ব্লগ কি ( Blog meaning in Assamese )what is blog

সুতথ্য এক দিজিটেল যাত্ৰা , এই ব্লগটিত অসমীয়া ভাষাত বিভন্ন ধৰণৰ তথ্য আৰু বিভন্ন টেকনিকেল বিষয় সম্বন্ধে লিখা হয়। অসমীয়া ব্যাকৰণ তথা ৰচনা আদি ইয়াত উপলব্ধ। আজিৰ এই লিখনিৰ দ্বাৰা অসমীয়া  ভাষাত ব্লগ কি ( Blog meaning in Assamese )what is blog আলোচনা কৰা হব। ব্লগ বা ওৱেবচাইত কি , ব্লগ বা ওৱেবচাইট এটা কেনেকৈ আৰম্ভ কৰিব পাৰি, ব্লগ বা ওৱেবচাট এটা আৰম্ভ কৰিবলৈ কি কি যোগ্যতাৰ দৰকাৰ হয়। 

ব্লগ কি ( Blog meaning in Assamese ) what is blog

এই ব্লগ বা ওৱেবচাইতৰ জৰিয়তে অৰ্থ উপাৰ্জন কৰিব পাৰিনে - এই সম্পৰ্কে কিছু আলোচনা কৰো আহক ।

ব্লগ বা ওৱেবচাইত কি ? 

আজিকালিৰ যুগটো হ'ল তথ্য-প্ৰযুক্তিৰ যুগ। এই  তথ্য-প্ৰযুক্তিৰ যুগত online বা internet ৰ ব্যবহাৰৰ যোগেদি বহুতো অসম্ভব সম্ভব হৈ পৰা দেখা যায়। তথ্য-প্ৰযুক্তিৰ ব্যবহাৰৰে গোটেই পৃথিবী খনকে এখন গাঁওলৈ পৰিণত কৰিছে। আজিকালি যিকোনো দেশ-বিদেশৰ তথ্য আমি  ইটাৰনেতত এটা ক্লিকতে পাব পাৰো। ইণ্টাৰনেটৰ যোগেদি আমি লাভ কৰা তথ্যবোৰ একো -একোটা ব্লগ বা ওৱেবচাইত  সংগৃহিত হৈ থাকে । এই ব্লগ বা ওৱেবচাই বোৰ এজন বা একাধিক ব্যক্তিয়ে পৰিচালনা কৰে । অৰ্থাৎ এই ব্লগ বা ওৱেবচাইত বোৰৰ একো একোজন মুৰব্বি থাকে ।এওলোকক ব্লগ বা ওৱেবচাইট টোৰ ওনাৰ বুলি কোৱা হয়।

গতিকে , এতিয়া আমি জানিম যে, ব্লগ বা ওৱেবচাইট এটা কেনেকৈ আৰম্ভ কৰিব পাৰি । ব্লগ বা ওৱেবচাইট এটা আৰম্ভ কৰিবলৈ কি কি যোগ্যতাৰ দৰকাৰ হয়। 

blog ki

ব্লগ কি ( Blog meaning in Assamese )

যেতিয়া আপুনি আপোনাৰ মনৰ বিচাৰ তথা অনুভব আৰু আপোনাৰ বিভন্ন দিশত থকা জ্ঞান আৰু তথ্য আদি কোনো ব্লগ বা ওৱেবচাইতত লিখিত আকাৰত প্ৰকাশ কৰে তাকে ব্লগ বুলি কোৱা হয়। অৰ্থাৎ , কব পাৰি যে ব্লগিংঙৰ মাধ্যমত আপুনি আপোনাৰ বিচাৰ তথা বিভিন্ন তথ্য লিখিত আকাৰত প্ৰকাশ কৰিব পাৰে । 

প্ৰত্যক মানুহৰ বিভন্ন বিষয়ত নিজৰ নিজৰ ৰুচি-অভিৰুচি থাকে । যেনে, কোনো ব্যক্তিৰ তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত ভাল জ্ঞান থাকে, কাৰোবাৰ আকৌ ৰন্ধা-বঢ়া ( কুকিং) ত ৰাপ আৰু জ্ঞান থাকে, কাৰোবাৰ আকৌ ফুলনি- বাগিচা ( গাৰ্দেনিং ) ত ৰাপ আৰু জ্ঞান থাকে ইত্যাদি। গতিকে, আপোনাৰ যি বিষয়ত জ্ঞান আৰু ৰাপ থাকে সেই জ্ঞানক লিখিত আকাৰত একোটা ব্লগত প্ৰকাশ কৰিব পাৰে।

এইদৰে আপুনি আপোনাৰ ৰুচি- অভৰুচি আদি একোটা ব্লগত পাব্লিচ কৰিব পাৰে। আপুনি দৈনিক বা নিজৰ সময় অনুযায় একোটা পোষ্ট লিখি উলিয়াই আপোনাৰ ব্লগ ওৱেবচাইটত পাব্লিচ কৰি যাব পাৰে আৰু ভবিষ্যতে ইয়াৰ পৰা অৰ্থ উপৰ্জনো কৰিব পাৰে।

ব্লগাৰ কি ( Blogger meaning in Assamese )

ব্লগাৰ হল সেইজন ব্যক্তি যিয়ে তেওঁৰ ব্লগ বা ওৱেবচাইটত নতুন নতুন লিখনি প্ৰকাশ কৰে অৰ্থাৎ পাব্লিচ কৰে । গতিকে ব্লগ লিখোতা জনক ব্লগাৰ বুলি কোৱা হয়। উদাহৰণস্বৰুপে আপোনালোকে বৰ্তমান যিটো লিখনি পঢ়ি আছে, এইটোও এটা ব্লগ আৰু ব্লগ লিখোতা জন অৰ্থাৎ মই হলো ব্লগাৰ।

ব্লগ ওৱেবচাইট এটা প্ৰকাশ কৰাৰ বাবে কি দক্ষতাৰ প্ৰয়োজন

প্ৰথম কথা হ'ল ব্লগ বা ওৱেবচাইট এটা প্ৰকাশ কৰাৰ বাবে কোনো ধৰণৰ বয়সৰ সময়- সীমা নাথাকে আৰু শিক্ষাগত অৰ্হতাৰো কোনো নিন্মতম বা উচ্চতম সীমা নাই । আপুনি যি বয়সৰে হ'ওক আপুনি আপোনাৰ ব্লগ এটা লিখি উলিয়াব পাৰে । তাৰোপৰি  ব্লগ বা ওৱেবচাইট এটা প্ৰকাশ কৰাৰ বাবে কোনো ধৰণৰ শিক্ষাগত অৰ্হতাৰো নিন্মতম বা উচ্চতম সীমা নাথাকে। গাতিকে, ইয়াৰ পৰা আমি বুজি পালো যে ব্লগ ওৱেবচাইট এটা প্ৰকাশ কৰাৰ বাবে এজন ব্যক্তি যি বয়সৰে হ'ওক বা যি ধৰণৰ শিক্ষাৰে শিক্ষিত হ'ওক তেওঁ তেওঁৰ পছন্দৰ এটা ব্লগ ওৱেবচাইট এটা তৈয়াৰ কৰি লৈ তাত তেওঁৰ নতুন নতুন লিখনি প্ৰকাশ কৰিব পাৰে ।

ব্লগ বা ব্লগিং কৰাৰ উদ্দেশ্য 

ব্লগ বা ব্লগিং কৰাৰ উদ্দেশ্য বিভন্ন ব্যক্তিৰ বাবে ভিন্ন ভিন্ন হ'ব পাৰে। যেনে-

  • কোনো ব্যক্তিয়ে ব্লগিং কৰে নিজৰ নাম-পৰিচয় প্ৰতিস্থাৰ বাবে।
  • কোনো ব্যক্তিয়ে ব্লগিং কৰে নিজৰ ভাৱ-অভিৰুচি,জ্ঞান গোটেই পৃথিবীত বিয়পাই দিবলৈ                অৰ্থাৎ শেয়াৰ কৰিবলৈ।
  • কোনো ব্যক্তিয়ে ব্লগিং কৰে অৰ্থ উপাৰ্জনৰ বাবে।

- ইত্যাদি গতিকে বিভিন্ন ব্যক্তিৰ ব্লগ বা ব্লগিং কৰাৰ উদ্দেশ্য ভিন্ন ভিন্ন হ'ব পাৰে।

ব্লগ বা ব্লগিং কৰাৰ সুবিধা বা অসুবিধা 

ব্লগিং কৰাৰ ক্ষেত্ৰত ভালেখিনি সুবিধা আছে, কিয়নো প্ৰথম কথা হ'ল ব্লগিং কৰাৰ বাবে বয়সৰ কোনো ধৰা বন্ধা নিয়ম নাই। আপোনাৰ সুবিধা অনুসৰি যেতিয়াই আৰু যিকোনো সময়ত, যেতিয়া ইচ্ছা তেতিয়াই আপুনি আপুনাৰ ঘৰতে বহি নিজৰ ব্লগ পাব্লিচ কৰিব পাৰে । আপুনি ব্লগিং কৰাৰ লগতে নিজৰ অন্য কাম-কাজ যেনে- চাকৰি কৰা, ব্যবসায় কৰা আদিও সুচাৰু ৰুপে কৰি যাব পাৰে। আপুনি ব্লগিং পাৰ্ট- টাইম বা ফুল-টাইম যিকোনো ভাবে কৰিব পাৰে।

নতুন ব্লগ বা ওৱেবচাইট এটা কিদৰে তৈয়াৰ কৰা হয় -

এতিয়া মুল কথা হ'ল ব্লগ বা ওৱেবচাইট এটা কিদৰে ক'ত বনাব বা তৈয়াৰ কৰি উলিয়াব পাৰি।

  •   প্ৰথমতে, ব্লগ এটা বনোৱাৰ আগতে আপুনি ঠিক কৰি লওক যে, আপুনি কি বিষয় বা কোনটো টপিকৰ ওপৰত ব্লগটি লিখিব। অৰ্থাৎ আপুনি ব্লগ বা ওৱেবচাইট বনোৱাৰ আগতে আপোনাৰ 'নিছ' এটা তৈয়াৰ কৰি লওক। কথা নাই আপুনি 'মাল্টি নিছ' ৰ ওপৰতো ব্লগ বনাব বা লিখিব পাৰে। কিন্তু এটা 'স্পেচিফিচ নিছ' ৰ ওপৰোত কাম কৰিলে ভাল হয়। যেনে আগতে উল্লেখ কৰা ধৰনে যদি কোনো ব্যক্তিৰ তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত ভাল জ্ঞান থাকে, তেন্তে তেওঁ তথ্য-প্ৰযুক্তিৰ তথা টেচকনিকেল বিষয়ত ব্লগ লিখক ,কাৰোবাৰ যদি ৰন্ধা-বঢ়া ( কুকিং) ত ৰাপ আৰু জ্ঞান থাকে, তেন্তে তেওঁ কুকিং সম্ভন্ধে ব্লগ লিখক কাৰোবাৰ যদি ফুলনি- বাগিচা ( গাৰ্দেনিং ) ত ৰাপ আৰু জ্ঞান থাকে তেন্তে তেওঁ গাৰ্দেনিং  বিষয়ত ব্লগ লিখক । মুঠৰ ওপৰত যাৰ যি বিষয়ত জ্ঞান আছে তেওঁ সেই বিষয়ে এটা সুন্দৰ ব্লগ বা ওৱেবচাইট এটা আৰাম্ভ কৰিব পাৰে।
  • দ্বিতিয়তে, ব্লগ বা ওৱেবচাইটটিৰ বাবে এটা প্লেটফৰ্ম বাচনি কৰক। আপুনি ' ব্লগাৰ দট কম' নাইবা 'ওৱাৰ্ডপ্ৰেছ দট কম' এই দুয়োটাৰ যিকোনো এটা প্লেটফৰ্ম বাচনি কৰি ল'ব পাৰে।  ' ব্লগাৰ দট কম' হ'ল এটা ফ্ৰি প্লেটফৰ্ম ।ইয়াত আপুনি 'দোমেইন' আৰু 'হোৱেছটিং' ফ্ৰিটে পাব । কিন্তু , যদি আপুনি মন কৰে তেন্তে  'দোমেইন' এটা কিনি ল'ব পাৰে । উদাহৰণস্বৰুপে, 'দট কম' ,দট ইন' ,দট নেট' ইত্যাদি। এই দোমেইন কিনাৰ বাবেও আজিকালি বিভিন্ন প্লেটফৰ্ম আছে । আনহাতে, 'ওৱাৰ্ডপ্ৰেছ ' ত যদি আপুনি কাম কৰিব বিছাৰে তেন্তে আপুনি 'দোমেইন' আৰু 'হোৱেছটিং' কিনিব লাগিব । 'দোমেইন' আৰু 'হোৱেছটিং' আদি আপুনি অনলাইনতে কিনি লব পাৰে। যেনে, গোদাদি বা হোৱাইচটিংগাৰ আদি বিভিন্ন প্লেটফৰ্ম আছে এইবোৰ কিনাৰ বাবে। 
  • তৃতিয়তে, আপুনি আপোনাৰ ব্লগ বা ওৱেবচাইটটিৰ বাবে এটা ভাল নাম ঠিক কৰি লওক যাক ডোমেইন নেম বুলি কোৱা হয়, অৰ্থাৎ যি নামেৰে আপুনি আপোনাৰ ব্লগটি নামকৰণ কৰিব বিছাৰে।
  • শেষত, আপুনি আপোনাৰ ব্লগ বা ওৱেবচাইটটিত কাম কৰাৰ বাবে সাজু হৈ গ'ল। আপুনি আপোনাৰ ব্লগটিত দৈনিক বা যেতিয়া বিছাৰে তেতিয়া পোষ্ট লিখি তাক পাব্লিচ কৰক। আৰু ইয়াৰ লগে লগে আপুনি আপোনাৰ ব্লগ বা ওৱেবচাইটটিৰ বাবে কিছুমান দৰকাৰি পেজ যেনে 'এবাউট আচ',' কনট্ৰেক্ত আচ', ,প্ৰাইভেচি পোলিচি' বনাই পাব্লিচ কৰক।

    এনেকৈয়ে আপুনি আপোনাৰ ব্লগ বা ওৱেবচাইটটি তৈয়াৰ কৰি নিজৰ জ্ঞান, ৰুচি আদি গোটেই পৃথিবীতে অনলাইন জগতত বিয়পাই দিব পাৰে।

    তাৰোপৰি এটা দুটাকৈ ভালেখিনি পোষ্ট লিখাৰ পাছত আপোনাৰ ব্লগ বা ওৱেবচাইটটিট যেতিয়া লাহে লাহে ত্ৰাফিক আহিব ধৰিব অৰ্থাৎ ভিজিটৰ আহিব, কবলৈ গ'লে আপোনাৰ চাইটটি যেতিয়া অলপ পপুলাৰ হ'ব তেতিয়া আপুনি আপোনাৰ ব্লগ ত এদ্ভাৰটাইজমেন্তৰ বাবে ব্লগটি মোনিটাইজ কৰি লৈ তাৰ পৰা এটা ভাল আয় (ইনকাম) কৰিবও পাৰে।

    গতিকে আজিৰ এই লেখটিৰ যোগেদি ব্লগ বা ওৱেবচাইট এটি কি আৰু কেনেকৈ তৈয়াৰ কৰিব পাৰি সেই সম্পৰ্কে এক আভাষ দিয়াৰ চেষ্টা কৰা হ'ল। আশাকৰো লেখাটি পঢ়ি ভাল পালে।


    Translated into Hindi :

    ब्लॉग क्या है ( हिन्दी  में जानिए ब्लॉग का अर्थ) | ब्लॉग क्या है हिन्दी  में

    ब्लॉग या वेबसाइट क्या है ? आइए चर्चा करते हैं कि इस ब्लॉग या वेबसाइट के माध्यम से पैसे कैसे कमाए ।

    आज का युग सूचना प्रौद्योगिकी का युग है। सूचना प्रौद्योगिकी के इस युग में इंटरनेट के उपयोग से कई असंभव चीजें संभव हो गई हैं। इस  सूचना प्रौद्योगिकी के उपयोग से पूरी दुनिया को एक गांव में बदल दिया है। आजकल हम इंटरनेट पर एक क्लिक से किसी भी देश और विदेश किसी  भी बात के बारे में जानकारी प्राप्त कर सकते हैं। इंटरनेट के माध्यम से हमें जो जानकारी प्राप्त होती है वह ब्लॉग या वेबसाइटों में संग्रहीत होती है। यह  ब्लॉग या वेबसाइट एक या अधिक लोगों द्वारा प्रबंधित किए जाते हैं। इसका मतलब है कि इन ब्लॉग या वेबसाइटों का एक प्रमुख होता है। उन्हें ब्लॉग या वेबसाइट का स्वामी या  मालिक  कहा जाता है।

    तो, अब हम जानेंगे कि ब्लॉग या वेबसाइट कैसे शुरू करें। ब्लॉग या वेबसाइट शुरू करने के लिए क्या योग्यता होनी चाहिए?

    ब्लॉग क्या है ( Blog meaning in Hindi)

    एक ब्लॉग तब होता है जब आप अपने विचारों और भावनाओं और अपने ज्ञान और जानकारी को किसी ब्लॉग या वेबसाइट पर लिखित रूप में व्यक्त करते हैं। दूसरे शब्दों में, यह कहा जा सकता है कि ब्लॉगिंग के माध्यम से आप अपने विचारों और विभिन्न सूचनाओं को लिखित रूप में व्यक्त कर सकते हैं।

    अलग-अलग विषयों में सबकी अपनी-अपनी पसंद होती है। उदाहरण के लिए, किसी को सूचना प्रौद्योगिकी का अच्छा ज्ञान है, किसी को खाना पकाने में रुचि और ज्ञान है, किसी को बागवानी में रुचि और ज्ञान है, इत्यादि। तो, आप ब्लॉग में अपने ज्ञान और रुचि को लिखित रूप में व्यक्त कर सकते हैं।

    इस तरह आप अपनी पसंद और नापसंद को ब्लॉग पर प्रकाशित कर सकते हैं। आप रोजाना या अपने समय के  अनुसार  एक पोस्ट लिख सकते हैं और इसे अपने ब्लॉग वेबसाइट पर प्रकाशित कर सकते हैं और भविष्य में इससे पैसे कमा सकते हैं।

    ब्लॉगर क्या है ( ब्लॉगर meaning in Hindi)

    एक ब्लॉगर वह व्यक्ति होता है जो अपने ब्लॉग या वेबसाइट पर नए लेख प्रकाशित करता है। इसलिए ब्लॉग लिखने वाले को ब्लॉगर कहा जाता है। उदाहरण के लिए, आप अभी जो लेख पढ़ रहे हैं, वह भी एक ब्लॉग है और ब्लॉग का लेखक यानीकी मैं, ब्लॉगर हूँ।

    ब्लॉग वेबसाइट पब्लिश करने के लिए किन स्किल्स की जरूरत होती है-

    सबसे पहले, ब्लॉग या वेबसाइट प्रकाशित करने के लिए कोई आयु सीमा नहीं होते है और कोई न्यूनतम या अधिकतम शैक्षणिक योग्यता नहीं है। आप अपना खुद का ब्लॉग लिख सकते हैं चाहे आप किसी भी उम्र के हों। ब्लॉग या वेबसाइट प्रकाशित करने के लिए कोई न्यूनतम या अधिकतम शैक्षणिक योग्यता भी नहीं रहते है। तो, इससे हम समझ सकते हैं कि ब्लॉग वेबसाइट प्रकाशित करने के लिए, किसी भी उम्र या शिक्षा की requirement नहीं  होते हे ।  यानिकी कोई  भी व्यक्ति अपनी पसंद की ब्लॉग वेबसाइट बना सकता है और वहां अपने नए लेख प्रकाशित कर सकता है।

    ब्लॉग या ब्लॉगिंग का उद्देश्य 

    अलग-अलग व्यक्तियों के लिए ब्लॉग या ब्लॉगिंग का उद्देश्य अलग-अलग हो सकता है। जैसे कि-कोई अपना नाम और पहचान स्थापित करने के लिए ब्लॉग करता है। एक व्यक्ति अपने विचारों, रुचियों, ज्ञान को पूरी दुनिया में फैलाने के लिए ब्लॉग करता है। कोई ब्लॉग बनाते हे पैसे कमाने के लिए। इसलिए अलग-अलग व्यक्तियों के ब्लॉग या ब्लॉगिंग के अलग-अलग उद्देश्य हो सकते हैं।

    ब्लॉग्गिंग के फायदे या नुकसान 

    Blogging के बहुत से फायदे हैं, क्योंकि सबसे पहले Blogging के लिए कोई आयु सीमा नहीं है। आप अपनी सुविधा के अनुसार जब भी और जब चाहें अपने ब्लॉग को अपने घर पर बेठ के प्रकाशित कर सकते हैं। आप Blogging करने  के साथ साथ अपनी अन्य काम भी कर सकते हे  जैसे व्यवसाय करना, नौकरी करना  आदि सुचारू रूप से कर सकते हैं। आप ब्लॉगिंग पार्ट टाइम या फुल टाइम किसी भी तरह से कर सकते हैं।

    नया ब्लॉग या वेबसाइट कैसे बनाये 

    अब मुख्य बात यह है कि ब्लॉग या वेबसाइट कैसे और कहाँ बनाई जाए।

      सबसे पहले, आप एक ब्लॉग शुरू करने से पहले, आपको यह तय करना चाहिए कि आप किस विषय या विषयबस्तु  के बारे में लिखेंगे। इसका मतलब है कि आप ब्लॉग या वेबसाइट बनाने से पहले अपना niche बना लें। आप 'मल्टी नीस ' पर एक ब्लॉग भी बना या लिख ​​सकते हैं लेकिन एक बिसेस  नीस पर काम करना बेहतर है। उदाहरण के लिए, जैसा कि पहले उल्लेख किया गया है, यदि किसी व्यक्ति को आईटी में अच्छा ज्ञान है, तो उसे आईटी और तकनीकी विषयों पर ब्लॉग लिखना चाहिए, अगर किसी को खाना पकाने में रुचि और ज्ञान है, तो उसे खाना पकाने के बारे में ब्लॉग लिखना चाहिए - यदि आपको बागवानी में रुचि और ज्ञान है , बागवानी पर एक ब्लॉग लिखें। संक्षेप में, जिस किसी को भी किसी विषय का ज्ञान है, वह उस विषय पर एक सुंदर ब्लॉग या वेबसाइट शुरू कर सकता है।

    दूसरे, ब्लॉग या वेबसाइट के लिए एक प्लेटफॉर्म चुनें। आप या तो Blogger.com या WordPress.com चुन सकते हैं। Blogger.com एक फ्री प्लेटफॉर्म है। यहां आप फ्री में डोमेन और होस्टिंग ले सकते हैं। हालाँकि, यदि आप रुचि रखते हैं, तो आप एक डोमेन खरीद सकते हैं। उदाहरण के लिए, 'डॉट कॉम', डॉट इन', डॉट नेट आदि। आजकल इस डोमेन को खरीदने के लिए विभिन्न प्लेटफॉर्म भी हैं। दूसरी ओर, यदि आप वर्डप्रेस के साथ काम करना चाहते हैं, तो आपको एक डोमेन और होस्टिंग खरीदनी होगी। आप डोमेन और होस्टिंग ऑनलाइन खरीद सकते हैं। उदाहरण के लिए, इन्हें खरीदने के लिए गोडाडी या व्हिटिंगर जैसे विभिन्न प्लेटफॉर्म हैं।

    तीसरा, आपको अपने ब्लॉग या वेबसाइट के लिए एक अच्छा नाम चुनना चाहिए जिसे डोमेन नाम कहा जाता है, यानी वह नाम जिसे आप अपने ब्लॉग का नाम देना चाहते हैं।

    अंत में, आप अपने ब्लॉग या वेबसाइट पर काम करने के लिए तैयार हैं। आप अपने ब्लॉग पर रोजाना या जब चाहें पोस्ट लिख सकते हैं और उन्हें प्रकाशित कर सकते हैं। और इसके साथ ही आप अपने ब्लॉग या वेबसाइट के लिए 'अबाउट अस', 'कॉन्ट्रैक्ट अस', 'गोपनीयता नीति' जैसे कुछ महत्वपूर्ण पेज बनाते और प्रकाशित करते हैं।
    इस तरह आप अपना ब्लॉग या वेबसाइट बना सकते हैं और अपने ज्ञान, रुचियों आदि को पूरी दुनिया में ऑनलाइन दुनिया में फैला सकते हैं।

    एक-दो अच्छी पोस्ट लिखने के बाद जब आपके ब्लॉग या वेबसाइट पर धीरे-धीरे ट्रैफिक आने लगे यानी जब आपकी साइट थोड़ी पॉपुलर हो जाए तो आप अपने ब्लॉग पर विज्ञापनों के लिए ब्लॉग को मोनेटाइज कर सकते हैं और उससे अच्छी इनकम (आय) कर सकते हैं। 

    तो आज का लेख ब्लॉग या वेबसाइट बनाने के बारे में था । आशा रखते हे की आज का लेख आप को अच्छी लागि होगी । 


    Translated to English :
     

    What Is Blog ( Blog Meaning In English ) - How To Make Money Through blog or website.


    Today's era is the era of information technology. In this age of information technology, many impossible things have become possible through the use of the internet. It has turned the whole world into a village with the use of information technology. Nowadays, we can get information about any country and abroad with one click on the Internet. The information we receive through the Internet is stored in blogs or websites. These blogs or websites are managed by one or more people. This means that these blogs or websites have a head. They are called the owners of the blog or website.

    So , now we will know how to start a blog or website. What are the qualifications required to start a blog or website?

    What is a blog ( Blog meaning in English )

    A blog is that you express your thoughts and feelings and your knowledge and information in written form on a blog or website. In other words , it can be said that through blogging you can express your thoughts and various information in written form.

    Everyone has their own tastes in different subjects. For example, someone has a good knowledge of information technology, someone has an interest and knowledge in cooking, someone has an interest and knowledge in gardening, and so on. So, you can express your knowledge and interest in a blog in written form.

    This way you can publish your likes and dislikes on a blog. You can write a post daily or on your own time and publish it on your blog website and earn money from it in the future.

    What is Blogger ( Blogger meaning in English )

    A blogger is a person who publishes new articles on his blog or website. So the person who writes the blog is called a blogger. For example, the article you are reading right now is also a blog and the author of the blog is me, and therefore, I am also a blogger.

    What skills are needed to publish a blog website

    First of all, there is no age limit and no minimum or maximum educational qualifications for publishing a blog or website. You can write your own blog no matter what age you are. There is also no minimum or maximum educational qualification for publishing a blog or website. So, from this we understand that to publish a blog website, a person of any age or education can create a blog website of his choice and publish his new articles there.

    Purpose of Blog or Blogging 

    • The purpose of  blogging can vary for different individuals. such as-
    • Someone creates blogs to establish their name and identity.
    • A person creates blogs to spread his thoughts, interests, knowledge to the whole world.
    • Someone creates blogs to earn money.- etc. So different individuals may have varying motives for blogging .

    Advantages or disadvantages of blogging 

    There are many advantages to blogging, as first of all there is no age limit for blogging. You can publish your blog from your home whenever you want, according to your convenience. You can continue to blog and do your other activities like working, doing job and doing business, etc. smoothly. You can do blogging part- time or full-time either way.

    How to create a new blog or website 

    Now the main thing is how and where to create a blog or website.
      
    First, before you start a blog, you should decide what subject or topic you will write about. This means that before you create a blog or website, create your niche. You can also create or write a blog on 'multi nice . ' But it is better to work on a specific niche. For example, as mentioned earlier, if a person has good knowledge in IT, he should write blogs on IT and technical topics, if someone has interest and knowledge in cooking, he should write blogs about cooking . If you have interest and knowledge in gardening, write a blog on gardening. In short, anyone who has knowledge on any subject can start a beautiful blog or website on that subject.

    Secondly, choose a platform for creating the blog or website. You can choose either Blogger.com or WordPress.com. Blogger.com is a free platform. Here you can get domain and hosting for free. However, if you are interested, you can buy a domain. For example, 'dot com' ,dot in' ,dot net and so on. There are also various platforms to buy this domain nowadays. On the other hand, if you want to work with WordPress, you will need to buy a domain and hosting. You can buy domains and hosting online. For example, there are various platforms like GoDaddy or Hostinger to buy these.

    Thirdly, you should choose a good name for your blog or website called domain name, the name you want to named your blog.

    Finally, you are ready to work on your blog or website. You can write posts on your blog daily or whenever you want and publish them. And with that you create and publish some important pages for your blog or website like 'About Us', 'Contract Us', 'Privacy Policy'
    This is how you can create your blog or website and spread your knowledge, interests, etc. to the online world all over the world.

    After writing a couple of good and valuable posts, when your blog or website slowly starts getting traffic, that is, when your site becomes a little popular, you can monetize the blog for advertisements on your blog and earn a good income from it .

    So today's article is about creating a blog or website . Hope you are like this .

    FAQ -

    Q - What is a person who wrights a blog called ?

    Ans - Blogger ,

    Q - Do Bloggers make money ?

    Ans - Yes . A successful blogger can make money from different ways .

    Q - Why do people blog ?

    Ans - Some people have interest in writing .
      

    Post a Comment

    0 Comments
    * Please Don't Spam Here. All the Comments are Reviewed by Admin.