – ৰুচি
- অম্লান – ম্লান
- অমিতব্যয়ী – মিতব্যয়ী
- অপৰিসীম – সসীম
- অপেস্বৰী – ফেদেলী
- অপৰাজিত – পৰাজিত
- অপৰিহাৰ্য – পৰিহাৰ্য
- অমাৰ্জিত – মাৰ্জিত
- অমৃত – গৰল
- অলীক – বাস্তৱ
- অৱনতি – উন্নতি
- অলপ – বেছি
- কুৰুছি – সুৰুছি
- কুশ্ৰী – সুশ্ৰী
- কৃষ্ণাংগ – শ্বেতাংগ
- কু-বাদ – সু-বাদ
- কুখ্যাত – সুখ্যাত
- কুটিল – সৰল
- কীৰ্তন – ৰতন
- কুন্ধচ – শুৱনী
- কুমেৰু – সুমেৰু
- কুতসা – প্ৰশংসা
- কুফল – সুফল
- কিন – বিক
- কুনাম – সুনাম
- কুৰূপ – সুৰূপ
- কৃতজ্ঞ – অকৃতজ্ঞ
- কু – পৰিবাহী – পু পৰিবাহী
- অনুসৰ্গ – উপসৰ্স
- অপকৰ্ম – সুকৰ্ম
- অপচন্দ – পচন্দ
- অনুৰাগ – বিৰাগ
- অপকৰ্ষ – উতকৰ্ষ
- অপথ্য – পথ্য
- অনুপস্থিত – উপস্থিত
- কুতসিত – সুন্দৰ
- কৃষ্ণপক্ষ – সুপক্ষ
- কিশোৰ – কিশোৰী
- কুলক্ষণী – সুলক্ষণী
- কুমলীয়া – পূৰঠ
- কুদৃষ্টি – শুভদৃষ্টি
- কৃতকাৰ্য – অকৃতকাৰ্য
- খং – ৰং
- খৰচ – জমা
- খহটা – মিহী
- কৃত্ৰিম – অকৃত্ৰিম
- খণ্ড – অখণ্ড
- কৃশ – স্থুল
- কৃপণ – খৰছী
- খৰখেদা – লাহে – ধীৰে
- খৰালি – বাৰিষা
- কোমন – কঠিন
- খলনাময়ক – নায়ক
- ক্লেশ – অক্লেশ
- কেঁকুৰি – পোন
- কৃত্য – অকৃত্য
- খৰচী – মিতব্যয়ী
- কৃপাময় – কৃপাহীন
- আবাদী – অনাবাদী
- খণ্ডিত – অখণ্ডিত
- ক্ৰেতা – বিক্ৰেতা
- কৰ্মেন্দ্ৰিয় – জ্ঞানেন্দ্ৰিয়
- আদি – অন্ত
- খণ্ডবাক্য – পূৰ্ণবাক্য
- খঙাল – ৰঙিয়াল
- কৃষিপ্ৰধান – উদ্যোগপ্ৰধান
- কেঁচা – পকা
- খৰতকীয়া – লেহেমীয়া
- আপোন – পৰ
- আন্ধাৰ – পোহৰ
- আজি – কালি
- আদৃত – অনাদৃত
- আদান – প্ৰদান
- আটিল – সোলোক – ঢোলোক
- আৰ্দ্ৰ – শুষ্ক
- খাদ্য – অকাদ্য
- খুচুৰা – পাইকাৰী
- খ্যাত – অখ্যাত
- গগন – পাতাল
- গদ্য – পদ্য
- গমন – আগমন
- গত – অনাগত
- খাল – বাম
- গতি – স্থিতি
- গণিকা – সতী
- গতিশীল – স্থিতিশীল
- গধুৰ – পাতল
- গভীৰ – অগভীৰ
- গতানুগতিক – অগতানুগতিক
- খাৰিফশস্য – ৰবিশস্য
- খোকোজা – খলখলীয়া
- গতিশক্তি – স্থিতিশক্তি
- অযুক্তি – যুক্তি
- অমাৱস্যা – পূৰ্ণিমা
- অলৌকিক – লৌকিক
- অৰাজনৈতিক – ৰাজনৈতিক
- কুপথ – সুপথ
- গধূলি – পুৱা
- গঠন – ভাঙোন
- খ্যাতি – অখ্যাতি
- খুৰা – খুৰী
- খালী – ভৰ্তি
- গুৰু – লঘু
- গিৰীয়েক – ঘৈণিয়েক
- গা – গধুৰ – গা – পাতল
- গুৰি – আগ
- গৰ্হিত – প্ৰশংসনীয়
- গম্য – অগম্য
- গুপ্ত – মুক্ত
- গিৰীহঁত – গিৰীহঁতনী
- গুণ – দোষ
- গাঁৱলীয়া – চহৰীয়া
- গ্লানি – যশচ্যা
- গৰম – ঠাণ্ডা
- গুৰুত্ব – লঘুত্ব
- গম্ভীৰ – চঞ্চল
- গুণী – নিৰ্গুণী
- গুৰু – শিষ্য
- গায়ক – গায়িকা
- গাই – বলদ
- গৰিষ্ঠ – লঘিষ্ঠ
- ঘাইপথ – উপপথ
- গ্ৰীষ্ম – শীত
- ঘৈণিয়েক – গিৰীয়েক
- গ্ৰামাঞ্চল – নগৰাঞ্চল
- গাভৰু – ডেকা
- গহীন – চঞ্চল
- গুৰি – আগ
- গাওঁ – নগৰ
- গৰল – অমৃত
- গৰিহণা – প্ৰশংসা
- গুচৰীয়া – পদকীয়া
- গুণফল – ভাগফল
- গৌৰ – শ্যাম
- গ্ৰহণ – বৰ্জন
- গোটা – চেপেটা
- ঘৃমা – প্ৰেম
- গোপনীয় – অগোপনীয়
- গ্ৰহ – নক্ষত্ৰ
- চাকৰ – মালিক
- চাফা – লেতেৰা
- চৰ্ব্য – পেয়চেপেটা – গোটা
- চল – অচল
- ঘন – সেৰেঙা
- ঘাটি – ৰাহি
- গোলাম – মালিক
- ঘৰচীয়া – বনৰীয়া
- গৌৰৱ – অগৌৰৱ
- গ্ৰেপ্তাৰ – মুক্তি
- গ্ৰহীতা – দাতা
- চৰকাৰ – জনসাৰাৰণ
- গ্ৰাহ্য – বৰ্জ্য
- গৌণ – মূখ্য
- গোপন – আকাশ
- ঘুমটি – নিদ্ৰাহীন
- গ্ৰহণীয় – বৰ্জনীয়
- গোচৰীয়া – পদকীয়া
- গোমা – ফৰকাল
- চহকী – দুখিয়া
- চামিল – বহিষ্কাৰ
- চৰিত্ৰৱান – চৰিত্ৰহীন