Assam Related General Knowledge MCQ

এই শিতানত অসম সম্বন্ধে কিছু চমু প্ৰশ্ন আৰু তাৰ উত্তৰ দাঙি ধৰিবলৈ যত্ন কৰা হ'ল । এই শিতানত অসম সম্বন্ধে , অসমৰ প্ৰথম কোন , ক'ত , কি আছিল ইত্যাদি প্ৰশ্ন আৰু উত্তৰ উল্লেখ কৰা হ'ল। 

Assam related general knowledge mcq

Assam Related General Knowledge MCQs - অসম সম্বন্ধিয় কিছু সাধৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ - সাধৰণ জ্ঞান - অসমৰ প্ৰথম কোন,কি,ক'ত ?


 ১) 'অসম ৰত্ন' সন্মান লাভ কৰা প্ৰথম অসমীয়া ?

উত্তৰ - ভূপেন হাজৰিকা


২) গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য ?

উত্তৰ - কৃষ্ণকান্ত সন্দিকৈ


৩) সংগীত নাটক একাডেমীৰ প্ৰথম অসমীয়া অধ্যক্ষ ?

উত্তৰ - ভূপেন হাজৰিকা


৪) উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি ?

উত্তৰ - হলিৰাম ডেকা


৫) উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি ?

উত্তৰ - পাৰ্বতী কুমাৰ গোস্বামী


৬)  উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ ?

উত্তৰ - ৰঞ্জন গগৈ


৭) উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মহিলা বিচাৰপতি ?

উত্তৰ - মিৰা শৰ্মা


৮) ভাৰতৰ কোনো এখন ৰাজ্যৰ প্ৰথম অসমীয়া ৰাজ্যাপাল ?

উত্তৰ - বিষ্ণুৰাম মেধি ( মাদ্ৰাজ )


৯) প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি ?

উত্তৰ - ফখৰুদ্দিন আলি আহমেদ


১০) প্ৰথম অসমীয়া স্নাতক ?

উত্তৰ - আনন্দৰাম বৰুৱা


১১)  প্ৰথম অসমীয়া আই .চি .এচ ?

উত্তৰ - আনন্দৰাম বৰুৱা


১২)  প্ৰথম অসমীয়া বেৰিষ্টাৰ ?

উত্তৰ - আনন্দৰাম বৰুৱা


১৩) প্ৰথম অসমীয়া মহিলা স্নাতক ?

উত্তৰ - সুখলতা দুৱৰা , সোধালতা দুৱৰা


১৪) প্ৰথম অসমীয়া মহিলা এ চি এচ ?

উত্তৰ - শুচিব্ৰতা ৰায়চৌধুৰী


১৫) প্ৰথম অসমীয়া মহিলা আই এ এচ ?

উত্তৰ - পাৰুল দাস


১৬) প্ৰথম অসমীয়া মহিলা এম বি বি এচ ?

উত্তৰ - ড° ৰজনীপ্ৰভা দাস


১৭) প্ৰথম অসমীয়া মহিলা পাইলট ?

উত্তৰ - ধীৰা হাজৰিকা চলিহা


১৮) অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী ?

উত্তৰ - চৈয়দা আনোৱাৰা টাইমুৰ


১৯) প্ৰথম অসমীয়া মহিলা পি এইচ দি ?

উত্তৰ - ড° কমলা ৰায় , তিলোত্তমা গগৈ


২০) পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলা ?

উত্তৰ - নলিনীৱালা দেৱী


২১) প্ৰথম অসমীয়া অৰ্জুন বঁটা বিজয় কৰা ব্যক্তি ?

উত্তৰ - ভোগেশ্বৰ বৰুৱা


২২) প্ৰথম অসমীয়া অৰ্জুন বঁটা বিজয় কৰা মহিলা?

উত্তৰ - মনালিছা বৰুৱা মেহতা


২৩) 'অসম ৰত্ন' লাভ কৰা প্ৰথম ব্যক্তি ?

উত্তৰ - ভুপেন হাজৰিকা


২৪) 'অসম ৰত্ন' লাভ কৰা প্ৰথম মহিলা ?

উত্তৰ - মামনি ৰয়চম গোস্বামী


২৫) অলিম্পিক খেলত ভাগ লোৱা প্ৰথম অসমীয়া খেলুৱৈ ?

উত্তৰ - টালিমেৰণ আও ( লণ্ডন অলিম্পিক ১৯৪৮ )


২৬) এচিয়ান গেমচত স্বৰ্ণ পদক বিজয়ি প্ৰথম অসমীয়া ?

উত্তৰ - ভোগেশ্বৰ বৰুৱা ( ১৯৬৬ )


২৭) প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহনকাৰী?

উত্তৰ - তৰুণ শইকীয়া ( ২০১৩ )


২৮) এণ্টাৰটিকাত পৰ্দাপণ কৰা প্ৰথম অসমীয়া বিজ্ঞানী ?

উত্তৰ  - ৰাঘৱ চন্দ্ৰ ডেকা


২৯) দাদাচাহেব ফাল্কে বঁটা বিজয়ী প্ৰথম অসমীয়া ?

উত্তৰ  - ভূপেন হাজৰিকা


৩০) ডাক-টিকতত স্থান লাভ কৰা প্ৰথম অসমীয়া ? 

উত্তৰ  - লক্ষ্মীনাথ বেজবৰুৱা


৩১) প্ৰথম অসমীয়া মহিলা আই পি এচ

উত্তৰ - য়ামিন হাজৰিকা


৩২) প্ৰথম অসমীয়া চলচিত্ৰ নিৰ্মাতা ?

উত্তৰ   - জ্যোতিপ্ৰসদ আগৰৱালা


৩৩) প্ৰথম অসমীয়া চলচিত্ৰ নিৰ্দেশক ?

উত্তৰ   - প্ৰমথেশ বৰুৱা


৩৪) অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ ?

উত্তৰ   - বসন্ত দাস


৩৫) প্ৰাথম অসমীয়া গদ্যলেখক ?

উত্তৰ   - ভট্টদেৱ


৩৬) প্ৰথম অসমীয়া ফিফা ৰেফৰী ?

উত্তৰ   - বাবুল বাৰ্মিজ


৩৭) প্ৰথম অসমীয়া চাহ খেতিয়ক ?

উত্তৰ   - জগন্নাথ বৰুৱা


৩৮) প্ৰথম অসমীয়া ব্যক্তি যিয়ে ব্যৱসায়ীক ভাবে চাহ খেতি কৰে ?

উত্তৰ   - মণিৰাম দেৱান


৩৯) প্ৰথম অসমীয়া ৰঙীন কথাছবি ?

উত্তৰ - ভাইটি


৪০) প্ৰথম অসমীয়া নাটক ?

উত্তৰ - চিহ্নযাত্ৰা


৪১) প্ৰথম অসমীয়া শিশু উপন্যাস ?

উত্তৰ - পাতালপুৰী


৪২) প্ৰথম অসমীয়া শিশু আলোচনী ?

উত্তৰ - লৰাবন্ধু


৪৩) প্ৰথম অসমীয়া শিশু চলচিত্ৰ ?

উত্তৰ - অবুজ বেদনা


৪৪) প্ৰথম অসমীয়া মিনি আলোচনী ?

উত্তৰ - বিন্দু


৪৫) প্ৰথম অসমীয়া গল্প সংকলন ?

উত্তৰ - সুৰভি


৪৬) প্ৰথম অসমীয়া  চুটি গল্প ?

উত্তৰ - কন্যা


৪৭) প্ৰথম অসমীয়া চনেট কবিতা ?

উত্তৰ - প্ৰিতমাৰ চিঠি


৪৮) প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা ?

উত্তৰ - বন কুঁৱৰী


৪৯) প্ৰথম অসমীয়া চনেট পুথি ?

উত্তৰ - মালচ


৫০) প্ৰথম অসমীয়া ইংৰাজী দৈনিক কাকত ?

উত্তৰ - আছাম ট্ৰিবিউন




Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.