এই শিতানত অসম সম্বন্ধে কিছু চমু প্ৰশ্ন আৰু তাৰ উত্তৰ দাঙি ধৰিবলৈ যত্ন কৰা হ'ল । এই শিতানত অসম সম্বন্ধে , অসমৰ প্ৰথম কোন , ক'ত , কি আছিল ইত্যাদি প্ৰশ্ন আৰু উত্তৰ উল্লেখ কৰা হ'ল।
Assam Related General Knowledge MCQs - অসম সম্বন্ধিয় কিছু সাধৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ - সাধৰণ জ্ঞান - অসমৰ প্ৰথম কোন,কি,ক'ত ?
১) 'অসম ৰত্ন' সন্মান লাভ কৰা প্ৰথম অসমীয়া ?
উত্তৰ - ভূপেন হাজৰিকা
২) গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য ?
উত্তৰ - কৃষ্ণকান্ত সন্দিকৈ
৩) সংগীত নাটক একাডেমীৰ প্ৰথম অসমীয়া অধ্যক্ষ ?
উত্তৰ - ভূপেন হাজৰিকা
৪) উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি ?
উত্তৰ - হলিৰাম ডেকা
৫) উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি ?
উত্তৰ - পাৰ্বতী কুমাৰ গোস্বামী
৬) উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ ?
উত্তৰ - ৰঞ্জন গগৈ
৭) উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মহিলা বিচাৰপতি ?
উত্তৰ - মিৰা শৰ্মা
৮) ভাৰতৰ কোনো এখন ৰাজ্যৰ প্ৰথম অসমীয়া ৰাজ্যাপাল ?
উত্তৰ - বিষ্ণুৰাম মেধি ( মাদ্ৰাজ )
৯) প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি ?
উত্তৰ - ফখৰুদ্দিন আলি আহমেদ
১০) প্ৰথম অসমীয়া স্নাতক ?
উত্তৰ - আনন্দৰাম বৰুৱা
১১) প্ৰথম অসমীয়া আই .চি .এচ ?
উত্তৰ - আনন্দৰাম বৰুৱা
১২) প্ৰথম অসমীয়া বেৰিষ্টাৰ ?
উত্তৰ - আনন্দৰাম বৰুৱা
১৩) প্ৰথম অসমীয়া মহিলা স্নাতক ?
উত্তৰ - সুখলতা দুৱৰা , সোধালতা দুৱৰা
১৪) প্ৰথম অসমীয়া মহিলা এ চি এচ ?
উত্তৰ - শুচিব্ৰতা ৰায়চৌধুৰী
১৫) প্ৰথম অসমীয়া মহিলা আই এ এচ ?
উত্তৰ - পাৰুল দাস
১৬) প্ৰথম অসমীয়া মহিলা এম বি বি এচ ?
উত্তৰ - ড° ৰজনীপ্ৰভা দাস
১৭) প্ৰথম অসমীয়া মহিলা পাইলট ?
উত্তৰ - ধীৰা হাজৰিকা চলিহা
১৮) অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী ?
উত্তৰ - চৈয়দা আনোৱাৰা টাইমুৰ
১৯) প্ৰথম অসমীয়া মহিলা পি এইচ দি ?
উত্তৰ - ড° কমলা ৰায় , তিলোত্তমা গগৈ
২০) পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলা ?
উত্তৰ - নলিনীৱালা দেৱী
২১) প্ৰথম অসমীয়া অৰ্জুন বঁটা বিজয় কৰা ব্যক্তি ?
উত্তৰ - ভোগেশ্বৰ বৰুৱা
২২) প্ৰথম অসমীয়া অৰ্জুন বঁটা বিজয় কৰা মহিলা?
উত্তৰ - মনালিছা বৰুৱা মেহতা
২৩) 'অসম ৰত্ন' লাভ কৰা প্ৰথম ব্যক্তি ?
উত্তৰ - ভুপেন হাজৰিকা
২৪) 'অসম ৰত্ন' লাভ কৰা প্ৰথম মহিলা ?
উত্তৰ - মামনি ৰয়চম গোস্বামী
২৫) অলিম্পিক খেলত ভাগ লোৱা প্ৰথম অসমীয়া খেলুৱৈ ?
উত্তৰ - টালিমেৰণ আও ( লণ্ডন অলিম্পিক ১৯৪৮ )
২৬) এচিয়ান গেমচত স্বৰ্ণ পদক বিজয়ি প্ৰথম অসমীয়া ?
উত্তৰ - ভোগেশ্বৰ বৰুৱা ( ১৯৬৬ )
২৭) প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহনকাৰী?
উত্তৰ - তৰুণ শইকীয়া ( ২০১৩ )
২৮) এণ্টাৰটিকাত পৰ্দাপণ কৰা প্ৰথম অসমীয়া বিজ্ঞানী ?
উত্তৰ - ৰাঘৱ চন্দ্ৰ ডেকা
২৯) দাদাচাহেব ফাল্কে বঁটা বিজয়ী প্ৰথম অসমীয়া ?
উত্তৰ - ভূপেন হাজৰিকা
৩০) ডাক-টিকতত স্থান লাভ কৰা প্ৰথম অসমীয়া ?
উত্তৰ - লক্ষ্মীনাথ বেজবৰুৱা
৩১) প্ৰথম অসমীয়া মহিলা আই পি এচ
উত্তৰ - য়ামিন হাজৰিকা
৩২) প্ৰথম অসমীয়া চলচিত্ৰ নিৰ্মাতা ?
উত্তৰ - জ্যোতিপ্ৰসদ আগৰৱালা
৩৩) প্ৰথম অসমীয়া চলচিত্ৰ নিৰ্দেশক ?
উত্তৰ - প্ৰমথেশ বৰুৱা
৩৪) অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ ?
উত্তৰ - বসন্ত দাস
৩৫) প্ৰাথম অসমীয়া গদ্যলেখক ?
উত্তৰ - ভট্টদেৱ
৩৬) প্ৰথম অসমীয়া ফিফা ৰেফৰী ?
উত্তৰ - বাবুল বাৰ্মিজ
৩৭) প্ৰথম অসমীয়া চাহ খেতিয়ক ?
উত্তৰ - জগন্নাথ বৰুৱা
৩৮) প্ৰথম অসমীয়া ব্যক্তি যিয়ে ব্যৱসায়ীক ভাবে চাহ খেতি কৰে ?
উত্তৰ - মণিৰাম দেৱান
৩৯) প্ৰথম অসমীয়া ৰঙীন কথাছবি ?
উত্তৰ - ভাইটি
৪০) প্ৰথম অসমীয়া নাটক ?
উত্তৰ - চিহ্নযাত্ৰা
৪১) প্ৰথম অসমীয়া শিশু উপন্যাস ?
উত্তৰ - পাতালপুৰী
৪২) প্ৰথম অসমীয়া শিশু আলোচনী ?
উত্তৰ - লৰাবন্ধু
৪৩) প্ৰথম অসমীয়া শিশু চলচিত্ৰ ?
উত্তৰ - অবুজ বেদনা
৪৪) প্ৰথম অসমীয়া মিনি আলোচনী ?
উত্তৰ - বিন্দু
৪৫) প্ৰথম অসমীয়া গল্প সংকলন ?
উত্তৰ - সুৰভি
৪৬) প্ৰথম অসমীয়া চুটি গল্প ?
উত্তৰ - কন্যা
৪৭) প্ৰথম অসমীয়া চনেট কবিতা ?
উত্তৰ - প্ৰিতমাৰ চিঠি
৪৮) প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা ?
উত্তৰ - বন কুঁৱৰী
৪৯) প্ৰথম অসমীয়া চনেট পুথি ?
উত্তৰ - মালচ
৫০) প্ৰথম অসমীয়া ইংৰাজী দৈনিক কাকত ?
উত্তৰ - আছাম ট্ৰিবিউন